Browsing Category
উত্তৰ পূৰ্বাঞ্চল
কলীয়াভোমোৰাৰ কাষৰ দ্বিতীয়খন দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ: উদ্বোধনৰ বাবে সাজু
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ছেপ্টেম্বৰঃ তেজপুৰৰ ভোমোৰাগুৰি আৰু নগাঁৱৰ কলিয়াবৰ সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে৷ অহা মাহত দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ সম্ভাৱনা আছে৷ উল্লেখযোগ্য যে,গেমন…
অৰুণাচলত নিয়োজিত M777 হাউৱিটজাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ ছেপ্টেম্বৰ: আমেৰিকাৰ পৰা আমদানি কৰা হাউইজাৰ অৰুণাচলত মোতায়েন কৰা হৈছে। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনা বাহিনীক প্ৰতিহত কৰাৰ বাবে এই বিশেষ পদক্ষেপ। মেজৰ জেনেৰেল এম এছ বেইনছে কয় যে এম ৭৭৭ আল্ট্ৰা লাইট হাউইটজাৰে…
অসমৰ এক ইঞ্চি মাটিও অৰুণাচলক এৰি দিয়া নহ’বঃ অসমীয়া যুৱ মঞ্চ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৪ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰশাসনে অসমৰ ভূমিত শনিবাৰে অবৈধ ভাৱে তম্বু স্থাপন কৰাক লৈ আজি সৰৱ হৈ পৰে অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটো। সংগঠনটোৱে আজি বিয়লি অসম অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ নাওবৈচাৰ ভিতৰিপামৰ শুকান…
লখিমপুৰ-পাপুমপাৰে জিলাৰ বিবদমান সীমান্ত পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত- অৰুণাচলৰ শিক্ষা…
উত্তৰ লখিমপুৰ, ৩ ছেপ্টেম্বৰ: আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে আন্তঃৰাজ্যিক সীমা-সমস্যাৰ স্থায়ী সমাধান-সূত্ৰ নিৰূপণৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে লোৱা শেহতীয়া যৌথ উদ্যোগৰ অংশ হিচাপে দুয়োখন ৰাজ্যৰ মন্ত্ৰীস্তৰীয় সীমা পৰ্যবেক্ষণ…
১০০ বছৰ পাছত নাগালেণ্ডত দ্বিতীয়টো ৰে’ল ষ্টেচন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ আগষ্ট : আজিকালি ৰে'ল যাত্ৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। কাৰণ দেশৰ পৰিবহণ ব্যৱস্থাৰ অন্যতম মূল স্তম্ভ হ’ল ৰে’ল সেৱা৷। সেইবাবেই যাত্ৰীসকলে দৈনন্দিন ভ্ৰমণৰ লগতে দীৰ্ঘ দূৰত্ব ভ্ৰমণৰ বাবে ভাৰতীয় ৰে’লৱেক বিশ্বাস…
অসম-অৰুণাচলৰ সীমা সমস্যাৰ বৈঠক আধৰুৱাঃ নোলাল কোনো সামাধান সূত্ৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ আগষ্টঃ নামচাই ঘোষণা পত্ৰৰ আধাৰত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া সমিতিখনৰ আজি এখন গুৰুত্বপূৰ্ণ বৈঠক গেৰুকামুখৰ এন এইচ পি চিত অনুষ্ঠিত হয় ৷ ইয়াৰ পূৰ্বে…
নামচাই ঘোষণাঃ অৰুণাচল প্ৰদেশৰ ভালুকপুঙত অৰুণাচল প্ৰদেশ-অসম সীমান্ত বিষয়ক আঞ্চলিক সমিতিৰ বৈঠক
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭ আগষ্ট: নামচাই ঘোষণাৰ আধাৰত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা অসমৰ ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ আঞ্চলিক সমিতি আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ আঞ্চলিক সমিতিৰ মাজত…
অভিনেত্রী জ্ঞানদা কাকতিক ‘সাংস্কৃতিক সাংবাদিক সন্থা অসম’ৰ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ আগষ্টঃ 'সাংস্কৃতিক সাংবাদিক সন্থা অসম'ৰ তৰফৰ পৰা আজি অসমৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিক শ্বিলঙৰ অকলেণ্ডস্থিত তেওঁৰ বাসভৱনত সম্বৰ্ধনা জনোৱা হয়। সন্থাৰ তৰফৰ পৰা উপদেষ্টা কমল লোচন দাস, সভাপতি বিতোপন বৰবৰা,…
দুই যুৱকৰ অসম-অৰুণাচলৰ সমন্বয় চাইকেল যাত্রাক লখিমপুৰত সাদৰ আদৰণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ আগষ্টঃ অসম সাহিত্য সভাৰ সভাপতি পদৰ অন্যতম প্ৰাৰ্থী বিশিষ্ট সাহিত্যিক তথা পদ্মশ্ৰী য়েছে দৰজে ঠংছিৰ সমৰ্থনত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কালিৰে পৰা অৰুণাচলৰ পূৱ চিয়াং জিলা পাছিঘাটৰ পৰা অসমৰ ধেমাজি, লখিমপুৰ হৈ ইটানগৰ-…
অসম-অৰুণাচল সদ্ভাৱ চাইকেল যাত্ৰাৰ ধেমাজিত প্ৰৱেশ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ আগষ্টঃ অসম সাহিত্য সভাৰ সভাপতি পদৰ অন্যতম প্ৰাৰ্থী য়েছে দৰজে ঠংচিৰ সমৰ্থনত আৰু অসম-অৰুণাচলৰ ভ্ৰাতৃত্ববোধ শক্তিশালী কৰাৰ স্বাৰ্থত আবিদ আজাদ নামৰ যুৱকজনে আৰু এজন সতীৰ্থ চফিউজ জামানৰ সৈতে আজি পুৱা পাছিঘাটৰ পৰা…
