Browsing Category

অফবিট

মানৱ মূত্ৰই শেষ ভৰসা ! বিপন্ন বিশ্বৰ ত্ৰাণকৰ্তা হ’ব এই তৰল বৰ্জ্য?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ মে' : মানুহৰ প্রস্রাৱ সাৰ হিচাবে ব্যৱহাৰ কৰা সম্ভৱ? ফ্রান্সৰ এক শীর্ষ গৱেষণাত কোৱা হৈছে যে, কৃষিক্ষেত্ৰক বচাবলৈ প্রস্রাৱক গুৰুত্ব দিয়াৰ বাদে উপায় নাই! ফ্রান্সৰ এই গৱেষণাত পোহৰলৈ আহিছে যে, মানুহৰ প্রস্রাৱে…

তেজপুৰৰ প্ৰতিভাশালী উপাসনালৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচৰ স্বীকৃতি

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৬মে’: তেজপুৰৰ মাজগাঁও হাতভগা চুবুৰী নিবাসী তথা ইঞ্চপায়াৰ একাডেমিৰ একাদশ শ্ৰেণীৰ প্ৰতিভাশালী ছাত্ৰী উপাসনা কলিতাই তেওঁৰ পাৰদৰ্শিতাৰ বলত নিজৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে…

মাজুলী-যোৰহাট সংযোগী দলঙৰ বিসংগতিপূৰ্ণ নিৰ্মাণক লৈ মাজুলী জিলা ছাত্ৰ সন্থাৰ নাগৰিক সভা

শতাব্দ প্ৰতিনিধি,মাজুলী,১৬ মে': মাজুলী-যোৰহাট সংযোগী নিৰ্মীয়মাণ দলঙৰ খুঁটা বিসংগতিৰে নিৰ্মাণ কৰা ফলস্বৰূপে দলঙৰ খুঁটাত বৃহৎ ফাট ধৰা পৰাত মাজুলীত তীব্র প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।নিৰ্মীয়মাণ দলঙৰ দুটা খুটাত বিসংগতি দেখাৰ লগে লগে সদৌ মাজুলী জিলা…

চীনা কাকতৰ এটা সম্পাদকীয়ই জোকাৰিছে জি-৭ ক

শতাব্দ বিশেষ প্ৰতিনিধি, ১৬ মে' : চীনৰ চৰকাৰ নিয়ন্ত্ৰিত 'গ্লোবেল টাইমছ'ৰ কালি প্ৰকাশ হোৱা এটা সম্পাদকীয় প্ৰৱন্ধত ভাৰতৰ সপক্ষে অৱস্থান কৰি চীন চৰকাৰে উন্নত দেশসমূহৰ সংগঠন জি-৭ ক সমালোচনা কৰিছে। উল্লেখযোগ্য যে, যোৱা সপ্তাহত দেশৰ খাদ্য…

চিমেণ্ট উৎপাদনত ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ প্ৰস্তুতকৰ্তা হিচাপে আদানিৰ হঠাৎ উত্থান

শতাব্দ বিশেষ প্ৰতিনিধি, ১৬ মে' : বিশ্বৰ পঞ্চম আৰু এছিয়া মহাদেশৰ শীৰ্ষস্থানৰ ধনী ব্যৱসায়ী গৌতম আদানিৰ ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰাৰ চেকুৰ পূৰ্ণগতিত অব্যাহত আছে। এইবাৰ ভাৰতবৰ্ষৰ চিমেণ্ট উদ্যোগত প্ৰৱেশ ঘটিছে আদানি…

ঘেঁহু ৰপ্তানিত আচম্বিতে নিষেধাজ্ঞা জাৰি

শতাব্দ বিশেষ প্ৰতিনিধি, ১৪ মে' : কালি অৰ্থাৎ শুকুৰবাৰে নিশা কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে হঠাতে জাৰি কৰা নিষেধাজ্ঞাৰ যোগে তৎকালেই বলবৎ হোৱাকৈ ভাৰতৰ পৰা ঘেঁহু ৰপ্তানিত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। নিৰ্দেশটোত কোৱা হৈছে যে, দেশৰ খাদ্য…

বন্যজীৱৰ বাবে দেশৰ প্ৰথম ‘সেউজীয়া সেতু’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ মে' : নাগপুৰ আৰু মুম্বাইৰ মাজৰ বালাচাহেব থাকৰে সমৃদ্ধি মহামাৰ্গ (এক্সপ্ৰেছৱে) দেশৰ ভিতৰতে প্ৰথমটো ঘাইপথ হ’ব য’ত বন্যপ্ৰাণীৰ চলাচলৰ বাবে ৯ খন সেউজ দলং (অভাৰপাছ) আৰু ১৭ খন আণ্ডাৰপাছ প্ৰশমন ব্যৱস্থাৰ অংশ হিচাপে…

বিশ্বত ক্ৰমাৎ বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা

শতাব্দ বিশেষ প্ৰতিনিধি, ১৪ মে': দুবছৰৰ পাছত বিশ্বৰ পৰ্যটন জগতখন পুনৰ উজ্জীৱিত হৈ উঠিছে। বিশ্বৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহলৈ মানুহে এতিয়া পুনৰ ঢাপলি মেলিছে। একপ্ৰকাৰ বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ক'ভিড-১৯ ৰ বাবে কাৰ্যত: স্তদ্ধ হৈ পৰা…

ভাৰতৰ মাটিত পৰিল ৰহস্যময় ধাতৱ গোলক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মে' : মহাকাশৰ পৰা ভাৰতৰ মাটিত পৰিল ধাতৱ গোলক। সেয়াও কেৱল এঠাইতেই নহয়; গুজৰাটৰ আনন্দ জিলাৰ তিনিখন পৃথক ঠাইত এই আশ্চর্যকৰ ঘটনাটো ঘটিছে। স্থানীয় সূত্রত প্ৰকাশ যে, ১২ মে'ৰ বিয়লি আনন্দ জিলাৰ ভালেজ, খাম্ভোলজ আৰু…

যোৰহাটৰ ATM ৰ ওপৰত এক লাখ টকা পাই কি কৰিলে তুলিৱালা মহম্মদ ৰাজুৱে

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৩ মে : কৰ্মইহে মানুহৰ প্ৰকৃত পৰিচয় দাঙি ধৰে। সাধাৰণতে  আমি সমাজত সৰু মানুহ বুলি জ্ঞান কৰা বহু লোকৰ মন যে বহল উদাৰ সেই কথা বিভিন্ন ক্ষেত্ৰত প্ৰমাণ হৈ আহিছে। ATM ৰ ওপৰত এক লাখ টকা পাই থানাত জমা দি তুলিৱালা মহম্মদ…