Browsing Category

অবৰ্গীকৃত

৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

 কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২৬ টা সমষ্টিত ৮ জুনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে'। বিটিচিৰ বাক্সা জিলাৰ ক'কলাবাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে'। ১২ জুনত অনুষ্ঠিত…

গড়মূৰ সৰু সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰৰ বিৰুদ্ধে পৰিচালনা সমিতিৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি, মাজুলী, ১২ ম': ঐতিহাসিক মাজুলীৰ গড়মূৰ সত্ৰ আৰ্থিক সংকটত ভুগিছে যাৰ বাবে সত্ৰৰ পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সন্মুখীন হৈছে এই কথা আজি সংবাদমেলৰ যোগেদি প্ৰকাশ কৰিছে গড়মূৰ সত্ৰৰ পৰিচালনা সমিতিয়ে।আজি ১২-৩০ বজাত গড়মূৰ সত্ৰৰ…

বন বিভাগৰ অধীনত গুৱাহাটী ৰেঞ্জৰ বৃক্ষৰোপণ অব্যাহত

গুৱাহাটী, ১১ মেঃ  পূব কামৰূপ বন বিভাগৰ অধীনত গুৱাহাটী ৰেঞ্জৰ দ্বাৰা গ্ৰহণ কৰা বৃক্ষৰোপণ অভিযানৰ আজি চতুৰ্থ দিনটোত নাৰেংগী বন বীটৰ অধীনত নাৰেংগী চৰকাৰী উচ্চ বিদ্যালয়ৰ চৌহদত স্থানীয় প্ৰজাতিৰ ৫০টা পুলি ৰোপণ কৰা হয়। বিদ্যালয়ৰ প্ৰধান…

ক’ৰণাত আক্ৰান্ত বিল গেইটছ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : বিল গেইটছ; যিজনে ক'ৰণাকালত মহামাৰী সাহায্য পুঁজিলৈ বিপুল অর্থ সাহায্য আগবঢ়াইছিল, তেওঁ নিজেই এইবাৰ ক'ৰনা আক্রান্ত হৈছে। মাইক্র'চফ্টৰ সহ-প্রতিষ্ঠাতা বিল গেইটছে নিজেই জনাইছে এই কথা। কালি টুইট কৰি তেওঁ নিজৰ…

ক’ৰনাৰ পিছত এইবাৰ টমেট’ ফিভাৰ ! কেৰালাত আক্রান্ত ৮০টি শিশু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : এবিধ নতুন ফ্লুৱে দেশৰ মানুহৰ মনত দুশ্চিন্তাৰ সৃষ্টি কৰিছে। জনা গৈছে, কেৰালাত ৮০ টিৰো বেছি শিশু এই ভাইৰাছত আক্রান্ত হৈছে। এওঁলোকৰ বয়স পাঁচ বছৰৰ কম। কেৰালাৰ এখন জিলাত টমেট' ফ্লু বিয়পি পৰাৰ পিছত চুবুৰীয়া…

৮৭ বছৰত দশম উত্তীৰ্ণ হ’ল প্রাক্তন মুখ্যমন্ত্রী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : বয়স যে কেৱল এটা সংখ্যা, সেয়া আকৌ এবাৰ প্রমাণ কৰিলে হাৰিয়ানাৰ প্রাক্তন মুখ্যমন্ত্রী ওমপ্রকাশ চৌটালাই। লেখা-পঢ়াৰ ইচ্ছা তেওঁৰ আগৰে পৰাই আছিল, কিন্তু জীৱনৰ উত্থান-পতনৰ ফলত স্কুলৰ গণ্ডী পাৰ হোৱাৰ স্বাদ আধৰুৱা…

কাছাৰত বাগিচাৰ মাটি অধিগ্ৰহণ কৰি বিমান বন্দৰ নিৰ্মাণঃ  তীব্ৰ বিৰোধিতা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ মে’ : ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে কাছাৰ জিলাৰ ডলু বাগিচাৰ মাটি অধিগ্ৰহণ কৰি গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই । এক বিবৃতিত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি…

নলবাৰীত বিশ্ব ৰেডক্ৰছ দিৱসত তিনি বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, নলবাৰী, ৮ মেঃ ভাৰতীয় ৰেডক্ৰছ ছোচাইটিৰ নলবাৰী জিলা শাখাই আজি নলবাৰীৰ গোপাল বজাৰত অৱস্থিত ৰেডক্ৰছ ভৱনত বিশ্ব ৰেডক্ৰছ দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে । পুৱাৰ ভাগত ৰেডক্ৰছৰ পতাকা উত্তোলন কৰে ভাৰতীয় ৰেডক্ৰছ ছোচাইটিৰ…

সোৱণশিৰি প্ৰকল্পৰ ক্ষতিপূৰক বনানিকৰণ : নিৰুদ্বেগ অৰুণাচল চৰকাৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ৮ মে' : অহা আগষ্ট মাহত ভাৰতৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ প্ৰথম গোটটোৰ পৰা উৎপাদনৰ কাম আৰম্ভ হ'ব। কিন্তু এই জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে ধ্বংস কৰা এক বৃহৎ…