Browsing Category

আন্তঃৰাষ্ট্ৰীয়

নগ্নতা যেতিয়া প্রতিবাদৰ ভাষা

দাদুল দেৱকৃষ্ণ বৰুৱানগ্নতা। প্রতিবাদৰ অন্য এক ভাষা। তথাকথিত সভ্য সমাজে আদিকালৰ পৰা যি ঢাকিবলৈ শিকিছে তাকেই বুকু ফালি প্রকাশ্যে মেলি ধৰা। বেপৰোৱাগিৰিৰ শেষ কথা। নগ্ন হৈ কৰা প্রতিবাদৰ নতুনকৈ খবৰ আহিছে কান চলচ্চিত্রোৎসৱৰ সৌজন্যত।…

ভাৰতত জাপানী বিনিয়োগৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ তৎপৰতা

শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ মে' জাপানী প্ৰধানমন্ত্ৰী ফুমিয়' কিছিডাৰ আমন্ত্ৰণ ক্ৰমে আৰু কোৱাড ২০২২ সন্মিলনত অংশগ্ৰহণৰ বাবে টকিয়'ত উপস্থিত হৈয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্যস্ততাপূৰ্ণ সূচীৰ পাতনি মেলে। আজি প্ৰধানমন্ত্ৰী গৰাকীয়ে…

ভাৰতৰ ‘আশা’লৈ ‘গ্ল’বেল হেল্থ লীডাৰ্ছ এৱাৰ্ড’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ মে' : বিশ্ব স্বাস্থ্য সন্মিলনত ভাৰতৰ 'আশা' (ASHA)ই লাভ কৰিছে গ্ল'বেল হেল্থ লীডাৰ্ছ বঁটা। ভাৰতীয় আশাৰ উপৰি উক্ত বঁটা লাভকৰাসকলৰ ভিতৰত আছে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আফগানিস্তানৰ তাখাৰ আৰু কুণ্ডুজ প্ৰদেশত সশস্ত্ৰ…

এটা চৰ আৰু এগৰাকী নগ্ন তৰুণী

দাদুল দেৱকৃষ্ণ বৰুৱাঘটনা দুটা। দুয়োটাই প্রতিবাদ। এটা ব্যক্তিগত স্তৰৰ। দ্বিতীয়টো দেশীয় স্তৰৰ। কাকতালীয়। কিন্তু দুয়োটা ক্ষেত্রতেই প্রতিবাদ জনোৱাৰ পৰিসৰো একেই ৰকমৰ। দুয়োটা ঘটনাই আন্তর্জাতিক চলচ্চিত্রৰ তথাকথিত ‘জনপ্রিয়’ মঞ্চ।গোটেই…

অফুৰন্ত স্বাধীনতাৰে আকাশত উৰিল চৌদি মহিলা

শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ মে' : তালিবান শাসিত আফগানিস্তানৰ বিপৰীতে ৰক্ষণশীল চৌদি আৰৱত এতিয়া নাৰীৰ স্বাধীনতাৰ জয়গান গোৱাৰ সময়। দেশখনত পুৰুষৰ সমানেই নাৰীয়েও কৰ্মক্ষেত্ৰত এতিয়া মুকলিমূৰীয়াকৈ অংশগ্ৰহণৰ যথেষ্ট সুযোগ লাভ কৰিছে, যিটো…

আৰ্চাৰী বিশ্বকাপত ভাৰতৰ সোণঃ বিশ্বক্ৰীড়াত ভাৰতীয়ৰ দমনীয় প্ৰদৰ্শন অব্যাহত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : আন্তর্জাতিক মঞ্চত শাসন চলিছে ভাৰতীয় ক্রীড়াবিদৰ। যোৱা দেওবাৰে ইন্দোনেছিয়াক হৰুৱাই টমাছ কাপ বেডমিন্টনত প্রথমবাৰৰ বাবে ভাৰতক চেম্পিয়ন কৰিছিল কিদম্বি শ্রীকান্ত, এইচ এছ প্রণয়হঁতে। সেই ধাৰা বজাই ৰাখি দ্বিতীয়টো…

১১খন দেশত মাংকীপক্সৰ আতংকঃ ভাৰতকো সতর্ক কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা জাৰি কৰা হৈছে বিশেষ সতর্ক বার্তা। ১১খন দেশত মাঙ্কীপক্সৰ ৮০টা কেচ নিশ্চিত কৰা হৈছে। কেনেকৈ বিয়পিছে মাঙ্কীপক্স, ইয়াৰ প্রাদুর্ভাৱৰ মাত্রা আৰু কাৰণ আৰু ভালকৈ বুজাৰ বাবে কাম…

ডাভ’ছত আজিৰে পৰা আৰম্ভ ‘ৱৰ্ল্ড ইক’নমিক ফ’ৰাম’ৰ সন্মিলন

শতাব্দ বিশেষ প্ৰতিনিধি, ২২ মে' :ক'ভিড মহামাৰীৰ পাছত দুবছৰৰ অন্তত আজিৰে পৰা ছুইজাৰলেণ্ডৰ মনোমোহা স্কি ৰিজৰ্ট নগৰ ডাভ'ছত অনুষ্ঠিত হৈছে 'ৱৰ্ল্ড ইক'নমিক ফ'ৰাম'ৰ বাৰ্ষিক সন্মিলন। অহা ২৬ মে'লৈকে অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনখনত ৰাজনৈতিক,…

সদগুৰুৱে দেখুওৱা পথেৰে আহিছে সফলতা !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : ৫২ শতাংশ কৃষিভূমি ইতিমধ্যেই ক্ষয়প্রাপ্ত হৈছে গোটেই বিশ্বজুৰি। বিশ্বৰ মাটি সংকটৰ দিশত। সেয়ে জৰুৰী মনোযোগৰ প্রয়োজন। সেই প্রয়োজনৰ কথা সমুখত ৰাখি আৰম্ভ হৈছে সদগুৰুৱে দেখুওৱা পথেৰে Save Soil প্রজেক্ট।…