Browsing Category

অবৰ্গীকৃত

বিসংগতিৰে নিৰ্মাণ মাজুলী-যোৰহাট দলঙৰ খুঁটাঃ আছুৰ স্মাৰক পত্ৰ

শতাব্দ প্ৰতিনিধি, মাজুলী, ১৭মেঃ মাজুলী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাজুলী জিলা ছাত্র সন্থাৰ উদ্যোগত ১৬ মে'ত অনুষ্ঠিত হোৱা এক নাগৰিক সভাত মাজুলী যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্যত হোৱা বিসংগতি সন্দৰ্ভত বিতং ভাবে আলোচনা কৰা হয় সেই…

বাৰ্মুদা ত্ৰিভুজৰ ৰহস্য ভেদ! বৈজ্ঞানিকে জনালে বিমান-জাহাজ কিয় হেৰাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ মে' : বাৰ্মুদা ট্রায়াঙ্গল বিশ্বৰ অন্যতম ৰহস্যময় স্থান। কোৱা হয় যে, সমুদ্রৰ এই ৰহস্যময় অঞ্চলৰ ওপৰেদি যিয়েই যায় তাকেই এক অদৃশ্য শক্তিয়ে টানি লৈ যায়। বিগত ১০০ বছৰৰ ইতিহাসত ইয়াত প্রায় ৭৫খন বিমান…

৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

 কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২৬ টা সমষ্টিত ৮ জুনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে'। বিটিচিৰ বাক্সা জিলাৰ ক'কলাবাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে'। ১২ জুনত অনুষ্ঠিত…

গড়মূৰ সৰু সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰৰ বিৰুদ্ধে পৰিচালনা সমিতিৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি, মাজুলী, ১২ ম': ঐতিহাসিক মাজুলীৰ গড়মূৰ সত্ৰ আৰ্থিক সংকটত ভুগিছে যাৰ বাবে সত্ৰৰ পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সন্মুখীন হৈছে এই কথা আজি সংবাদমেলৰ যোগেদি প্ৰকাশ কৰিছে গড়মূৰ সত্ৰৰ পৰিচালনা সমিতিয়ে।আজি ১২-৩০ বজাত গড়মূৰ সত্ৰৰ…

বন বিভাগৰ অধীনত গুৱাহাটী ৰেঞ্জৰ বৃক্ষৰোপণ অব্যাহত

গুৱাহাটী, ১১ মেঃ  পূব কামৰূপ বন বিভাগৰ অধীনত গুৱাহাটী ৰেঞ্জৰ দ্বাৰা গ্ৰহণ কৰা বৃক্ষৰোপণ অভিযানৰ আজি চতুৰ্থ দিনটোত নাৰেংগী বন বীটৰ অধীনত নাৰেংগী চৰকাৰী উচ্চ বিদ্যালয়ৰ চৌহদত স্থানীয় প্ৰজাতিৰ ৫০টা পুলি ৰোপণ কৰা হয়। বিদ্যালয়ৰ প্ৰধান…

ক’ৰণাত আক্ৰান্ত বিল গেইটছ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : বিল গেইটছ; যিজনে ক'ৰণাকালত মহামাৰী সাহায্য পুঁজিলৈ বিপুল অর্থ সাহায্য আগবঢ়াইছিল, তেওঁ নিজেই এইবাৰ ক'ৰনা আক্রান্ত হৈছে। মাইক্র'চফ্টৰ সহ-প্রতিষ্ঠাতা বিল গেইটছে নিজেই জনাইছে এই কথা। কালি টুইট কৰি তেওঁ নিজৰ…