Browsing Category
উত্তৰ পূৰ্বাঞ্চল
বাংলাদেশৰ ছিলেটত আৰম্ভ BSF-BGB সীমা সমন্বয় সন্মিলন
কৰিমগঞ্জৰ পৰা ছৈয়দ মুজিব আহমেদ, ৩১মে: Inspectors General, মহা-পৰিদৰ্শক বি এছ এফৰ BSF – Region Commanders BGB পর্যায়ৰ সীমা সমন্বয় সন্মিলন ৩০ মেৰ পৰা ২ জুনলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে বাংলাদেশৰ ছিলেটত অনুষ্ঠিত হৈছে। ত্ৰিপুৰাৰ বি এছ এফ…
‘চেলা মেকাক’ : অৰুণাচলত নকৈ আৱিষ্কৃত বান্দৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ মে' : জুলজিকেল চাৰ্ভে অৱ ইণ্ডিয়া (ZSI)ৰ বিজ্ঞানীয়ে অৰুণাচল প্ৰদেশত আৱিষ্কাৰ কৰিছে এটা নতুন বান্দৰ প্ৰজাতি। ‘চেলা মেকাক’ (Macaca selai) বুলি নামকৰণ কৰা এই নতুন প্ৰজাতিটো ৰাজ্যখনৰ পশ্চিম আৰু মধ্য অঞ্চলত পোৱা গৈছে…
‘নগা জাতীয় পতাকা’ : কেন্দ্ৰৰ নাকচ, এন এছ চি এনৰ মতে আপোচ নহ’ব
শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে' : দীৰ্ঘদিনীয়া নগা সমস্যাটোৰ সমাধানৰ পথত আকৌ জটিলতাৰ সৃষ্টি হৈছে। শেহতীয়াকৈ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন(আই এম) এ তেওঁলোকৰ মুখপত্ৰ 'নাগালিম ভয়চ' ৰ মে' মাহৰ সংখ্যাত কৈছে যে, নগা জাতিৰ অবিচ্ছেদ্য 'নগা জাতীয়…
য়েছে দৰজে ঠংচিলৈ অসম সাহিত্য সভাৰ লুম্মেৰ দাই সাহিত্য বঁটা
অসম সাহিত্য সভাৰ অন্যতম এই বিশিষ্ট সন্মান লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ অৰুণাচল প্ৰদেশৰ প্ৰসিদ্ধ অসমীয়া সাহিত্যিক পদ্মশ্রী য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে। মঙলদৈত ১ জুনত অসম সাহিত্য সভাই তেওঁক এই বঁটা প্ৰদান কৰিব। বঁটাত আছে বঁটা…
পৰশুৰাম কুণ্ডলৈকে চলিব ৰে’ল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ মে' : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২২ মে' দেওবাৰে ঘোষণা কৰে যে, অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডক শীঘ্ৰেই ৰে’লপথৰ জৰিয়তে সংযোগ কৰা হ’ব। তেওঁ কয় যে, চৰকাৰে দেশৰ আন বহু ঠাইৰ দৰেই পৰশুৰাম কুণ্ডকো ৰে’লপথৰ জৰিয়তে…
তিনি মাহৰ ভিতৰত চাকমা আৰু হাজঙক নাগৰিকত্ব দিয়াৰ পক্ষত ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ
শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ মে:
ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে অৰুণাচল প্ৰদেশত বসবাস কৰি থকা চাকমা আৰু হাজং জনগোষ্ঠীৰ লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ কেন্দ্ৰীয় আৰু অৰুণাচল চৰকাৰক আহ্বান জনাইছে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ে ১৯৯৬ আৰু…
জলবিদ্যুৎ প্ৰকল্প : অৰুণাচল চৰকাৰৰ ওপৰত ক্ষুণ্ণ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ
শতাব্দ বিশেষ প্ৰতিনিধি, ২২ মে' :
বৃহৎ বৃহৎ জলবিদ্যুৎ প্ৰকল্প স্থাপনেৰে উন্নয়নৰ সৌধ গঢ়িবলৈ বদ্ধপৰিকৰ হোৱা অৰুণাচল প্ৰদেশ চৰকাৰৰ ওপৰত খড়্গহস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আৰু কেন্দ্ৰীয় বন, পাৰিপাৰ্শ্বিকতা, জলবায়ু পৰিৱৰ্তন…
ছিকিমত হ’ব আন্তঃৰাষ্ট্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা মহাবিদ্যালয় : সৰ্বানন্দ সোণোৱাল
শতাব্দ প্ৰতিনিধি গুৱাহাটী,২১ মে' : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ছিকিমত সোৱা ৰিগ্পা, আয়ুৰ্বেদ আৰু নেচাৰোপেথীকে ধৰি পৰম্পৰাগত ঔষধি তথা চিকিৎসা প্ৰণালীৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে কেইবাটাও…
২০২৩ চনত সমাধান হ’ব অসম-অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমা সমস্যা
ৰামকৃষ্ণ মিছন আশ্ৰমৰ স্বৰ্ণ জয়ন্তীত অংশগ্ৰহণ : মোডী চৰকাৰৰ ৮ বছৰত উত্তৰ-পূবৰ ৯০০০ যুৱকৰ অস্ত্ৰ ত্যাগ : উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে গৃহ মন্ত্ৰালয়ৰ তিনিদফীয়া এজেণ্ডাশতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ মে’ : ২০২৩ চনৰ ভিতৰতে অসম আৰু…
অৰুণাচলৰ নেচিফু সুৰংগ ছেপ্টেম্বৰত মুকলিৰ লক্ষ্য
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২০ মে' :
অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত নিৰ্মীয়মান তথা প্ৰতিৰক্ষা আৰু সৰ্বসাধাৰণৰ যাতায়াতৰ বাবে গুৰুত্বপূৰ্ণ নেচিফু সুৰংগৰ নিৰ্মাণৰ শেষ পৰ্যায়ৰ বাবে প্ৰয়োজনীয় অন্তিমটো বিস্ফোৰণ আজি সংঘটিত কৰা হয় । উল্লেখযোগ্য…
