Browsing Category
উত্তৰ পূৰ্বাঞ্চল
লখিমপুৰ, বিশ্বনাথ, পাপুমপাৰেৰ আন্তঃৰাজ্যিক সীমান্তৰ বিবদমান অংশক লৈ সহমতত উপনীত অসম-অৰুণাচল
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ইটানগৰ, ৯ জানুৱাৰী : লখিমপুৰ, বিশ্বনাথ, পাপুমপাৰে সংলগ্ন আন্তঃৰাজ্যিক সীমান্তৰ বিবদমান অংশৰ স্থায়ী সমাধান সূত্ৰ নিৰূপণৰ দিশত পাৰস্পৰিক বুজাবুজিৰ আধাৰত আজি অসম আৰু অৰুণাচল প্ৰদেশ উভয়ে সহমতত উপনীত হয়। লখিমপুৰ, শোণিতপুৰ…
চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে টঙালি বান্ধিব ৰে’ল শ্ৰমিকে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জানুৱাৰী : এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদৰ সভা ৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈকে বৰাক উপত্যকাৰ বদৰপুৰত অনুষ্ঠিত হ'ব । ৰে'ল শ্ৰমিক সংগঠনটোৰ এই কাৰ্য্যনিৰ্বাহক আৰু…
হাতী খেদিবলৈ চালোৱা গুলীৰ টুকুৰাই আঘাত কৰিলে যুৱকক
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭ ডিচেম্বৰ : তেজপুৰৰ পৰ্বতীয়াৰ এটা পাহাৰত আশ্ৰয় লৈ থকা এটা বনৰীয়া হাতী খেদিবলৈ গৈ তেজপুৰৰ বনকৰ্মীয়ে শূন্যলৈ কৰা গুলীচালনাত এজন যুৱক আহত হোৱাৰ অভিযোগ উঠিছে৷ কালি সন্ধিয়া প্ৰায় ৬-৩০ বজাত এই ঘটনাটো সংঘটিত হয়৷…
জামুগুৰিহাটত পথ দুৰ্ঘটনা : নিহত ১
জামুগুৰিহাট, ৭ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শান্তিপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এক পথ দুৰ্ঘটনাত ৰঞ্জিত শইকীয়া (৬০) নামৰ এজন লোকৰ মৃত্যু হয়। মৃত লোকজনৰ ঘৰ অঞ্চলটোৰ পাঁচিগাঁৱত। ব্যক্তিজনে চাইকেল চলাই কুসুমটোলালৈ আহি থকা…
তেজপুৰৰ মিছন চাৰিআলিত কেতিয়া নিৰ্মাণ হ’ব উৰণীয়া সেঁতু!
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ ডিচেম্বৰ : তেজপুৰৰ মিছন চাৰিআলিত দিনক দিনে যানজঁটৰ সমস্যা গুৰুতৰ হৈ অহাৰ সময়ত অতি প্ৰয়োজনীয় উৰণীয়া সেঁতুখনৰ আধাৰশিলা ২০২১ৰ এক জুলাইত স্থাপনৰ পাছতেই ৰাইজ উৎফুল্লিত হৈ পৰিছিল অচিৰেই এই গুৰুত্বপূৰ্ণ পথত যানজঁটৰ…
পৰ্যটকৰ বাবে মুকলি হ’ল চিজুচাৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ জীপ চাফাৰী
জামুগুৰিহাট : ১ ডিচেম্বৰঃ ৱেষ্ট কামেং জিলাৰ চিজুচাস্থিত ৱাইল্ড লাইফ অডিটৰিয়ামত মঙ্গলবাৰৰ পৰা তিনিদিনীয়া পৰ্যটনৰ ওপৰত বিশেষ কৰ্মশালা অনুিষ্ঠত হয় । অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য্য, জৈৱ বৈচিত্ৰৰ, সংৰক্ষণ কৰাৰ উদ্দেশ্য আগত ৰাখি অৰুণাচল…
যুৱক নিযুক্তিৰ কামত জড়িত পিএলএ কেডাৰ আটক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : মুখ্য কাৰ্যালয় ২১ ছেক্টৰৰ অসম ৰাইফলছৰ শ্ৰীকোনা বেটেলিয়নে মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক অসম ৰাইফলছ (পূব)ৰ তত্বাৱধানত আৰু মণিপুৰৰ কমাণ্ডোৰ সৈতে যৌথ অভিযানত অসম আৰু মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চলৰ যুৱক-যুৱতীক…
গুৱাহাটীত ৩ কোটিৰো অধিক মূল্যৰ গাঞ্জা জব্দ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : গুৱাহাটী মহানগৰীত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ গাঞ্জা। ২৯ নৱেম্বৰ মঙলবাৰে গুৱাহাটী আৰক্ষীয়ে জব্দ কৰে কমেও ৫০০ কেজি গাঞ্জা। জব্দ কৰা গাঞ্জাৰ মূল্য ৩ কোটিৰো অধিক বুলি অনুমান কৰা হৈছে। গড়চুক অঞ্চলত…
অৰুণাচল প্ৰদেশৰ ডনি প’ল’ বিমানবন্দৰৰ পৰা উৰিল প্ৰথমখন বিমান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : অৰুণাচল প্ৰদেশৰ ইটানগৰৰ সমীপৰ হোলংগীস্থিত ড’নি প’ল' বিমানবন্দৰৰ পৰা আজি সোমবাৰে (২৮ নৱেম্বৰ) প্ৰথমখন বিমান ফ্লেগ অফ কৰা হয়। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰথমখন বিমান…
৫৪ সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা পৰ্বতাৰোহণৰ নবীন প্ৰশিক্ষাৰ্থীৰ কলৰৱেৰে মুখৰিত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানা চৌহদৰ প্ৰয়াত ৰোহিনী কুমাৰ ভূঞা স্মাৰক শৈলক্ষেত্ৰ৷ উত্তৰ পূবৰ অন্যতম অগ্ৰণী…
