Browsing Category
উত্তৰ পূৰ্বাঞ্চল
৫৪ সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা পৰ্বতাৰোহণৰ নবীন প্ৰশিক্ষাৰ্থীৰ কলৰৱেৰে মুখৰিত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানা চৌহদৰ প্ৰয়াত ৰোহিনী কুমাৰ ভূঞা স্মাৰক শৈলক্ষেত্ৰ৷ উত্তৰ পূবৰ অন্যতম অগ্ৰণী…
ছদিনৰ অন্তত অসমে উঠাই ল’লে মেঘালয়লৈ যাতায়তৰ নিষেধাজ্ঞা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ নৱেম্বৰ : দেওবাৰে (২৭ নৱেম্বৰ) মেঘালয়লৈ যোৱা নিষেধাজ্ঞা অসমে প্ৰত্যাহাৰ কৰিছে। ৰাজ্য দুখনৰ আন্তঃৰাজ্যিক সীমান্তৰ মুক্ৰ' গাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছত ছদিন পূৰ্বে জাৰি কৰা মেঘালয়লৈ যোৱাৰ নিষেধাজ্ঞা অসমে উঠাই…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত সংবিধান দিৱস পালন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, লখিমপুৰ, ২৬ নৱেম্বৰ : আজি ২৬ নৱেম্বৰ শনিবাৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ভাৰতীয় সংবিধানত সন্নিৱিষ্ট নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ আহ্বানেৰে সংবিধান দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগ…
মেঘালয়লৈ অসমৰ লোকক নাযাবলৈ আৰক্ষীৰ পৰামৰ্শ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : আন্তঃৰাজ্যিক সীমান্তৰ বিবাদিত এলেকাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত ছজন লোকৰ মৃত্যু হোৱাৰ পাছত ২৬ নৱেম্বৰ শনিবাৰেও একেৰাহে পঞ্চম দিনৰ বাবে মেঘালয়লৈ অসমৰ মানুহ আৰু ব্যক্তিগত যান-বাহনৰ চলাচলত বাধা…
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনিত পৰিব পৰা প্ৰভাৱ লাঘৱ কৰিবলৈ আবণ্টিত ৪৭০ কোটি টকা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : ২০০০ মেগাৱাট শক্তিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনিৰ ফালে পৰিবপৰা প্ৰভাৱ লাঘৱ কৰিবলৈ যুটীয়া পৰিচালনা সমিতিৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰই ৪৭০ কোটি টকাৰ উন্নয়নৰ পেকেজত অনুমোদন জনাইছে। এন এইচ পি চিৰ এক…
অসম-মেঘালয় সীমা সম্পৰ্কীয় আলোচনাঃ শীঘ্ৰেই হ’ব পৰৱৰ্তী ৰাউণ্ড
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ২৭ অক্টোবৰত কয় যে অহা কেইসপ্তাহমানৰ ভিতৰত অসমৰ সৈতে সীমান্ত বিষয়ক লৈ পৰৱৰ্তী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ’ব। দুর্গাপূজা আৰু দীপাৱলী বন্ধৰ বাবে দুয়োখন ৰাজ্যৰ মাজত…
অৰুণাচলত দুমাহে সন্ধানহীন দুই যুৱকঃ চীনা সেনাই অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ অক্টোবৰ : প্ৰায় দুমাহ ধৰি সন্ধানহীন হৈ আছে অৰুণাচলৰ দুজন যুৱক। চীন সীমান্তৰ ওচৰৰ অঞ্চলৰ পৰা নিৰুদ্দেশ হয় এওঁলোক। ঔষধি উদ্ভিদ বিচাৰি হাবিত প্ৰৱেশ কৰাৰ পিছৰ পৰাই নিখোজ হৈ থকা বুলি জানিব পৰা গৈছে। সন্ধানহীন…
লখিমপুৰত অসম-অৰুণাচলৰ মন্ত্ৰীৰ উপস্থিতিত সীমা সমস্যাৰ গুৰুত্বপূৰ্ণ বৈঠক
সীমা সমস্যাটো আমি পৰিয়ালৰ দৰে সমাধান হোৱাটো বিচাৰিছো- মন্ত্ৰী সঞ্জয় কিষাণ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১১ অক্টোবৰঃ অসম-অৰুণাচলৰ সীমা সমস্যা সন্দৰ্ভত আজি লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত দুয়োখন ৰাজ্যৰ দুই মন্ত্ৰীৰ উপস্থিতিত এক সৌহাদ্যপূৰ্ণ…
আজিৰে পৰা বালিপৰা,চাৰিদুৱাৰ,ভালুকপুং,টাৱাং সংযোগী পথৰে যাতায়াত বন্ধ ঘোষণা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১১ অক্টোবৰ : শোণিতপুৰৰ বালিপৰা তথা চাৰিদুৱাৰ আৰু পশ্চিম অৰুণাচল প্ৰদেশৰ ভালুকপুং, টাৱাং সংযোগী পথটো আজিৰে পৰা বন্ধ ঘোষণা কৰিছে পশ্চিম কামেং জিলাৰ প্ৰশাসনে৷এক জৰুৰী নিৰ্দেশনাৰ দ্বাৰা জিলা প্ৰশাসনে উক্ত পথৰে…
কয়লা মাফিয়াক নাকী লগোৱাৰ চেষ্টা অৰুণাচলৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ অক্টোবৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ অবৈধ কয়লাখনিত চোৰাং কয়লা মাফিয়াৰ নিৰ্দেশত খনন চলাবলৈ গৈ নিৰীহ শ্ৰমিক কৰুণভাৱে মৃত্যুমুখত পৰাৰ ঘটনা ধাৰাবাহিকভাৱে সংঘটিত হৈ অহাৰ পাছতো অসম চৰকাৰ, জিলা…
