Browsing Category
আন্তঃৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস-২০২২.
আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস-২০২
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : প্ৰতি বছৰে ২২ মে’ত জৈৱ বৈচিত্ৰ্যৰ উদ্বেগ সম্পৰ্কে সজাগতা আৰু বুজাবুজিৰ বাবে আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘই নিৰ্দিষ্ট কৰা এই দিৱসৰ…
আসন্ন নেকি তৃতীয় বিশ্বযুদ্ধ ? সন্দেহৰ আৱৰ্তত আমেৰিকাৰ ভূমিকা
ৰাণু বৰুৱা, ২১ মে' :
ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ প্ৰায় তিনি মাহ উকলিবৰ হ'ল। কিন্তু যুদ্ধ শাম কটাৰ কোনো লক্ষণেই এতিয়ালৈকে দেখা নাই। ৰাছিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই ইটোৰ পাছত সিটো প্ৰস্তাৱ গ্ৰহণ কৰি আছে যদিও কাৰ্যত: যুদ্ধ অন্ত পেলোৱাৰ…
২১ মে’ত কিয় আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস
৩৫ খনতকৈও অধিক দেশত চাহ খেতিয়ে ১ কোটি ৩০ লাখতকৈ অধিক লোকৰ জীৱন- জীৱিকাৰ বাট মোকলাই আছে। ২০০৫ চনত ট্ৰেড ইউনিয়নে আৰম্ভ কৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসে চাহৰ স্বাস্থ্য উপকাৰিতা, অৰ্থনৈতিক গুৰুত্ব, আৰু সাংস্কৃতিক ঐতিহ্য উদযাপন কৰে।…
ভাৰতত অভিলেখ পৰিমাণৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ
শতাব্দ বিশেষ প্ৰতিনিধি আৰু শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' :
সৰ্বকালৰ অভিলেখ ভঙ্গ কৰি ভাৰতে ২০২১-২২ বিত্তীয় বৰ্ষত ৮৩.৫৭ বিলিয়ন ডলাৰৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে কালি প্ৰকাশ…
ৰেলেৰে বাংলাদেশলৈ যায় যদি সাজু হওঁক
শতাব্দ বিশেষ প্ৰতিনিধি, ২০ মে' :
সকলো ঠিকেই থাকিলে অহা ২৯ মে'ৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত যাত্ৰীবাহী ৰে'ল চলাচল পুনৰ আৰম্ভ হ'ব। ইতিমধ্যে ভাৰতীয় ৰে'ল ব'ৰ্ডে ইয়াৰ বাবে জাননী জাৰি কৰিছে। ক'ভিড সংক্ৰমণৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা এই ৰে'ল…
যুদ্ধৰ প্রভাৱ ভাৰতীয় অর্থনীতিতঃ বিগত বছৰৰ তুলনাত কমিল অর্থনৈতিক বৃদ্ধি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ মে' : ইউক্রেইনৰ যুদ্ধই সমগ্ৰ বিশ্বৰ জিডিপিৰ ওপৰত প্রভাৱ পেলাইছে। স্বাভাৱিকতে তাৰ প্রভাৱ ভাৰততো পৰিছে। কাৰণ এই বছৰ ভাৰতৰ ডিডিপি বাঢ়িলেও সেয়া মাত্র ৬.৪ শতাংশ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। বিগত বছৰৰ তুলনাত…
