Browsing Category

অফবিট

পুনৰ আকাশত উৰিব জেট এয়াৰৱেজৰ বিমান !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : পুনৰ আকাশত উৰিব নেকি জেট এয়াৰৱেজৰ বিমান? সূত্রৰ খবৰ অনুসৰি কেন্দ্রীয় গৃহ মন্ত্ৰাণালয়ে জেট এয়াৰৱেজক নিৰাপত্তা বিষয়ক অনুজ্ঞাপত্ৰ মঞ্জুৰ কৰিছে। তাৰ ফলত আগন্তুক দিনত নতুনকৈ জেটৰ অন্তর্দেশীয় পৰিবহণ আৰম্ভ হোৱাৰ…

এলুমিনিয়াম পেকেটত খাদ্য বন্ধ কৰিলে ৰেলৱেই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : ৰাজধানী, শতাব্দী আদি দূৰগামী আৰু দ্ৰুতবেগী এক্সপ্রেছ ট্রেইনসমূহত এলুমিনিয়ামৰ পেকেটত খাদ্য সৰবৰাহ বন্ধ কৰিছে ৰেল বিভাগে। এলুমিনিয়ামৰ পৰিৱৰ্তে ‘ষ্টার্চ’ৰ পৰা তৈয়াৰী পৰিৱেশ বান্ধব পেকেটতহে খাদ্য পাব দূৰগামী…

পানী বিষয়ক আপোনাৰ মনৰ কথাবোৰ কব নেকি ?

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ মেঃ জীৱকুল জীয়াই থাকিবৰ বাবে পানী অপৰিহাৰ্য। এই পানীক লৈ আমাৰ কবলগীয়া, জনাব লগীয়া আৰু জানিবলগা বহু কথাই আছে। কিছুসংখ্যক কথা বতৰা, কাহিনী, সাধু, গান আদি ইতিমধ্যে বিভিন্ন মাধ্যমত ভিন ভিন ৰূপত প্ৰকাশ পাইছে। কিন্তু…

২৯ মে’ত গুৱাহাটীত বিশাল ৰোড শ্ব’ত অংশ ল’ব অৰবিন্দ কেজৰিৱালে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ মে' : দিল্লী আৰু পাঞ্জাৱৰ পাছত বিভিন্ন ৰাজ্যত সাম্ৰাজ্য বিস্তাৰৰ লক্ষ্যৰে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে। অসমত পৌৰ সভাত দুটা ৱাৰ্ড আৰু পৌৰ নিগমত এটা ৱাৰ্ড লাভ কৰা আম আদমী…

আখলত ‘আগুন’! দাম বাঢ়িল ঘৰুৱা ৰন্ধন গেছৰ, কমিল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ মে' : আকৌ এবাৰ ৰন্ধন গেছৰ মূল্যবৃদ্ধি। মাহৰ আৰম্ভণিতে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্যবৃদ্ধি কৰিছিল ৰাষ্ট্ৰীয়কৃত তেল বিপণন সংস্থাসমূহে। এইবাৰ ঘৰুৱা ব্যৱহাৰৰ চিলিণ্ডাৰৰ পাল পৰিল। ৬ মে'ৰ মাজৰাতিৰ পৰা গার্হস্থ্য…

দেশৰ ২১ খণ্ডত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধান আৰু উৎপাদনৰ অনুমতি প্ৰদান

শতাব্দ বিশেষ প্ৰতিনিধি, ৭ মে': কেন্দ্ৰীয় পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনস্থ ডাইৰেক্টৰেট জেনেৰেল অৱ হাইড্ৰ'কাৰ্বনে কালি Open Acreage Licensing Policy IV ৰ নিলামৰ ফলাফল ঘোষণা কৰিছে। এই অনুসৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান তেল আৰু…

১ জুলাইৰ পৰা ভাৰতত নিষিদ্ধ হ’ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ মে' : অহা ১ জুলাইৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে আইন অনুসৰি নিষিদ্ধ হ'ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক। ইতিমধ্যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ১০০ মাইক্ৰ'ণ বেধতকৈ কম সকলো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰা সম্পৰ্কে…

সাৱধান বাণী স্বত্তেও বিশ্বত অব্যাহত বন ধ্বংস যজ্ঞ

শতাব্দ বিশেষ প্ৰতিনিধি, ৫ মে' : বন-বননি ধ্বংসৰ বিৰুদ্ধে বিভিন্ন দেশত আইন-কানুন প্ৰণয়ন আৰু জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি পাইছে যদিও বিশ্বত বনাঞ্চল ধ্বংসৰ প্ৰকোপ কমক চাৰি বাঢ়িহে গৈছে। ২ মে'ৰ পৰা ৬ মে' লৈকে দক্ষিণ কোৰিয়াৰ ছিউলত…

মেদ মহামাৰী ! বছৰি মৃত্যু হ’ব ১২ লক্ষ মানুহ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ মে' : নতুন মহামাৰী আহিছে। যাৰ নাম মেদ মহামাৰী। ইংৰাজীত কোৱা হয় Obesity Epidemic। এই মহামাৰীত প্রতি বছৰে কেৱল ইউৰোপতেই ১২ লাখৰ ওচৰা-ওচৰি মানুহৰ মৃত্যু হ'ব। ২ লাখৰ বেছি মানুহ এই মহামাৰীৰ কাৰণে আক্রান্ত হ'ব কেন্সাৰত।…

কলকাতাত নামঘৰৰ আধাৰশিলা স্থাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ মেঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি নামঘৰৰ লাইখুঁটা স্থাপন হল আজি কলকাতাৰ পিয়ালিৰ খোলাঘাটাত । শ্ৰীমন্ত শংকৰদেৱ কনচিয়াচ ছচাইটি অৱ ইণ্ডিয়াৰ দ্বাৰা এই নামঘৰৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুটাৰ আধাৰশিলা স্থাপন কৰে…