Browsing Category
উত্তৰ পূৰ্বাঞ্চল
সুৰা নিষিদ্ধ নাগালেণ্ডত সুৰাপায়ীৰ সংখ্যা ৰাষ্ট্ৰীয় গড়তকৈ অধিক
শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ মে' : সুৰা নিষিদ্ধ নগাভূমিত সুৰাপায়ীৰ সংখ্যা ৰাষ্ট্ৰীয় গড়তকৈ অধিক। অলপতে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ - ৫ ৰ তথ্যৰ পৰা এই কথা প্ৰতীয়মান হৈছে। ২০১৯ চনৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈকে এই জৰীপ…
অৰুণাচলত ‘হিমালয়ান বাৰ্ড কাউণ্ট’ নথিভুক্ত হ’ল ৭০টা প্ৰজাতিৰ চৰাই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ মে' : অৰুণাচল প্ৰদেশত হিমালয়ান পক্ষী গণনাৰ (Himalayan Bird Count) সময়ত কমেও ৭০টা ভিন্ন প্ৰজাতিৰ চৰাই গণনা কৰা হয়। পশ্চিম প্ৰান্তৰ লাডাখৰ পৰা পূব প্ৰান্তৰ অৰুণাচল প্ৰদেশলৈকে এয়াই প্ৰথমবাৰৰ বাবে…
ৰাজ্যৰ ৫.১০ লাখ হিতাধিকাৰীয়ে লাভ কৰিব পি এম এ ৱাই জিৰ গৃহ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ মে' : প্রধানমন্ত্রী আৱাস যােজনা গ্রামীণৰ অধীনত ১৯ মে'ত ৰাজ্যখনৰ ৫ লাখ ১০ হেজাৰ হিতাধিকাৰীক গৃহ আবণ্টন পত্ৰ আৰু প্রথম কিস্তিৰ পুঁজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। এই উপলক্ষে সিদিনা পঞ্চায়ত আৰু গ্রামােন্নয়ন…
মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান
শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ মে' : ডাঃ এল আৰ বিষ্ণয়ক মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। পূৰ্বৰ মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান আৰ চন্দ্ৰনাথনৰ অৱসৰৰ চাৰে চাৰি মাহৰ পাছতহে ৰাজ্যখনত নতুন আৰক্ষী সঞ্চালক…
অৰুণাচলত ভাৰতৰ দ্বিতীয়টো বৃহত্তম নদীবান্ধ নিৰ্মাণৰ প্ৰস্তুতি
শতাব্দ বিশেষ প্ৰতিনিধি, ১৬ মে' : কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে অলপতে এটা সাক্ষাৎকাৰত ঘোষণা কৰিছে যে, অৰুণাচলৰ উচ্চাংশত অচিৰেই এটা বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। অৰুণাচল প্ৰদেশৰ আপাৰ ছিয়াং জিলাৰ…
বিপদ সীমাৰ ওপৰেৰে বৈছে বৰাকসহ উপনৈ সমুহ
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৫ মে: ধাৰাষাৰ বৰষুণৰ ফলত বৰাকসহ তাৰ উপনৈ সমুহ ওফন্দি উঠাত উপত্যকাৰ তিনিও খন জিলাত ঠায়ে ঠায়ে প্লাৱিত হৈছে। বিশেষকৈ কাছাৰ জিলাৰ বহু অঞ্চল বানৰ কবলত পৰি ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলাখনৰ কাঠিগড়া…
মানিক সাহা ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী
শতাব্দ বিশেষ প্ৰতিনিধি, ১৪ মে' : বিপ্লৱ কুমাৰ দেৱে হঠাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত আজি সন্ধিয়া আগৰতলাত অনুষ্ঠিত হোৱা বিধায়িনী দলৰ এখন বৈঠকত ৰাজ্যসভাৰ সাংসদ মানিক সাহাক সৰ্বসন্মতিক্ৰমে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদৰ বাবে…
অৰুণাচলত ত্ৰয়োদশ শতিকাৰ বসতিস্থল উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মে' : অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ এখন অৰণ্যৰ ভিতৰত ত্ৰয়োদশ শতিকাৰ এটা বসতিৰ অৱশিষ্ট আৱিষ্কাৰ কৰা হৈছে। ৰাজ্যিক গৱেষণা সঞ্চালকালয়ৰ প্ৰত্নতাত্ত্বিক শাখাৰ খননৰ সময়ত তৰাছো চক্ৰৰ অন্তৰ্গত ৰামঘাটৰ অৰণ্যত আৱিষ্কাৰ…
এন এছ চি এনৰ ধাৰাবাহিক অপহৰণকাণ্ড
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ মে’ : অৰুণাচলৰ টিৰাপ, চাংলাং আৰু লংডিং জিলাত একপ্ৰকাৰে সমান্তৰাল প্ৰশাসন চলাই থকা নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ দ্বাৰা সংঘটিত হৈছে ধাৰাবাহিক অপহৰণৰ ঘটনা। মাথোঁ কেইদিনমান পূৰ্বে যোৱা ৮ মে’ৰ পুৱতি নিশা…
ফ্লাইবিগে বন্ধ কৰিলে লীলাবাৰী-গুৱাহাটী বিমান সেৱাঃ কিয় ?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : ফ্লাইবিগে যোৱা ১১ মে'ৰ পৰা লীলাবাৰী আৰু গুৱাহাটীৰ মাজৰ পোনপটীয়া বিমান সেৱা স্থগিত ৰাখিছে। আঞ্চলিক বিমান সেৱা সংস্থাটোৰ বিষয়া ৰতন আম্বোৰে এই কথা সদৰী কৰে। 'উড়ান' আঁচনিৰ অধীনত লখিমপুৰ সমষ্টিৰ সাংসদে…
