Browsing Category
উত্তৰ পূৰ্বাঞ্চল
ফ্লাইবিগে বন্ধ কৰিলে লীলাবাৰী-গুৱাহাটী বিমান সেৱাঃ কিয় ?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : ফ্লাইবিগে যোৱা ১১ মে'ৰ পৰা লীলাবাৰী আৰু গুৱাহাটীৰ মাজৰ পোনপটীয়া বিমান সেৱা স্থগিত ৰাখিছে। আঞ্চলিক বিমান সেৱা সংস্থাটোৰ বিষয়া ৰতন আম্বোৰে এই কথা সদৰী কৰে। 'উড়ান' আঁচনিৰ অধীনত লখিমপুৰ সমষ্টিৰ সাংসদে…
অৰুণাচলত গাঁওবুঢ়া অপহৰণ : এন এছ চি এনক সন্দেহ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ মে’ : অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিং জিলাত সমান্তৰাল প্ৰশাসন চলাই থকা নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ দ্বাৰা পুনৰ সংঘটিত হৈছে এক অপহৰণৰ ঘটনা । এইবাৰ অপহৰণৰ কবলত পৰিছে চুবুৰীয়া ৰাজ্যখনৰ লংডিং জিলাৰ…
আকাশবাণীৰ অৱসৰপ্ৰাপ্ত ডাইৰেক্টৰ জেনেৰেল চি লালেংলিয়ানাৰ দেহাৱসান
গুৱাহাটী, ৬ মেঃ ভাৰতীয় তথ্য সেৱা বিভাগৰ এজন জ্যেষ্ঠতম বিষয়া, আকাশবাণীৰ অৱসৰপ্ৰাপ্ত ডাইৰেক্টৰ জেনেৰেল C Lalenglianaৰ কালি ছিলঙত পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। প্ৰয়াত লালেংলিয়ানা এজন জনপ্ৰিয় বিষয়া আছিল। গুৱাহাটীস্থ…
মেঘালয়ৰ গাৰোপাহাৰলৈ দ্বিতীয়টো ৰেইলপথ
শতাব্দ বিশেষ প্ৰতিনিধি, ৫ মে': মেঘালয়ৰ গাৰো পাহাৰলৈ দ্বিতীয়টো ৰেলপথ নিৰ্মাণৰ প্ৰস্তাৱে সাকাৰ ৰূপ লোৱাৰ পথত। অসমৰ দুধনৈৰ পৰা গাৰো পাহাৰৰ মেন্দিপথাৰলৈ ইতিমধ্যে ৰেল যোগাযোগ স্থাপন হৈছে। গাৰো পাহাৰৰ 'জইণ্ট ম'ভমেণ্ট কমিটী ফৰ ক'ৰিডৰ'ৰ…
বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশন আৰম্ভ
শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ২ মে :এক উদুলি মুদুলি পৰিবেশৰ মাজেৰে আজিৰে পৰা আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশন। তামুলপুৰ জিলাৰ কচুবাৰীস্থিত গৌজন পথাৰত এতিয়া বলিছে উচাহৰ ঢল । সকলোৰে মাজত পাৰ ভঙা উচাহ । সীমাহীন আশা,…
‘দেউৰী শব্দৰ ইতিহাস’ উন্মোচনঃ হেমকোষ অভিধান দেউৰী ভাষাত প্ৰকাশৰ পথত
শতাব্দ প্ৰতিনিধি,যোৰহাট, ১ মেঃ উত্তৰ পশ্চিম যোৰহাটৰ নামদেউৰী গাঁৱৰ ৰংগমঞ্চত আজি দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যক নৃপেন দেউৰীৰ ১৫ সংখ্যক গ্ৰন্থ 'দেউৰী শব্দৰ ইতিহাস' নামৰ গৱেষণা গ্ৰন্থখন উন্মোচন কৰা হয়। আদৰ্শ উচ্চতৰ মাধ্যমিক…
অৰুণাচল প্ৰদেশ আৰু অসমৰ নিৰ্বাচিত চাহ খেতিয়কক লৈ অসম কৃষি বিশ্ববিদ্যালয়ত পাঁচদিনীয়া প্ৰশিক্ষণ
শতাব্দ প্ৰতিনিধি,যোৰহাট, ১ মেঃ অসম আৰু অৰুণাচল প্ৰদেশৰ চিংফৌ জনগোষ্ঠীৰ নিৰ্বাচিত চাহ খেতিয়কসকলক লৈ অসম কৃষি বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা পাঁচদিনীয়া বিশেষ চাহ আৰু জৈৱিক চাহ উৎপাদনৰ প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। মূলত উত্তৰ পূৱ ভাৰতৰ…
৪৩ বছৰ পিছত আহিল নগা সংগ্ৰামীৰ শৱদেহ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ এপ্ৰিলঃ মৃত্যুৰ সুদীৰ্ঘ ৪৩ বছৰৰ পিছত নিজ জন্মস্থানলৈ আহিল এজন নগা স্বাধীনতা সংগ্রামীৰ শৱদেহ। ভাৰতলৈ তেওঁৰ শৱদেহ অহাৰ পিছতেই নাগালেণ্ডৰ সৰু গাঁও থিপুজুমিত (Thipüzumi) কালি দেখা গ'ল শেষ শ্রদ্ধা জনোৱাৰ উদ্দেশ্যে…
