Browsing Category
উত্তৰ পূৰ্বাঞ্চল
দুৰ্গম আনিনীত সন্ধানহীন হোৱা তিনিচুকীয়াৰ শিশু উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ জুন : অৱশেষত উদ্ধাৰ হ’ল অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাৰ আনিনীত ১৮ জুনত সন্ধানহীন হোৱা এটি শিশু । উল্লেখ্য যে উক্ত দিনা আনিনীত তিনিচুকীয়া জিলাৰ এটি শিশু নিজ পৰিয়ালৰ পৰা বিছিন্ন হোৱাৰ সম্ভেদ পোৱাৰ পাছতেই…
ভাৰত চীন সীমান্তৰ পৰা তেজপুৰলৈকে আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২১জুন: অৰুণাচল প্ৰদেশৰ ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্তত দেশৰ সীমাৰ সুৰক্ষাত নিয়োজিত সেনাৰ লগতে তেওঁলোকৰ পৰিয়াল বৰ্গই আজি পালন কৰে অষ্টম সংখ্যক আন্তৰাষ্ট্ৰীয় যোগ দিৱস। অৰুণাচল প্ৰদেশৰ সেমেকা বতৰৰ মাজত তথা তেজপুৰস্থিত…
বৃষ্টিপাতঃ শুকুৰবাৰে মৌচিনৰামে নিজেই ভাঙিলে ৫৬ বছৰৰ অভিলেখ
শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ জুন : দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলত এতিয়া অবিৰাম বৃষ্টিপাতৰ যেন প্ৰতিযোগিতাহে হৈছে ! পাহাৰ-পৰ্বত, ভৈয়াম ক'তো বাকী নাই। আজি প্ৰায় এমাহমানৰ পৰাই নিৰৱিচ্ছিন্ন ভাবে অহা মুষলধাৰ বৰষুণৰ পানীৰ ধলে এই অঞ্চলটোত এফালৰ পৰা…
যিকোনো মুহূৰ্তত মেঘালয়ে এৰিব পাৰে পানী
মেঘালয়ৰ বৰাপানীত অৱস্থিত উমিয়াম লেকৰ পানীৰ জলস্তৰ বৃদ্ধি পোৱাত মেঘালয় চৰকাৰে অতিৰিক্ত পানী এৰিবলৈ বাধ্য হ’ব বুলি জাননী যোগে জনোৱা হৈছে। ৰিভ'ই জিলাৰ উপায়ুক্তই কামৰূপ মেট্ৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছে পত্র।…
মেঘালয়ত ভয়াৱহ ভূমিস্খলন, বৰাকৰে যোগাযোগ বিচ্ছিন্ন
ৰাষ্ট্ৰীয় ঘাইপথৰ সোনাপুৰ আৰু লুমছুলুমত পুনৰ ভূমিস্খলন। ভূমিস্খলনৰ ফলত কেইবা ফুট তলত আৱদ্ধ হৈছে কেইবাখনো বিলাসী বাহনসহ ট্ৰাক। ভূমিস্খলনে ভয়াৱহ ৰূপ লোৱাত অনিৰ্দিষ্টকালৰ কাৰণে বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল। স্থলপথৰ যোগাযোগ বৰাক, ত্ৰিপুৰা,…
তেজপুৰ বিশ্ববিদ্যালয়ৰ বিপদাপন্ন ভাষা কেন্দ্ৰত চাৰিখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি তেজপুৰ,১৪ জুন, তেজপুৰ বিশ্ববিদ্যালয়ত আজি চাৰিখনকৈ গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে আসন গ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক বিনোদ কুমাৰ জৈনে। সন্মানীয় অতিথি হিচাপে…
১৭ জুনলৈ প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনাঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰি
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ সোমবাৰৰ নিশাৰে পৰা অহা প্ৰৱল বৃষ্টিপাতৰ ফলত গুৱাহাটী মহানগৰী বিধ্বস্ত হৈ পৰিছে। ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্রা। সমগ্ৰ মহানগৰী কৃত্ৰিম বানৰ কৱলত পৰাৰ লগতে ভূমিস্খলনে ৪ জন লোকৰ প্ৰাণ কাঢ়িলে। আনহাতে…
কিউহি ফুলৰ দেশত ৰে’লৰ উকি !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুন : কিউহি ফুলৰ দেশ ক'হিমালৈকে চলিব ৰে'লগাড়ী। ব্ৰডগজ ৰে’ল সংযোগেৰে সকলো উত্তৰ-পূবৰ ৰাজধানীসমূহ সংযোগ কৰাৰ বাবে চৰকাৰৰ অভিলাষী পৰিকল্পনাৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত (এন এফ) ৰে’লৱেই ডিমাপুৰৰ পৰা নাগালেণ্ডৰ…
ম্যানমাৰৰ পৰা অৰুণাচলত প্ৰৱেশ কৰা ৫ দুৰ্ধৰ্ষ মণিপুৰী উগ্ৰপন্থী আটক
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ জুন : আছাম ৰাইফলছৰ চাংলাং বেটেলিয়ন আৰু স্থানীয় আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত দুদিন ধৰি চলোৱা তীব্ৰ অভিযানত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পৰা নিষিদ্ধ ঘোষিত সংগঠন পিপুলছ ৰিভলিউশ্বনেৰী পাৰ্টি অৱ কাংলেইপাক, ৰেড…
নগা সমস্যা : ডিমাপুৰত ক’ৰ কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৪ জুনঃ নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ ক্ষেত্রত এন এছ চি এন (আই এম ) আৰু ভাৰত চৰকাৰৰ মাজত বৰ্তমান সৃষ্টি হোৱা অচলাৱস্থাৰ বিষয়টোক আলোচনা কৰিবলৈ শুকুৰবাৰে নাগালেণ্ড চৰকাৰৰ ক'ৰ কমিটীৰ আহবান ক্ৰমে অসমৰ মুখ্যমন্ত্ৰী তথা…
