Browsing Category
অৰ্থনীতি
ক্ৰমে টুটি আহিছে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল
শতাব্দ বিশেষ প্ৰতিনিধি, ৭ মে' : শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা মতে ২৯ এপ্ৰিল তাৰিখে অন্ত পৰা সপ্তাহটোত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল ২.৬৯৫ বিলিয়ন ডলাৰ হ্ৰাস হৈ ৫৯৭.৭২৮ বিলিয়ন ডলাৰ হৈছৈগৈ। বছৰটোত এই প্ৰথমবাৰৰ বাবে বৈদেশিক মুদ্ৰাৰ…
দেশৰ ২১ খণ্ডত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধান আৰু উৎপাদনৰ অনুমতি প্ৰদান
শতাব্দ বিশেষ প্ৰতিনিধি, ৭ মে': কেন্দ্ৰীয় পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনস্থ ডাইৰেক্টৰেট জেনেৰেল অৱ হাইড্ৰ'কাৰ্বনে কালি Open Acreage Licensing Policy IV ৰ নিলামৰ ফলাফল ঘোষণা কৰিছে। এই অনুসৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান তেল আৰু…
ভাৰতবৰ্ষৰ ইতিহাসত সৰ্ববৃহৎ ইনিচিয়েল পাব্লিক অফাৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ অৱশেষত দেশৰ বৃহত্তম বীমা প্ৰতিষ্ঠান ভাৰতীয় জীৱন বীমা নিগমৰ শ্বেয়াৰ বিক্ৰীৰ তাৰিখ আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হৈছে। আজি অনুষ্ঠিত হোৱা এখন সংবাদমেলত এই বিষয়ে সবিশেষ তথ্য প্ৰকাশ কৰা হৈছে। অহা ৪ মে'ত ভাৰতীয়…
ভাৰতৰ ইউপিআই (UPI) পেমেন্ট পদ্ধতি জনপ্ৰিয় হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ এপ্ৰিল : ২০২০-২১বিত্তীয় বৰ্ষত ভাৰতত ইউপিআই (United Payment Interface-UPI) পেমেন্ট ছিষ্টেমত ১ত্ৰিলিয়ন ডলাৰতকৈ বেছি মুঠ ৮৩লাখ কোটি টকাৰ লেনদেন সম্পন্ন হৈছে । ২০১৮চনত মাত্ৰ ১.৯লাখ কোটি টকাৰ লেনদেন হোৱাৰ পাছত প্ৰতি…
বাক স্বাধীনতাৰ স্বাৰ্থৰ বাবেই টুইটাৰক ব্যক্তিগতকৰণঃ এল’ন মাস্ক
শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ এপ্ৰিলঃ বহু প্ৰতীক্ষিত জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিশ্বৰ শীৰ্ষস্থানীয় ধনী ব্যক্তি এল'ন মাস্কে টুইটাৰ ক্ৰয় কৰিলে। সামাজিক মাধ্যমৰ জনপ্ৰিয় মাইক্ৰ'ব্লগিং চাইট 'টুইটাৰ'ৰ এশ শতাংশ অংশীদাৰিত্ব ক্ৰয়ৰ প্ৰস্তাৱ…
বিশ্ব মেধাস্বত্ব সম্পদ দিৱস ( ২৬ এপ্ৰিল)
মুক্তামণি ভূমিফুকন
বিশ্ব মেধাস্বত্ব সম্পদ দিৱস World Intellectual Property Day (আই পি) প্ৰতিবছৰে ২৬ এপ্ৰিল'ত বৌদ্ধিক সম্পদৰ মহত্ব আৰূ উদ্দেশ্যক জাগ্ৰত কৰিবৰ বাবে উদযাপন কৰা হয়। বিশ্ব মেধাস্বত্ব সম্পদ দিৱস নতুন উদ্ভাৱন আৰু সৃজনশীলতাক…
খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য অভাৱনীয় হাৰত বৃদ্ধি
শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ এপ্ৰিলঃ পেট্ৰোলিয়াম জাত সামগ্ৰীৰ ব্যৱহাৰ আৰু আমদানিৰ ক্ষেত্ৰত বিশ্বৰ তৃতীয় বৃহৎ দেশ ভাৰতবৰ্ষই যোৱাটো বিত্তীয় বৰ্ষ( এপ্ৰিল, ২০২১ - মাৰ্চ, ২০২২)ত খাৰুৱা তেল আমদানিৰ বাবে ১১৯.২ বিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰিছে।…
দেশৰ শ্ৰেষ্ঠ তিনি জিলাৰ ভিতৰত নলবাৰী জিলা
নলবাৰীৰ পৰা চম্পক বৈশ্য, ২১ এপ্ৰিলঃ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে নলবাৰী জিলা। ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যসূচীসমূহ সঠিকভাৱে ৰূপায়ন কৰাৰ ক্ষেত্ৰত জিলাখনে দেখুওৱা পাৰদৰ্শিতাৰ বাবে দেশৰ শ্ৰেষ্ঠ তিনিখন জিলাৰ ভিতৰত নলবাৰী জিলাই স্বীকৃতি…
উজানৰ মাছ বনাম মীন আইন
মুক্তাৰ আলীভাতৰ পাতত মাছৰ আঞ্জা নাথাকিলে গৰিষ্ঠসংখ্যক অসমীয়া মানুহৰে পেটলৈ ভাত নেযায়। মাছেৰে বিবিধ মুখৰোচক আঞ্জা ৰান্ধি আপ্যায়ন কৰিব নোৱাৰিলে গৃহিনীসকলৰো যেন মন নভৰে। পিটিকাৰপৰা আৰম্ভ কৰি পাতত দিয়া,খোলাত দিয়া ,ভজা, পোৰা ইত্যাদি…
বিজ্ঞানসন্মত-ব্যৱসায়িক ছাগলী পালনৰ আৱাসিক প্ৰশিক্ষণ
২৭ তাৰিখে প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম দিন ।
প্ৰশিক্ষকঃ ডা° প্ৰাঞ্জল বৰা (জ্যেষ্ঠ বিজ্ঞানী; বৰ্নিহাট ছাগলী গৱেষণা কেন্দ্ৰ)
ডা° ডেভিদ বৰদলৈ (পশু চিকিৎসা বিষয়া তথা মথুৰা ৰাষ্ট্ৰীয় ছাগলী গৱেষণা কেন্দ্ৰৰ অনুমোদিত পশুধন পৰামৰ্শদাতা)
চৈয়দ তনবীৰ…
