Browsing Category
অফবিট
‘ডেলিভাৰি বয়’ক আৰক্ষীয়ে কি কিনি দিলে…
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ মে' : এটা মানৱীয় ঘটনা। ঘটনাটো মধ্য প্ৰদেশ, ইন্দোৰৰ। এজন ২২ বছৰীয়া 'ডেলিভাৰি বয়'ক ইন্দোৰৰ কেইবাজনো আৰক্ষী লগ লাগি কিনি দিলে এখন মটৰ চাইকেল। ৰাতিৰ ভাগত খাদ্যবস্তু গ্ৰাহকক 'ডেলিভাৰ' কৰিবৰ বাবে চাইকেলেৰে অহা-যোৱা…
তেলত ডুবাই খোৱাৰ দিন ওকলিল !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ মে' : প্রবল স্বাস্থ্য সচেতন আৰু নির্দিষ্ট কিছু অঞ্চলৰ বাসিন্দাসকলক বাদ দিলে তেলত ভজা খাদ্য বেছি প্রিয় ভাৰতীয়সকলৰ। অসমীয়াই তাহানিৰ 'টেঙা টুকুচাৰে' খোৱাৰ জুতি-বুধি এৰি তেলত ডুবাই খোৱাৰ এক অপকাৰী নতুন অভ্যাস গঢ়ি…
ভেকচিন ল’বলৈ বাধ্য কৰিব নোৱাৰি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ মে' : কৰ'না ভাইৰাছ প্রতিৰোধৰ ক্ষেত্ৰত সকলোতকৈ কাৰ্যকৰী হাথিয়াৰ হিচাপে ভেকচিনৰ বাদে গত্যন্তৰ নাই বুলি কৈ অহা হৈছে। তথাপি বহুতেই কৰ'নাৰ টীকা লোৱাৰ বিষয়ত অনীহা প্ৰকাশ কৰা দেখা গৈছে বিগত প্রায় এবছৰ ধৰি। এসময়ত টীকাৰ…
ভয়ঙ্কৰ প্রাকৃতিক বিপৰ্যয় বৃদ্ধি পাবঃ ৰাষ্ট্ৰসংঘ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ মে' : জলবায়ু পৰিৱর্তনক লৈ হাড় কঁপাব পৰা এক ৰিপ'র্ট প্ৰকাশ কৰিছে ৰাষ্ট্রসংঘই। য'ত দায়ী কৰা হৈছে জলবায়ু পৰিৱর্তনকেই। ৰিপ'র্টটোত কোৱা হৈছে যে, জলবায়ু পৰিৱর্তনৰ ক্রমবর্ধমান পৰিণতিৰ কাৰণে বিপর্যকৰ পৰিস্থিতি সৃষ্টি হ'ব…
হাঁহিৰে জীৱন,চকুৰ পানীৰে নহয়
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১ মে’: হাঁহিৰে জীৱন চকুৰ পানীৰে নহয়। এই শ্লোগানৰে আজি তেজপুৰ হাস্য সংঘই তেজপুৰৰ মাজগাঁওস্থিত জাতীয় ছহিদ বাকৰিত হাস্য দিৱস উদযাপন কৰে। পুৱা সাত বজাত এক শোভাযাত্ৰা বাহিৰ কৰি সকলোকে হাঁহিবলৈ আহ্বান জনোৱা হয়। ২০০৪ ত…
বৈদেশিক সচিব হিচাপে বিনয় মোহন কোৱাট্ৰাৰ আজি কাৰ্যভাৰ গ্ৰহণ
শতাব্দ বিশেষ প্ৰতিনিধি, ১ মে': নেপালত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা বিনয় মোহন কোৱাট্ৰাই(৫৭) আজি ভাৰতৰ ৩৪ তম বৈদেশিক সচিব ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ৩০ এপ্ৰিল তাৰিখে হৰ্ষবৰ্দ্ধন শ্ৰীলাংই বৈদেশিক সচিব হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছত…
প্ৰধানমন্ত্ৰীৰ আগমনত ৬ বিশেষ ৰে’ল চলাই তিনিচুকীয়া ৰে’ল সংমণ্ডলে ঘটিলে ১.০৯ কোটি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ এপ্ৰিলঃ দুদিন পূৰ্বে দুটা চৰকাৰী কাৰ্যসূচী লৈ অসমলৈ আগমন ঘটিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । কাৰ্বি আংলং আৰু ডিব্ৰুগড়ত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত মানুহ গোটোৱাৰ বাবে তৎপৰ হৈ উঠিছিল ৰাজ্য চৰকাৰ…
হুইটলে’ গ’ল্ড এৱাৰ্ড, ২০২২’ বঁটা ড° চাৰুদত্ত মিশ্ৰই লৈ
শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ এপ্ৰিলঃ 'গ্ৰীণ অ'স্কাৰ' হিচাপে আখ্যা দিয়া ২০২২ চনৰ 'হুইটলে গ'ল্ড এৱাৰ্ড' প্ৰদান কৰা হৈছে ভাৰতৰ এগৰাকী বন্যপ্ৰাণী সংৰক্ষক আৰু স্ন' লিউপাৰ্ড বিশেষজ্ঞ ড° চাৰুদত্ত মিশ্ৰক। ১০০,০০০ পাউণ্ড মূল্যৰ এই সন্মানীয় বঁটাটি…
মলোকাই চেনেল জয়ী প্ৰথম এছীয় মহিলা হ’ল চায়নী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ এপ্ৰিলঃ মলোকাই চেনেল জয় কৰি এছিয়া মহাদেশত ইতিহাস সৃষ্টি কৰিলে ভাৰতৰ সন্তৰণবিদ বাংগকন্যা চায়নী দাসে (Sayani Das)। ইংলিছ চেনেলৰ পিছত এইবাৰ মার্কিন মুলুকৰ এই বিখ্যাত চছনেল জয় কৰিলে পশ্চিমবংগৰ পূব বর্ধমানৰ কালনা…
এল’ন মাস্কৰ পৰৱৰ্তী লক্ষ্য কোকা-কোলা !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ এপ্ৰিল : টুইটাৰৰ পিছত কি এইবাৰ শীতল পানীয় প্রস্তুতকাৰী সংস্থা কোকা-কোলাৰ ফালে নজৰ দিছে আমেৰিকান ধনকুবেৰ এল'ন মাস্কে? আজি ২৮ এপ্ৰিলৰ পুৱা এটা টুইট কৰি তেনেধৰণৰেই চাঞ্চল্য বিয়পাই দিছে টেচলাৰ মহাকর্তা মাস্কে। নিজৰ…
