Browsing Category
আন্তঃৰাষ্ট্ৰীয়
ভাৰতত ইউক্রেইন যুদ্ধৰ ছাঁঃ পূর্বাভাস বৃদ্ধিৰ হাৰ কমালে বিশ্ব বেংকে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুন : মহামাৰী পৰিস্থিতিৰ ক্ষত এতিয়াও প্রশমিত হোৱা নাই। ভূতৰ ওপৰত দানহ পৰাদি পৰিছে ৰাছিয়া-ইউক্রেইন যুদ্ধ। এই পৰিস্থিতিত ভাৰতত খুচুৰা বজাৰৰ মূল্যবৃদ্ধিৰ হাৰ বৃদ্ধি পাইছে আঠ বছৰৰ ভিতৰত সর্বোচ্চ। নতুন অভিলেখ পাইকাৰী…
ভাৰতত আত্মঘাতী আক্ৰমণৰ হংকাৰ আল-কায়দাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুন : হজৰত মহম্মদ বিতর্কৰ মাজতেই ভাৰতক হুমকি দিছে উগ্ৰপন্থী সংগঠন আল-কায়দাই। হজৰত মহম্মদৰ ‘সন্মান’ ৰক্ষা কৰিবলৈ আনকি এই উগ্ৰপন্থী সংগঠনটোৱে আত্মঘাতী আক্ৰমণ চলাবও পাৰে। সংগঠনটোৰ আত্মঘাতী সদস্য আনকি বর্তমান গুজৰাট,…
কম্বোডিয়াত চীনৰ গোপন সামৰিক ঘাটি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুন : চীনে কম্বোডিয়াত সামৰিক ব্যৱহাৰৰ বাবে নৌসেনাৰ সুবিধা হোৱাকৈ পৰিকাঠামো নিৰ্মাণ কৰি আছে; যিটো দেশখনে বহিঃৰাষ্ট্ৰত নিৰ্মাণ কৰা দ্বিতীয়টো এনে ঘাটি। দ্য ৱাশ্বিংটন পোষ্টৰ বাতৰি অনুসৰি এই সামৰিক ব্যৱস্থা থাকিব…
সাত দশকৰ দীপ্ত মধুৰ শাসনেৰে উজ্জ্বল বাকিংহামৰ সিংহাসন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুন : সিংহাসনতেই কটাই দিলে জীৱনৰ ৭০টা বছৰ ! অনেকেই হয়তো ৭০ বছৰ আয়ুসেই পোৱা নাই! এনে এক ব্যক্তিত্বক লৈয়েইতো চর্চা আৰু উদ্বেল উদযাপনৰ স্রোত বৈ যাব। গৈছেও। বিশ্বজুৰি ৰাণী দ্বিতীয় এলিজাবেথৰ শাসনৰ প্লেটিনাম জুবিলীক…
৩৪০০ বছৰ প্ৰাচীন চহৰ আৱিষ্কাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : প্ৰায় ৩৪০০ বছৰ পুৰণি বুলি অনুমান কৰা ইৰাকৰ এখন প্ৰাচীন চহৰ দেশখনৰ কুৰ্দিস্তান অঞ্চল কেমুনেত উদ্ধাৰ কৰা হৈছে। এই প্ৰাচীন চহৰখন হঠাৎ আৱিষ্কাৰৰ আঁৰৰ কাৰণ আচলতে খৰাঙৰ ফলত ইৰাকৰ সৰ্ববৃহৎ জলাশয়টোৰ জলস্তৰ হ্ৰাস…
কফি কাপত চুমুক ! এস্প্ৰেছ’ মেচিনৰ পিতৃলৈ গুগলৰ সন্মান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : এস্প্ৰেছ’ মেচিনৰ গডফাদাৰ বুলি গণ্য কৰা উদ্ভাৱক এঞ্জেলো মৰিঅণ্ডোৰ ১৭১ সংখ্যক জন্ম জয়ন্তী গুগলে আজি এক কলাত্মক ডুডলৰ জৰিয়তে উদযাপন কৰিছে। উল্লেখ্য যে, ১৮৮৪ চনত আটাইতকৈ প্ৰাচীন এস্প্ৰেছ’ মেচিনটোৰ পেটেণ্টৰ বাবে…
চৰাইৰ বাবেই সলনি হ’ল এখন দেশৰ নাম
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুনঃ এখন দেশৰ নামেই সলনি হৈ গ'ল! সলনি হৈ গ'ল মাত্ৰ এবিধ চৰাইৰ বাবেই। দেশখনৰ নাম গোটেই বিশ্বতে সমাদৃত। বিশ্বৰ ইতিহাস আৰু সংস্কৃতিত এই দেশৰ বিপুল উপস্থিতি। দেশখনক আমি সকলোৱে জানো তুৰস্ক…
৮৩ বছৰতো দুৰ্দান্ত জাপানৰ কেনিচি হ’ৰি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুনঃ যোৱা ৪ জুন, শনিবাৰে পুৱা প্ৰশান্ত মহাসাগৰৰ সিপাৰৰ পৰা এককভাৱে, একেৰাহে ভ্ৰমণ কৰি জাপানত উপস্থিত হয় এজন ৮৩ বছৰীয়া নাৱৰীয়া (yachtsman)। তেওঁ এই কৃতিত্ব অৰ্জন কৰা এতিয়ালৈকে আটাইতকৈ বয়সস্থ ব্যক্তি…
সন্দেহজনক চৰাইৰ প্ৰৱেশ পাকিস্তান সীমান্তৰে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুন : ভাৰত-পাকিস্তান সীমান্তৱর্তী এলেকাত এটা পৰিভ্ৰমী চৰাই উদ্ধাৰক ঘেৰি চাঞ্চল্য বিয়পিছে। জনা গৈছে যে, চৰাইটো পাকিস্তানৰ সীমান্ত অতিক্ৰমি ভাৰতত প্রৱেশ কৰিছে। পৰিভ্ৰমী চৰাইটো ‘গুপ্তচৰ’ হ'ব পাৰে, এই…
এমাহতে ফেচবুকত ৫৩,২০০ টা, ইনষ্টাগ্ৰামত ৭৭,০০০ টা ঘৃণা বিয়পোৱা পোষ্ট
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ক্ৰমাৎ বৃদ্ধি পাইছে সামাজিক মাধ্যম ফেচবুক আৰু ইনষ্টাগ্ৰামত ঘৃণা, হিংসা-বিদ্বেষ আৰু উচটনিমূলক কাৰ্যকলাপ। যোৱা ৩১ মে' তাৰিখে প্ৰকাশ কৰা 'মেটা'ৰ এখন প্ৰতিৱেদনত এই তথ্য সদৰী কৰা হৈছে। তথ্য অনুযায়ী যোৱা এপ্ৰিল…