Browsing Category

অবৰ্গীকৃত

তেজপুৰৰ সোনাবিলত পুখুৰীত পৰি তিনি শিশুৰ মৃত্যু

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৪ জুন : তেজপুৰৰ নিকটৱৰ্তী সোণাবিলত তিনিটা শিশুৰ সলিল সমাধি ঘটিছে । সোনাবিলৰ বোকাজন চাহ বাগিচাত আজি দুপৰীয়া সংঘটিত হোৱা ঘটনাৰ বিষয়ে জানিব পৰা মতে, ঘৰৰ সমীপতে থকা এটা পুখুৰীৰ পাৰত খেলি আছিল তিনি শিশু অনিল দাহাংগা…

ৰাজ্যৰ ছটা ধৰ্মৰ লোকে লাভ কৰিব সংখ্যালঘুৰ প্ৰমাণ পত্র

মুছলিম, খ্ৰীষ্টান, জৈন ,পাৰ্চী, বৌদ্ধ আৰু শিখ ধৰ্মৰ লোক লাভ কৰিব সংখ্যালঘুৰ প্ৰমাণ পত্ৰ। চৰকাৰে ১,২০৮ কোটি টকা ব্যয় সাপেক্ষ নতুনকৈ ৩০০৭টা পুখুৰী খান্দি অমৃত সৰোবৰ হিচাপে নামকৰণ কৰিব। চাহ বাগিছাৰ মাটি অধিগ্ৰহণ কৰিলে দিব ১০ শতাংশ…

ৰাছিয়াৰ পৰা তেল নিকিনিবাঃ ভাৰতক হেঁচা দিবলৈ আহিল আমেৰিকাৰ এলিজাবেথ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ মে' : ৰাছিয়াৰ পৰা আৰু অধিক খাৰুৱা তেল ক্ৰয় নকৰাৰ বাবে ভাৰতক সৈমান কৰাবলৈ আজি পুনৰ নতুন দিল্লীলৈ আগমন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনৰ আন এগৰাকী উচ্চ পদস্থ বিষয়া এলিজাবেথ ৰ'জেনবাৰ্গৰ। কালি নতুন দিল্লীত ভাৰত…

তেজপুৰত জব্দ ২১টা গৰু সহ দুখন বাহন

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২১মে’: তেজপুৰৰ গৰৈমাৰীত যোৱা নিশা অবৈধভাবে সৰবৰাহ কৰা মুঠ ২১টা গৰু স্থানীয় লোকৰ খবৰৰ ভিত্তিত শালনীবাৰী আৰক্ষীয়ে জব্দ কৰাৰ লগতে মুঠ চাৰিজনক কৰায়ত্ত কৰিছে।উল্লেখযোগ্য যে,শোণিতপুৰৰ ইটাখোলা বজাৰৰ পৰা এখন নম্বৰ…

সৰ্বনাশ ! ডায়েবেটিছত ভাত-ৰুটি নাখাই কি খাব?

সৰ্বনাশ ! ডায়েবেটিছত ভাত-ৰুটি নাখাই কি খাব?ডায়েবেটিছত উচ্চ ব্লাড চুগাৰ হ’লে ভাত আৰু ৰুটিৰে দিনটো পাৰ কৰা যায়।স্বাস্থ্যৰ পৰামৰ্শঃ ডায়েবেটিছত দুপৰীয়া ভাত আৰু ৰাতি ৰুটিয়ে নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে।পৰিৱৰ্তিত জীৱনশৈলীয়ে…

সুখবৰৰ অপেক্ষাত ভাৰতীয় গ্ৰীণকাৰ্ড আবেদনকাৰী

শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ মে' :সপোনপুৰী আমেৰিকা যুক্তৰাষ্ট্ৰত স্থায়ীভাৱে বসতি কৰাৰ সপোন দেখা সকলৰ বাবে সুখবৰ ! আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ এখন পৰামৰ্শদাতা আয়োগে সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰপতি জ' বিডেনক চুপাৰিছ প্ৰদান…

মাটিৰ তলত বাংকাৰ চহৰঃ আক্ৰমণ হ’লেও ‘প্রস্তুত’ ফিনলেণ্ড

দাদুল দেৱকৃষ্ণ বৰুৱাবাংকাৰ নিৰ্মাণৰ কামটো আৰম্ভ হৈছিল প্রায় ৭৫ বছৰ পূৰ্বে। এতিয়া অনুমান কৰা হৈছে, কামত লাগিব সেইবোৰ। হয়তো নিকট ভৱিষ্যতত ! ফিনলেণ্ডে নেটোতে যোগ দিয়াৰ বাবে অতি-সক্রিয়তাৰেই পৰোক্ষভাৱে অসন্তোষ প্রকাশ কৰিছে…

বিসংগতিৰে নিৰ্মাণ মাজুলী-যোৰহাট দলঙৰ খুঁটাঃ আছুৰ স্মাৰক পত্ৰ

শতাব্দ প্ৰতিনিধি, মাজুলী, ১৭মেঃ মাজুলী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাজুলী জিলা ছাত্র সন্থাৰ উদ্যোগত ১৬ মে'ত অনুষ্ঠিত হোৱা এক নাগৰিক সভাত মাজুলী যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্যত হোৱা বিসংগতি সন্দৰ্ভত বিতং ভাবে আলোচনা কৰা হয় সেই…