Browsing Category

উত্তৰ পূৰ্বাঞ্চল

নতুন দিল্লীত সীমা সমস্যা সমাধানৰ বুজা-বুজি চুক্তিৰ এদিন পিছতে লখিমপুৰত বন বিষয়া-কৰ্মীলৈ অৰুণাচলীৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২২ এপ্ৰিলঃ নতুন দিল্লীৰ ছাউথ ব্লকত বৃহস্পতি বাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে বুজা-বুজিৰ চুক্তিত স্বাক্ষৰ হোৱা এদিন পাছতে লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত…

তেজপুৰৰ ডায়মেনশ্যন একাডেমীলৈ চি এম এছিয়াৰ “নৰ্থ ইষ্ট লিডাৰশ্বিপ এৱাৰ্ড ২০২৩”

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ এপ্ৰিল : বিদ্যায়তনিক আৰু আন্ত:গাঁথনিৰ ক্ষেত্ৰত কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ বাবেই ২০১৪ চনত তেজপুৰৰ এগৰাকী উচ্চ শিক্ষিত, উদ্যমী যুৱক পংকজ দাসৰ তৎপৰতাত গঢ় লৈ উঠা "ডায়মেনশ্যন একাডেমী" নামৰ শিক্ষানুষ্ঠানখনে…

লখিমপুৰৰ বিশিষ্ট সমাজকৰ্মী ৰাজেশ মালপানীক গুৱাহাটীত ‘জনসেৱা’ বঁটা প্ৰদান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মাৰ্চঃ লখিমপুৰৰ বিশিষ্ট সমাজকৰ্মী, ব্যৱসায়ী ৰাজেশ মালপানীক ২৫ মাৰ্চত জনসেৱা বঁটা প্ৰদান কৰা হয়৷ উত্তৰ পূৰ্বাঞ্চল ভিত্তিত তেওঁ পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলনৰ পৰা এই বঁটা লাভ কৰে৷ উল্লেখ্য যে সমাজৰ…

উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমগৰাকী মহিলা ব্লেক বেল্ট ডিগ্ৰীৰে জিলিকিল তেজপুৰৰ নৱম শ্ৰেণীৰ মুকবধিৰ…

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২২ মাৰ্চ : জন্মগত বা অন্য শাৰীৰিক প্ৰতিবন্ধকতা প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে সেই কথাকে প্ৰতিপন্ন কৰি নৃত্য, চিত্ৰকলা, বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত ৰাজ্যিক পৰ্য্যায়ত কৃতিত্বৰ পৰিচয় দিবলৈ…

অৰুণাচলৰ পশ্চিম কামেংৰ নেচিফুত সুৰংগ নিৰ্মাণৰ কাম সমাপ্ত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মাৰ্চ: অৰুণাচল প্ৰদেশৰ ভাৰত- চীন সীমান্তলৈ যোৱা পশ্চিম কামেং জিলাৰ নেচিফু সুৰংগৰ নিৰ্মাণ সমাপ্তি ঘটিল। মে' মাহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সুৰংগ মুকলি কৰাৰ সম্ভাৱনা আছে। ভাৰত-চীন সীমান্তলৈ যোৱা…

অৰুণাচল প্ৰদেশত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্তঃনিহত দুই পাইলত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৬ মাৰ্চ : অৰুণাচল প্ৰদেশত পুনৰ দুৰ্ঘটনাত পতিত হৈছে দেশৰ সেনাৰ এখন চিতা হেলিকপ্টাৰ৷ প্ৰতিৰক্ষা বিভাগে নিশ্চিত কৰা তথ্য অনুসৰি এই দুৰ্ঘটনাত হেলিকপ্তাৰখনৰ দুইজন পাইলত লেফটেনেণ্ট কৰ্ণেল ভিভি ৰেড্ডীৰ লগতে সহযোগী…

নিচি জনগোষ্ঠীৰ নিয়’কুম উলু উৎসৱ

অৰুণাচলৰ দুইমুখত দেওবাৰে আয়োজিত নিচি জনগোষ্ঠীৰ নিয়'কুম উলু উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দুইমুখ, ২৬ ফেব্ৰুৱাৰী : অৰুণাচলৰ প্ৰদেশৰ দুইমুখত আজি আয়োজিত নিচি জনগোষ্ঠীৰ পৰম্পৰাগত নিয়’কুম য়ুলু উৎসৱত…

ভালুকপুঙত দিনজোৰা কাৰ্যসূচীৰে উদযাপন সীমান্ত মহোৎসৱ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৩০ জানুৱাৰীঃ শোণিতপুৰ আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা প্ৰশাসনৰ যৌথ উদ্যোগত দেওবাৰে ভালুকপুংস্থিত লাল বাহাদুৰ শাস্ত্ৰী হাইস্কুলৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে সীমান্ত মহোৎসৱ অনুষ্ঠিত কৰা হয় । দুয়োখন ৰাজ্যৰ…