Browsing Category

অফবিট

ভৰি দুটাৰ কথা আপুনি কিমান জানে ?

আমোদজনক কথাটো হ’ল, এজন ব্যক্তিৰ হাড়ৰ ৫০% আৰু পেশীৰ ৫০%, ভৰি দুখনত থাকে। গতিকে খোজ কাঢ়ক ।মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী গাঁঠি আৰু হাড়বোৰো ভৰিত থাকে। সেইবাবে প্ৰতিদিনে ১০ হাজাৰ খোজ দিয়ক বা কাঢ়ক।শক্তিশালী হাড়, শক্তিশালী…

ৰাঘৱপুৰাৰ ‘অৰণ্য মানৱ’ দুষাৰ্লা সত্যনাৰায়ণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মে' : তেলেংগানাৰ সূৰ্যপেট জিলাৰ ৰাঘৱপুৰা গাঁৱত লাখ লাখ ফলমূলৰ গছৰে ভৰি আছে ৭০ একৰ এখন অৰণ্য। ইয়াৰে কিছুমান গছৰ বয়স ৫০ বছৰৰ অধিক আৰু কিছুমান যোৱা তিনিটা দশকত বাঢ়িছে। শতাধিক চৰাই আৰু কেইবাটাও প্ৰজাতিৰ বন্যপ্ৰাণীৰ…

নতুন মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ১২ মে' : কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগে আজি জাৰি কৰা এক নিৰ্দেশ মৰ্মে অহা ১৫ মে' তাৰিখে ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে যোগদান কৰিব ৰাজীৱ কুমাৰে। বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই অৱসৰ গ্ৰহণ…

‘এয়াৰ ইণ্ডিয়া’ৰ নতুন মুৰব্বী কেম্পবেল উইলছন

শতাব্দ বিশেষ প্ৰতিনিধি, ১২ মে' : অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই টাটা গ্ৰুপে 'এয়াৰ ইণ্ডিয়া'ৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিছে কেম্পবেল উইলছনক। ইয়াৰ পূৰ্বে কেম্পবেল ছিংগাপুৰ এয়াৰলাইন্সৰ এটা কম মূল্যৰ…

 ঢকুৱাখনাৰ চাৰিকড়ীয়া পাৰত সাজোন-কাচোনঃ  ১৩ মে’ৰ পৰা ঐতিহাসিক ফাটবিহু

ঢকুৱাখনা-১২ মে: আহোম ৰাজত্বৰ সময়ৰে পৰা ঐতিহ্য ৰক্ষা কৰি ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত অনুষ্ঠিত হৈ অহা জাতি জনগোষ্ঠীৰ মহা-মিলনৰ উৎসৱ ফাটবিহু অহা ১৩, ১৪ আৰু ১৫ মে'ত অনুষ্ঠিত হ'ব।ঐতিহাসিক ফাটবিহুলৈ মাজত মাথো কেইটামান ঘণ্টা। মহঘূলি চাপৰিত…

সমুদ্ৰত ভাঁহি আহি অন্ধ্রৰ উপকূল পালে ৰহস্যময় ৰথৰ চূড়াই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : ঘূর্ণীবায়ু (Cyclone) 'অশনি' (Asani)ৰ প্ৰভাৱত কেলেঙ্কাৰি কাণ্ড অন্ধ্রৰ উপকূলত ! অশনিৰ ফলত সমুদ্রত ভাঁহি আহিল হঠাৎ ৰথৰ চূড়াৰ দৰে এক বিশালাকাৰ অংশ। এই দৃশ্য দেখা যায় অন্ধ্রপ্রদেশৰ শ্রীকাকুলাম জিলাৰ…

১৩ বছৰ পিছত জেমছ কেমেৰুণৰ নতুন ‘অৱতাৰ’ আহি আছে ‘অৱতাৰ : দ্য ৱে অব লাইফ’

দাদুল দেৱকৃষ্ণ বৰুৱা ১৩ বছৰীয়া অপেক্ষা, কৌতূহল, আকর্ষণ হ্ৰাস পালে কমকৈ হ'লেও। মুক্তি পাইছে জেমছ কেমেৰুণ পৰিচালিত পৃথিৱী কঁপোৱা কথাছবি অৱতাৰৰ নতুন পর্ব— 'অৱতাৰ : দ্য ৱে অব ৱাটাৰ'ৰ টিজাৰ। প্রথমখন অৱতাৰ (২০০৯) মুক্তিৰ ১৩ বছৰ পিছত পোৱা গ'ল…

ডাইমণ্ডছ ষ্টেট পার্কত ২.৩৮ কেৰটৰ বাদামী হীৰা উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : ব্রিটিছ অভিনেতা আৰু পৰিচালক মেকেঞ্জি ক্রুকৰ পৰিচিত টিভি ছিৰিজ ‘ডিটেক্টৰিষ্ট’ৰ গল্প যেন এইবাৰ পর্দা ফালি ওলাই আহিল বাস্তৱৰ মাটিলৈ। আমেৰিকাৰ আৰকানছ প্রদেশৰ পাইক কাউন্টিৰ ক্রেটাৰ অব ডায়মণ্ডছ ষ্টেট…

টাটাই নিৰ্মাণ কৰিব ফাইটাৰ জেট !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : ভাৰতীয় বিমান বাহিনীয়ে (IAF) নতুন ফাইটাৰ জেটৰ আসন্ন ক্রয়ৰ ক্ষেত্রত 'গ্ল'বেল প্রকিউৰমেন্ট আৰু ইণ্ডিয়া মেড মডেল' অনুসৰণ কৰিব। যিটো ইতিমধ্যেই C-295MW পৰিবহণ বিমান নিৰ্মাণৰ বাবে টাটা-এয়াৰবাছ (Tata)…

সৈনিক পতিৰ মৃত্যুত সেনাৰ লেফটেনেন্ট পদত কাৰ্যনিৰ্বাহ পত্নীৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : গলৱানত চীনৰ লগত সংঘটিত সংঘর্ষত ছহিদ হৈছিল লেন্স নায়ক আৰু বীৰচক্রপ্রাপ্ত দীপক সিংহ। তেওঁৰ স্মৃতি বুকুত লৈয়েই দেশসেৱাৰ বাবে শিক্ষয়িত্ৰীৰ চাকৰি এৰি সেনাত যোগ দিলে তেওঁৰ পত্নী ৰেখা সিংহই। ভাৰতীয় সেনাৰ…