Browsing Category

উত্তৰ পূৰ্বাঞ্চল

অৰুণাচলত পথ নিৰ্মাণৰ বাবে বি আৰ অ’ই ব্যয় কৰিব ১,৪০০ কোটি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : দেশৰ সীমান্তৱৰ্তী অঞ্চলত পথ নিৰ্মাণকাৰ্য্যত নিয়োজিত বৰ্ডাৰ ৰ’ডছ অৰগেনাইজেছন (বি আৰ অ’) নামৰ সংস্থাটোৱে অৰুণাচল প্ৰদেশত পথ নিৰ্মাণৰ বাবে এইটো বৰ্ষত প্ৰায় ১,৪০০ কোটি টকা ব্যয় কৰিব । উল্লেখ্য যে বি আৰ…

টিৰাপত দুৰ্ধৰ্ষ ই এন এন জি কেডাৰৰ মাৰণাস্ত্ৰসহ আত্মসমৰ্পণ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : ইষ্টাৰ্ণ নাগা নেশ্যনেল গৱৰ্ণমেণ্ট (ই এন এন জি) নামৰ সশস্ত্ৰ সংগঠনটোৰ এজন দুৰ্ধৰ্ষ সদস্যই মাৰণাস্ত্ৰসহ সোমবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত আত্মসমৰ্পণ কৰে । টিৰাপ জিলাৰ উপায়ুক্ত, অৰুণাচল আৰক্ষী আৰু ৬…

“লুলুম” জলপ্ৰপাত চাবলৈ শ শ লোকৰ স্ৰোত 

জামুগুৰিহাট : ৮ জুলাইঃ অৰুণাচল প্ৰদেশৰ 'লুলুম' জলপ্ৰপাতত এতিয়া দৈনিক সমাগত ঘটিছে শ শ লোকৰ। কামেং নদীৰ পাৰত অৱস্থিত এই জলপ্ৰপাতৰ সৌন্দৰ্য্য উপভোগ কৰিছে সকলোৱে । গৰমৰ বন্ধত পৰিয়াল স্বজনৰ লগত কামেং নদীৰ পাৰত অৱস্থিত জলপ্ৰপাত চাবলৈ ঢাপলি মেলিছে…

লখিমপুৰৰ ভূমিত অৰুণাচলীয়ে খান্দিছে বৃহৎ পুখুৰী, হাল বাই বেদখল কৰিছে কৃষি পথাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ জুলাইঃ  লখিমপুৰ জিলাত অৰুণাচলীৰ আগ্ৰাসন দিনক দিনে বৃদ্ধি পোৱাৰ লগতে এতিয়া অৰুণাচলীয়ে অসমৰ ৰাজহ ভূমিত কৃষি পথাৰ মুকলি কৰাৰ লগতে বৃহৎ বৃহৎ পুখুৰী খন্দি বেদখল আৰম্ভ কৰিছে। বিশেষকৈ সীমান্তৱৰ্তী তথা নাৰায়ণপুৰ ৰাজহ…

অৰুণাচলত ৰাষ্ট্ৰপতি পদৰ প্ৰ‍াৰ্থী দ্ৰৌপদী মুৰ্মুৰ নিৰ্বাচনী প্ৰচাৰ

গুৱাহাটী,৬ জুলাইঃ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি পুৱা অসমৰ পৰা ইটানগৰত উপস্থিত হয়। উল্লেখ যে মঙলবাৰে ত্ৰিপুৰা আৰু মণিপুৰত প্ৰচাৰ চলাই নিশা গুৱাহাটীত উপস্থিত হৈছিল ৰাষ্ট্ৰপতি পদৰ…

ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ ৰেংকিং-২০২১ৰ শীৰ্ষত মেঘালয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুলাই : মেঘালয়ে ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ ৰেংকিং-২০২১ত ‘বেষ্ট পাৰফৰ্মাৰ’ বঁটা লাভ কৰিছে। মেঘালয়ৰ উপৰি গুজৰাট আৰু কৰ্ণাটককো এই শাখাত এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে। ষ্টাৰ্ট-আপ ইক’চিষ্টেমক সমৰ্থন সম্পৰ্কীয় ৰাজ্যসমূহৰ…

ইলাচি উৎপাদনঃ উত্তৰ-পূবৰ আঠ খেতিয়কলৈ বঁটা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুনঃ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ইলাচি কৃষকসকলে মছলাৰ উৎপাদনত উল্লেখনীয় অগ্ৰগতি লাভ কৰাৰ লগতে ৰপ্তানিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা যোগাইছে। এই প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে আজি ৩০ জুনত উত্তৰ-পূৰ্বাঞ্চলৰ ৮ জন খেতিয়কক…

মণিপুৰত ভয়াৱহ ভূমিস্খলন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুনঃ মণিপুৰত ভয়ানক ভূমিস্খলন। ৰাজ্যখনৰ নোনী জিলাত সংঘটিত ভূমিস্খলনত কমেও ৬ জন লোকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত হৈছে ১৩ জন লোক। ২৩ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। সেনাই আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। স্থানীয়…

নামছাই দেশৰ শীৰ্ষ আকাংক্ষিত জিলা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : এপ্ৰিল মাহৰ ডেল্টা স্ক’ৰৰ ভিত্তিত নীতি আয়োগে শ্ৰেণীভুক্ত কৰা সামগ্ৰিক প্ৰদৰ্শনৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ নামছাই জিলাই দেশৰ শীৰ্ষ আকাংক্ষিত জিলাত স্থান লাভ কৰিছে। নামছায়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত লাভ কৰা…

দুৰ্গম আনিনীত সন্ধানহীন হোৱা তিনিচুকীয়াৰ শিশু উদ্ধাৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ জুন : অৱশেষত উদ্ধাৰ হ’ল অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাৰ আনিনীত ১৮ জুনত সন্ধানহীন হোৱা এটি শিশু । উল্লেখ্য যে উক্ত দিনা আনিনীত তিনিচুকীয়া জিলাৰ এটি শিশু নিজ পৰিয়ালৰ পৰা বিছিন্ন হোৱাৰ সম্ভেদ পোৱাৰ পাছতেই…