Browsing Category

উত্তৰ পূৰ্বাঞ্চল

উত্তৰ পূৰ্বাঞ্চলৰ কৃষকৰ বাবে স্থাপন হব চেটেলাইট : কিৰেন ৰিজিজু

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ জুলাই : ইছৰ'ৰ বিজ্ঞানীক ধন্যবাদ জনালে কেন্দ্ৰীয় Earth Science মন্ত্ৰী কিৰেন ৰিজিজুৱে। আজি তেজপুৰত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে কয় যে এই চন্দ্ৰ যান সফলতাৰে চন্দ্ৰ পৃষ্ঠত অৱতাৰণ কৰাৰ বাবে তেওঁ প্ৰাৰ্থনা জনায় কয়…

ডালচেনি বুলি আমি খাইছো কি ? বৰবিহ ’কেচিয়া’ নে ’তাজ’ !

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৩ জুলাই : মানৱ শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা মছলা হিচাপে সৰ্বজন ব্যৱহৃত ডালচেনিৰ নামত আচলতে আমি কি খাই আছো ? সাধাৰণ লোকৰ অজ্ঞতাৰ সুযোগ গ্ৰহণ কৰি এচাম মুনাফালোভী ব্যৱসায়ীয়ে আমাক আভুৱা ভাৰি ডালচেনিৰ…

ধেমাজিত অৰুণাচলীয়ে অসমীয়াক হত্যা কৰাৰ ঘটনাৰ সন্দৰ্ভত ৫ অৰুণাচলীক গ্ৰেপ্তাৰ

ঘটনাস্থলীত দল-সংগঠনৰ প্ৰতিবাদ লখিমপুৰতো ১৩ টা দল- সংগঠনৰ প্ৰতিবাদ শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৬ জুনঃ ধেমাজি জিলাৰ বৰদলনি জয়ৰামপুৰৰ সমীপৱৰ্তী পাণবাৰীৰ কেচাই খাটনিত সোমবাৰে অসমৰ ভূমিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ পুলি ৰুই থকা…

অসম-অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰ পাণবাৰীত ৰক্তাক্ত পৰিস্থিতি

অৰুণাচলী দুৰ্বৃত্তই গুলিয়াই নিহত কৰিলে দুজনক, আহত দুজন তিনিজনক অপহৰণ শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ ৫ জুনঃ অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্ত্তী ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়ৰামপুৰৰ পাণবাৰী কেঁচাই খাটনিত আজি সীমাক লৈ…

অৰুণাচলীৰ গুলীত অসমৰ দুজন লোক নিহত

অৰুণাচললৈ ঘূৰাই পঠালে শতাধিক বাহনঃ অৰুণাচলী মহিলা আহতঃ গোগামুখত অৰুণাচলী কাণ্ডৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ শ লোকঃ অৰুণাচল আৰক্ষীলৈ চোচাঃ সীমান্তৰ ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰক, দোষীক কঠোৰ শাস্তি দিয়কঃ সদৌ অসম ছাত্ৰ সন্থাঃ লখিমপুৰত যুৱ-ছাত্ৰ…

সাংবাদিক মুকুটৰাজ শৰ্মাক উত্তৰ পূৰ্বাঞ্চল সাংবাদিক ফৰামৰ সমন্বয়ক নিযুক্তি

গুৱাহাটী, ২ জুনঃ উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ সাংবাদিকসকলৰ অধিকাৰ, ন্যায্যপ্ৰপ্তিৰ হকে একত্ৰিতভাৱে সংগ্ৰামখন আগুৱাই নিয়াৰ বাবে ভাৰতীয় বাৰ্তাজীৱী মহাসংঘ তথা আই এফ ডব্লিউ জেই সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি আজি গঠন কৰা হৈছে উত্তৰ…

অৰুণাচলত অপহৰণকাৰীৰ গুলীত আহত বিজেপি নেতাৰ গাড়ীচালকৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩ মে’ : অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মমং গাঁৱৰ এটা পেট্ৰল ডিপোত যোৱা ২৬ এপ্ৰিলৰ নিশা সংঘটিত অপহৰণ কাণ্ডৰ সময়ত দুষ্কৃতিকাৰীৰ গুলীৰ আঘাতত গুৰুতৰভাৱে আহত অৰুণাচলৰ বিজেপি নেতা চাও জেনিয়া নামচুমৰ গাড়ীচালক মিঠাই…

অসম অৰুণাচল সীমান্তত যুদ্ধংদেহী মনোভাৱেৰে সাজু অৰুণাচলী-প্ৰশাসনঃ পুনৰ উত্তেজনা

কাকৈ সংৰক্ষিত বনাঞ্চলৰ ৫০ বিঘাৰো অধিক গছ-গছনি কাটি তহিলং অৰুণাচলী দুবৃৰ্ত্তৰ সীমান্তত অসমৰ ভূমিত স্থাপন কৰা বন শিবিৰ উঠাই নিয়াৰ হুংকাৰ অৰুণাচলীৰ ঘনে ঘনে সীমান্তত লখিমপুৰৰ উপায়ুক্ত-দণ্ডাধীশ অসমৰ ভূমিত থকা গছৰ শুকান ডাল এটা…

নতুন দিল্লীত সীমা সমস্যা সমাধানৰ বুজা-বুজি চুক্তিৰ এদিন পিছতে লখিমপুৰত বন বিষয়া-কৰ্মীলৈ অৰুণাচলীৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২২ এপ্ৰিলঃ নতুন দিল্লীৰ ছাউথ ব্লকত বৃহস্পতি বাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে বুজা-বুজিৰ চুক্তিত স্বাক্ষৰ হোৱা এদিন পাছতে লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত…