Browsing Category

এক্সক্লুছিভ

কেৱল শতাব্দৰ গ্ৰাহক সদস্যসকলেহে পঢ়িব পৰা লেখাসমূহ

বজাৰলৈ আহিল বিশ্বৰ প্ৰথম উৰণীয়া মটৰচাইকেল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ ছেপ্টেম্বৰ : আমি সাধাৰণতে দৈনন্দিন যাতায়তৰ বাবে চাইকেল, বাইক বা বাছ-ট্ৰেইনৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বৃদ্ধি পোৱা যান-জঁটৰ বাবে দৈনিক যাতায়ত কৰা লোকসকলে কাৰ্যালয়ৰ সময়ত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই…

সভ্যতাৰ সংকট! বাহৰেইনৰ সমুদ্ৰ পুতি বেদখল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ ছেপ্টেম্বৰ : পাৰস্য উপসাগৰত ক্ৰমান্বয়ে বেদখল চলিছে। বাহৰেইন দ্বীপৰ আকাৰ বৃদ্ধি পাইছে। ১৯৮০ চনত বসতি স্থাপন কৰা এই দ্বীপটো ২০২২ চনত সম্পূৰ্ণৰূপে সলনি হৈছে। ইউনিভাৰ্চিটি অৱ নৰ্থ কেৰ’লিনা উইলমিংটনৰ ভৌতিক ভূগোলবিদ…

হিমালয়ৰ বুকুত নতুন হ্ৰদ আৱিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ ছেপ্টেম্বৰ : গুগল আৰ্থ চাই ৬জন যুৱকে হিমালয়ৰ বুকুত এটা নতুন হ্ৰদ আৱিষ্কাৰ কৰিছে। ৰুদ্ৰপ্ৰয়াগৰ গড়ৱাল হিমালয়ৰ গৰ্ভত লুকাই আছিল এই নামহীন হ্ৰদটো। সাগৰ পৃষ্ঠৰ পৰা ১৬ হাজাৰ ফুট ওপৰত থকা দুৰ্গম পাহাৰীয়া পথ পাৰ হৈ…

চন্দ্ৰত সম্ভাৱ্য শক্তিৰ উৎস আৱিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ছেপ্টেম্বৰ : চীনে অতি সোনকালে চন্দ্ৰ অন্বেষণ কৰিব বিচাৰিছে। সেই উদ্দেশ্যে ছি জিনপিঙৰ দেশখনে এতিয়া চাং’ই চন্দ্ৰ কাৰ্যসূচীৰ অংশ হিচাপে অহা দহ বছৰত তিনিটাকৈ চন্দ্ৰ অভিযান আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কিন্তু এই…

এতিয়া ধন থাকিলে চন্দ্ৰতো কটাব পাৰিব ৰাতি !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ ছেপ্টেম্বৰ : বিহুগীতত গাইছে— "জোনবাইৰ দেশতে সাজিম ঘৰেখনি...!" এতিয়া আপুনি নিজে জোনত ঘৰ সাজিব নোৱাৰিলেও সঁচাকৈয়ে আপোনাৰ সংগীৰ সৈতে চন্দ্ৰ ভ্ৰমণ কৰিব পাৰিব। নাই, তাৰ বাবে মহাকাশযান নালাগে। কেৱল বিমানেৰে ডুবাই…

পবিত্ৰ মাহত ‘ডিজিটেল উপবাস’!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ ছেপ্টেম্বৰ : স্মাৰ্টফোন অবিহনে গোটেই দিনটো আমি কল্পনা কৰিব নোৱাৰোঁ! ৰাতিপুৱা সাৰ পোৱাৰ পৰা আৰম্ভ কৰি ৰাতি শুই থাকোঁতে দেশ-পৃথিৱীৰ খবৰ, নেট জগতত গোটেই দিনটো কি হৈছিল, হাতৰ এটা ক্লিকতে সকলো গম পোৱা যায়।…

আন্তৰাষ্ট্ৰীয় পৰ্য়ায়লৈ নিৰ্বাচিত লখিমপুৰৰ উপাসনা বৰুৱা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ ছেপ্টম্বৰঃ ভীম কলৰ পৰা গুৰ উৎপাদন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা লখিমপুৰৰ উপাসনা বৰুৱা এই নিৰ্বাচিত হৈছে আন্তৰাষ্ট্ৰীয় পৰ্য়ায়লৈ। অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাত উপাসনাই অংশগ্ৰহণ…

৪০ হাজাৰ বছৰ আগতে কিয় নোহোৱা হ’ল থাণ্ডাৰবাৰ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ ছেপ্টেম্বৰ : ৪০ হাজাৰ বছৰ কম সময় নহয়। ৪০ হাজাৰ বছৰ পূৰ্বে অষ্ট্ৰেলিয়াত থাণ্ডাৰবাৰ্ড নামৰ এবিধ প্ৰকাণ্ড চৰাই বিলুপ্ত হৈছিল। যদিও এই চৰাইটোৰ সমসাময়িক ইমু বহু বাধাৰ মাজতো বাচি থাকিল। থাণ্ডাৰ বাৰ্ডৰ বিলুপ্তিৰ বাবে…

ড্ৰ’নে উৰুৱাই নিব জীৱনদায়ক অংগ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ আগষ্ট : অংগ প্ৰতিস্থাপন ক্ষিপ্ৰ কৰাৰ বাবে কেন্দ্ৰৰ নতুন পদক্ষেপ। এইবাৰ ড্ৰ’ন প্ৰযুক্তিৰ সহায়ত বিমানবন্দৰৰ পৰা চিকিৎসালয়লৈ ক্ষিপ্ৰতাৰে অংগ-প্ৰত্যংগ প্ৰেৰণ কৰা হ’ব। ৩ ছেপ্টেম্বৰত এই মন্তব্য কৰে কেন্দ্ৰীয়…

শ্লিপ চেম্পিয়ন : শুই শুয়েই ত্ৰিপৰ্ণাই ঘটিলে ৫ লাখ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ ছেপ্টেম্বৰ : শুবলৈ কোনে ভাল নাপায়? কিন্তু বেছিকৈ শুলে ঘৰত খং উঠে। অৱশ্যে শ্ৰীৰামপুৰ ছোৱালীজনীৰ ক্ষেত্ৰত এই কথা বেলেগ। শান্তিৰে শুই তেওঁ লাভ কৰিছে পুৰস্কাৰ। ৫ লাখ টকাৰ বিশাল পুৰস্কাৰ লাভ কৰিছে তেওঁ। 'বেষ্ট শ্লিপাৰ'…