Browsing Category
উত্তৰ পূৰ্বাঞ্চল
অসম-অৰুণাচল সীমা বিবাদ অন্ত পৰাৰ দিশে : মন্ত্রী অতুল বৰাৰ সংবাদমেল
দুয়োখন ৰাজ্যৰ ১২ খনকৈ আঞ্চলিক সমিতিয়ে যুটীয়াভাৱে সংশ্লিষ্ট বিবাদ মান এলেকা ৩১ আগষ্টৰ ভিতৰত পৰিদৰ্শন কৰি ১৫ ছেপ্তেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীক প্ৰতিবেদন দাখিল কৰিব। প্ৰতিবেদনৰ ভিত্তিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী আলোচনাত মিলিত হৈ…
টাৱাঙত জব্দকৃত ইন্ধনৰ টেংকাৰকলৈ ৰহস্য
শতাব্দ প্ৰতিনিধি তেজপুৰ ৬আগষ্ট: ৰাজ্যৰ পৰা অৰুণাচল প্ৰদেশলৈ গুৰুত্বপূৰ্ণ কাৰণত সৰবৰাহ হোৱা মূল্যৱান ইন্ধন এটা চক্ৰই গোপনে ক’লা বজাৰত বিক্ৰী কৰাৰ এক আশংকা বৃদ্ধি পাইছে৷ বিষয়টোকলৈ সেনাৰ আৰক্ষী তথা টাৱাং আৰক্ষীয়ে শেহতীয়া এক অনুসন্ধান আৰম্ভ কৰা…
শীঘ্ৰেই উদ্বোধন হ’ব হোলেঙী গ্ৰীণফিল্ড বিমানবন্দৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্ট : অৰুণাচল প্ৰদেশৰ ইটানগৰৰ সমীপত হোলেঙী গ্ৰীণফিল্ড বিমানবন্দৰ শীঘ্ৰেই উদ্বোধন কৰা হ’ব। এই কথা ভাৰতৰ বিমানবন্দৰ কৰ্তৃপক্ষই জনাইছে। ৬৮৫ একৰ ভূমিত নিৰ্মাণ কৰা এই বিমানবন্দৰটোৰ আনুমানিক ব্যয় ৬৬০ কোটি টকা।…
অসম-অৰুণাচল সীমান্তত হ’ব অস্থায়ী চেকপইণ্ট
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ আগষ্টঃ অসম-অৰুণাচল প্ৰদেশ সীমান্তত অস্থায়ী চেকপইণ্ট স্থাপন কৰিবলৈ ৰাজ্যৰ আবকাৰী বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চুবুৰীয়া ৰাজ্যখনত নিৰ্মিত সুৰাৰ অবৈধ প্ৰৱেশ নিৰীক্ষণৰ…
কেএলঅ’ৰ মুৰব্বী জীৱন সিঙে অডিঅ’ বাৰ্তাত কি কৈছে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : উত্তৰ বংগ আৰু অসমৰ উগ্ৰপন্থী সংগঠন কামতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ মুৰব্বী জীৱন সিঙে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটা অডিঅ’ বাৰ্তা প্ৰেৰণ কৰি শান্তি আলোচনাত বহাৰ প্ৰস্তাৱ আগবঢ়াইছে। জীৱনে এক মিনিট…
জালনোট নিবলৈ আহি নাটকীয়ভাৱে আৰক্ষীৰ জালত পৰিল সাংসদ তাপিৰ গাৱৰ ভাতৃ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ গুৱাহাটীলৈ আহি নিখোজ হোৱা অৰুণাচলৰ সাংসদ তাপিৰ গাৱৰ ভাতৃ অৱশেষত পানবজাৰৰ হোটেলত উদ্ধাৰ হ'ল যদিও পোহৰলৈ আহিল আন এক অধ্যায়। উল্লেখ যে গুৱাহাটীলৈ আহি নিৰুদ্দেশ হৈছিল অৰুণাচলৰ সাংসদ তাপিৰ গাৱৰ ভাতৃ…
অৰুণাচলত নিৰুদ্দেশ হোৱা অসমৰ শ্ৰমিক সন্দৰ্ভত নেমছুৰ গুৰুতৰ অভিযোগ: চিবিআইৰ তদন্তৰ দাবী
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮জুলাই: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কুৰুংকুমে জিলাত নিৰুদ্দিষ্ট অসমৰ কোকৰাঝাৰ, বাক্সা আৰু বৰপেটাৰ ১৯ জনকৈ শ্ৰমিকৰ ওপৰত নিৰ্যাতন চলাৰ বাবেহে তেওঁলোকে ঘৰলৈ আহিবলৈ বিচাৰিছিল বুলি অভিযোগ উঠিছে। এই সন্দৰ্ভত আনকি…
অৰুণাচলত হেৰুৱা মিথুন বিচাৰিব যন্ত্ৰই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ অৰ্ধ ঘৰচীয়া গৰুৰ প্ৰজাতি মিথুন মিথুন (bros frontalis)ৰ সন্ধান আৰু স্থান নিৰ্ণয় কৰিবলৈ এটা যন্ত্ৰ প্ৰস্তুত কৰা হৈছে। 'মিথুন ট্ৰেকিং কলাৰ' নামৰ এই…
পাঁচ ভাৰতীয় জলাশয়ক ৰামছাৰ ছাইটৰূপে স্বীকৃতি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুলাই : ৰামছাৰ সন্মিলনৰ অধীনত আৰু পাঁচটা ভাৰতীয় স্থানক আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয় হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰে তিনিটা জলাশয় তামিলনাডুত আৰু এটাকৈ মিজোৰাম আৰু মধ্যপ্ৰদেশত আছে, যাৰ ফলত দেশখনত…
উত্তৰ বংগ, ছিকিমৰ পিছত অৰুণাচল পালেহি নাইৰোবি ফ্লাই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : ছিকিম, উত্তৰ বংগ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছত নাইৰোবি ফ্লাই নামৰ মাখিবিধ লাহে লাহে অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। ৰাজ্যখনৰ ৰামকৃষ্ণ মিছন হাস্পতালৰ…
