Browsing Category

এক্সক্লুছিভ

কেৱল শতাব্দৰ গ্ৰাহক সদস্যসকলেহে পঢ়িব পৰা লেখাসমূহ

চৌদি আৰৱত উদ্ধাৰ ৮ হাজাৰ বছৰ পুৰণি মন্দিৰ! আচৰিত পুৰাতত্ত্ববিদ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ আগষ্ট : শেহতীয়াকৈ চৌদি আৰৱত প্ৰত্নতাত্ত্বিক জৰীপৰ খননৰ সময়ত প্ৰায় ৮ হাজাৰ বছৰ পুৰণি এখন চহৰ আৱিষ্কাৰ হৈছে। ইয়াৰ উপৰি এটা প্ৰাচীন মন্দিৰৰ লেখ-জোখো পোৱা গৈছে। এনে অৱস্থাত চৌদি আৰৱৰ আটাইতকৈ পুৰণি চহৰখনত মন্দিৰটো…

সাবিত্ৰী জিন্দাল হ’ল এছিয়াৰ আটাইতকৈ ধনী মহিলা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ জুলাই: চীনৰ ইয়াং হুইয়ান নহয়, সাবিত্ৰী জিন্দাল বৰ্তমান এছিয়াৰ আটাইতকৈ ধনী মহিলা। ২৯ জুলাই শুকুৰবাৰে ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংকত ভাৰতীয় নাগৰিক সাবিত্ৰী জিন্দালে সকলো এছিয়ান মহিলাৰ শীৰ্ষত স্থান লাভ কৰি এই…

ভাৰতৰ অৱস্থা পাকিস্তান বা শ্ৰীলংকাৰ দৰে হ’ব!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ জুলাই : ভাৰতত পৰ্যাপ্ত পৰিমাণৰ বৈদেশিক মুদ্ৰাৰ মজুত আছে। বিদেশী ঋণৰ পৰিমাণো অতি কম। পাকিস্তান বা শ্ৰীলংকাৰ দৰে অৰ্থনৈতিক সমস্যা নাই।— ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে এনেদৰে কয়। তেওঁ কয়— "আমাৰ হাতত…

বিশ্বৰ শেষ পথ ‘ই-৬৯ হাইৱে’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুলাই : 'মই যি বাটে ওলালো আজি, নাহোঁ উভতি'— দশক দশক পূৰ্বে দৰদী গায়ক জয়ন্ত হাজৰিকাই কণ্ঠ নিগৰোৱা গীতটো আজিও বহুতে গুণগুণায়। উভতি নহাৰ পথটোৱেই শেষ পথ! জীৱনৰ! এইটো আচলতে জীৱনৰ শেষ পথ— যিপথে গ'লে কোনো উভতি নাহে।…

সাগৰৰ তলত হ’ব ৫ হাজাৰ মানুহৰ বাসস্থান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুলাই : পৃথিৱীৰ প্ৰতিটো চুকত বসতি স্থাপন কৰা মানৱ জাতিৰ এতিয়া নতুন পৰিকল্পনা হৈছে সাগৰৰ তলত এখন চহৰ নিৰ্মাণ কৰা। এতিয়ালৈকে আমি কেৱল চিনেমা আৰু শিশুৰ কাৰ্টুনত পানীৰ তলৰ চহৰৰ আভাসহে দেখিছোঁ, কিন্তু অতি সোনকালে…

সাৰ পাই উঠিয়েই মোবাইল চাই নেকিঃ শৰীৰৰ কি কি ক্ষতি হৈছে জানেনে?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুলাই : বেছিভাগ মানুহেই ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে মোবাইল পৰীক্ষা কৰে। আজিকালি এয়া সকলোৰে অভ্যাস হৈ পৰিছে। কিন্তু আপুনি জানেনে যে আপোনাৰ এই অভ্যাস এটা সমস্যাত পৰিণত হ’ব পাৰে? ই আপোনাৰ স্বাস্থ্যত বিভিন্ন ধৰণে…

এনকাউণ্টাৰ : ছয় সপ্তাহৰ ভিতৰত চৰকাৰক বিতং শপতনামা দাখিলৰ নিৰ্দেশনা ন্যায়ালয়ৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ জুলাইঃ ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰ প্ৰসংগত আজি হোৱা শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি হোৱা শুনানিত যুক্তি প্ৰদৰ্শন কৰে দেশৰ প্ৰখ্যাত আইনজীৱী…

এমাহৰ বিদ্যুৎ মাছুল ৩০০০ কোটিৰো অধিকঃ চিকিৎসালয়ত গৃহস্থ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : বিদ্যুৎ বিভাগৰ খেলিমেলিৰ বাবে আমাৰ বিদ্যুতৰ বিল কেতিয়াবা ভুল হয়। কিন্তু এমাহৰ বাকী থকা বিল ৩ হাজাৰ কোটি! কেৱল সেয়াই নহয়, বিলৰ এই পৰিমাণ দেখি অসুস্থ হৈ পৰিল গৃহস্থ। মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ শিৱ বিহাৰ কলনী…

নিজে সজা বিমানেৰে ইউৰোপ ঘূৰিছে কেৰালাৰ যুৱকে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : কৰ’না ভাইৰাছ প্ৰতিহত কৰিবলৈ ঘোষণা কৰা লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ পিছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বিমান পৰিবহণ উদ্যোগ। এনে সময়তে কেৰালাৰ এজন যুৱকে ঘৰতে নিৰ্মাণ কৰা বিমানেৰে ইউৰোপৰ এটা মূৰৰ পৰা আনটো…

ছুইংগাম চোবায়ো ঘটিব পাৰি ধনঃ জুলিয়া ফ’ৰাট উদাহৰণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : সৰুতে ৰঙীন মিঠা সোৱাদযুক্ত ছুইংগাম চোবাই কোনে ডাঙৰ বেলুন কৰি উৰুৱাই দিব পাৰে তাৰ প্ৰতিযোগিতা চলোৱাৰ কথা আপোনাৰ মনত আছে নিশ্চয়! ডাঙৰ হোৱাৰ পিছতো বহুতৰে ছুইংগাম চোবোৱাৰ পিছত বেলুন উৰুৱাই দিয়াৰ অভ্যাস আছে।…