Browsing Category
অবৰ্গীকৃত
৮৭ বছৰত দশম উত্তীৰ্ণ হ’ল প্রাক্তন মুখ্যমন্ত্রী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : বয়স যে কেৱল এটা সংখ্যা, সেয়া আকৌ এবাৰ প্রমাণ কৰিলে হাৰিয়ানাৰ প্রাক্তন মুখ্যমন্ত্রী ওমপ্রকাশ চৌটালাই। লেখা-পঢ়াৰ ইচ্ছা তেওঁৰ আগৰে পৰাই আছিল, কিন্তু জীৱনৰ উত্থান-পতনৰ ফলত স্কুলৰ গণ্ডী পাৰ হোৱাৰ স্বাদ আধৰুৱা…
কাছাৰত বাগিচাৰ মাটি অধিগ্ৰহণ কৰি বিমান বন্দৰ নিৰ্মাণঃ তীব্ৰ বিৰোধিতা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ মে’ : ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে কাছাৰ জিলাৰ ডলু বাগিচাৰ মাটি অধিগ্ৰহণ কৰি গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই । এক বিবৃতিত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি…
নলবাৰীত বিশ্ব ৰেডক্ৰছ দিৱসত তিনি বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, নলবাৰী, ৮ মেঃ ভাৰতীয় ৰেডক্ৰছ ছোচাইটিৰ নলবাৰী জিলা শাখাই আজি নলবাৰীৰ গোপাল বজাৰত অৱস্থিত ৰেডক্ৰছ ভৱনত বিশ্ব ৰেডক্ৰছ দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে । পুৱাৰ ভাগত ৰেডক্ৰছৰ পতাকা উত্তোলন কৰে ভাৰতীয় ৰেডক্ৰছ ছোচাইটিৰ…
সোৱণশিৰি প্ৰকল্পৰ ক্ষতিপূৰক বনানিকৰণ : নিৰুদ্বেগ অৰুণাচল চৰকাৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ৮ মে' : অহা আগষ্ট মাহত ভাৰতৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ প্ৰথম গোটটোৰ পৰা উৎপাদনৰ কাম আৰম্ভ হ'ব। কিন্তু এই জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে ধ্বংস কৰা এক বৃহৎ…
দৰং কৰ্কট চিকিৎসালয় ভাৰ্চুৱেলি উদ্বোধন প্ৰধানমন্ত্ৰীৰ
শতাব্দ প্ৰতিনিধি, মংগলদৈ ২৮ এপ্ৰিলঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ৰ পৰা অসমত একেলগে ৭ খন কৰ্কট চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে। ইয়াৰ ভিতৰত মঙ্গলদৈস্থিত দৰঙ কৰ্কট চিকিৎসালয় অন্যতম। প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰা দৰঙ কৰ্কট…
সৰুদৈয়া জাপি লৈ নাচনীৰ গিৰিপনি….
শিৱসাগৰ বৰ্ডিং খেলপথাৰত শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ উদ্যোগত আয়োজিত মুকলি বিহুত সৰুদৈয়া জাপি লৈ নাচনীৰ গিৰিপনি..... আলোকচিত্ৰঃ আব্দুল মতিন
অসমৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ৰজাজন
পূৰ্ণিমা সূত্ৰধৰ
কামৰূপত ৩৫০ খ্ৰীষ্টাব্দত পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰা বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন। উল্লেখযোগ্য যে ঐতিহাসিক কালৰ কামৰূপৰ প্ৰথম ৰজাজনেই আছিল পুষ্য বৰ্মন। পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰা বৰ্মন বংশক ভাস্কৰ বৰ্মনে…
মুখ্য সেনাধ্যক্ষ পদত নিযুক্ত হ’ব লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে
ভাৰতীয় স্থলসেনাৰ পৰৱৰ্তী মুখ্য সেনাধ্যক্ষ পদত নিযুক্ত হ'ব লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে। বৰ্তমান উপ মুখ্য সেনাধ্যক্ষ হিচাপে কৰ্মৰত মনোজ পাণ্ডে প্ৰথম অভিযন্তা যি দেশখনৰ স্থলসেনাৰ মূৰব্বী পদত নিযুক্ত হৈছে। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ…
