Browsing Category
অৰ্থনীতি
ভাৰতত আর্থিক অৱস্থাৰ উন্নতি হৈছেনে অৱনতি? কি কৈছে সমীক্ষাই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ মে' : চলিত বছৰত পৃথিৱীত নতুনকৈ ২৬ কোটি ৩০ লাখৰো বেছি মানুহ চৰম দাৰিদ্ৰতাৰ মুখত পৰিব পাৰে। সদ্য প্রকাশিত Oxfam Internationalৰ প্ৰতিবেদনত এনেদৰেই দাবী কৰা হৈছে। কেৱল ইমানেই নহয়, ইয়াৰ লগত আৰু নানা বিষয়ৰ প্ৰতিবেদন…
গৱেষকৰ বাবে এতিয়া নিচেই কাষতে অৰ্থনীতিবিদ ড° মনমোহন সিঙ
শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ মে' :
দেশ-বিদেশৰ গৱেষক বিশেষকৈ অৰ্থনীতিৰ গৱেষক সকলৰ বাবে এটা সুখবৰ ! আৰু কেইদিনমানৰ পাছতে গৱেষকসকলৰ বাবে সহজেই উপলদ্ধ হ'ব ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশ্বৰ এজন প্ৰসিদ্ধ অৰ্থনীতিবিদ ড° মনমোহন সিঙৰ সমস্ত…
বজাৰলৈ আহিল শোণিতপুৰৰ থলুৱা চাহৰ ব্ৰেণ্ড- “পাৰিজাত”
শতাব্দ প্ৰতিনিধি তেজপুৰ,২২মে':
ৰাজ্যৰ চাহক দেশ-বিদেশৰ বজাৰত গুণগত ক্ষেত্ৰত বদনামী কৰিছে একাংশ বহিঃৰাজ্যৰ ব্যবসায়ীয়ে । এনে বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে অধিক লাভৰ আশাত যধেমধে ৰাজ্যৰ বিভিন্ন স্থানত কাৰখানা স্থাপন কৰি চাহপাতৰ গুণগত মান নিৰ্দ্ধাৰণ…
ডাভ’ছত আজিৰে পৰা আৰম্ভ ‘ৱৰ্ল্ড ইক’নমিক ফ’ৰাম’ৰ সন্মিলন
শতাব্দ বিশেষ প্ৰতিনিধি, ২২ মে' :ক'ভিড মহামাৰীৰ পাছত দুবছৰৰ অন্তত আজিৰে পৰা ছুইজাৰলেণ্ডৰ মনোমোহা স্কি ৰিজৰ্ট নগৰ ডাভ'ছত অনুষ্ঠিত হৈছে 'ৱৰ্ল্ড ইক'নমিক ফ'ৰাম'ৰ বাৰ্ষিক সন্মিলন। অহা ২৬ মে'লৈকে অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনখনত ৰাজনৈতিক,…
২১ মে’ত কিয় আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস
৩৫ খনতকৈও অধিক দেশত চাহ খেতিয়ে ১ কোটি ৩০ লাখতকৈ অধিক লোকৰ জীৱন- জীৱিকাৰ বাট মোকলাই আছে। ২০০৫ চনত ট্ৰেড ইউনিয়নে আৰম্ভ কৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসে চাহৰ স্বাস্থ্য উপকাৰিতা, অৰ্থনৈতিক গুৰুত্ব, আৰু সাংস্কৃতিক ঐতিহ্য উদযাপন কৰে।…
যুদ্ধৰ প্রভাৱ ভাৰতীয় অর্থনীতিতঃ বিগত বছৰৰ তুলনাত কমিল অর্থনৈতিক বৃদ্ধি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ মে' : ইউক্রেইনৰ যুদ্ধই সমগ্ৰ বিশ্বৰ জিডিপিৰ ওপৰত প্রভাৱ পেলাইছে। স্বাভাৱিকতে তাৰ প্রভাৱ ভাৰততো পৰিছে। কাৰণ এই বছৰ ভাৰতৰ ডিডিপি বাঢ়িলেও সেয়া মাত্র ৬.৪ শতাংশ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। বিগত বছৰৰ তুলনাত…
বৃদ্ধি পাব বিমান ভাৰা ! ইন্ধনৰ অত্যধিক মূল্যবৃদ্ধিৰ পৰিণতি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ মে' : এয়াৰ লাইন্সৰ মুঠ খৰচৰ প্রায় ৪০ শতাংশই ইন্ধন ব্যয়। ফলত ইন্ধনৰ দাম বৃদ্ধি মানেই যে উৰণ উদ্যোগত যে তীব্র প্রভাৱ পৰে সেয়া ক'বলৈ যোৱাটো মাথোঁ বাহুল্য। বাঢ়িছে বিমানৰ ইন্ধনৰ দাম। আৰু সেই কাৰণেই বাঢ়িব পাৰে…
অসম কৃষি বিশ্ববিদ্যালয়ত চাহ উৎপাদন প্ৰযুক্তি আৰু বুদ্ধিদীপ্ত ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লমা…
শতাব্দ প্ৰতিনিধি,যোৰহাট, ১২ মেঃ অসম কৃষি বিশ্ববিদ্যালয়ে আৰম্ভ কৰা চাহ উৎপাদন প্ৰযুক্তি আৰু বুদ্ধিদীপ্ত ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম আজিৰে পৰা বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদত আৰম্ভ হৈছে। বিশ্ববিদ্যালয়খনে…
ভাৰতীয় মুদ্ৰাই চুলে সৰ্বকালৰ সৰ্বনিম্ন স্তৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : ভাৰতীয় মুদ্রাৰ পতন অব্যাহত। আজি ১২ মে'ত ভাৰতীয় মুদ্রাই এক অনাকাংক্ষিত অভিলেখ গঢ়ি সর্বনিম্ন পর্যায়লৈ নামিল। বিশ্বজুৰি মুদ্ৰাস্ফীতিক লৈ ক্ৰমাৎ বৃদ্ধি পোৱা উদ্বেগৰ মাজতে মাৰ্কিন ডলাৰৰ বিপৰীতে ১৫ পইচা হ্ৰাস…
ফ্লাইবিগে বন্ধ কৰিলে লীলাবাৰী-গুৱাহাটী বিমান সেৱাঃ কিয় ?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : ফ্লাইবিগে যোৱা ১১ মে'ৰ পৰা লীলাবাৰী আৰু গুৱাহাটীৰ মাজৰ পোনপটীয়া বিমান সেৱা স্থগিত ৰাখিছে। আঞ্চলিক বিমান সেৱা সংস্থাটোৰ বিষয়া ৰতন আম্বোৰে এই কথা সদৰী কৰে। 'উড়ান' আঁচনিৰ অধীনত লখিমপুৰ সমষ্টিৰ সাংসদে…
