Browsing Category

এক্সক্লুছিভ

কেৱল শতাব্দৰ গ্ৰাহক সদস্যসকলেহে পঢ়িব পৰা লেখাসমূহ

১৩ বছৰৰ পাছত নৈতিক জয় ৰে’লযাত্ৰীৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুলাই : ১৩ বছৰৰ পাছত এজন ৰে’ল যাত্ৰীয়ে লাভ কৰিলে নৈতিক জয়। ৰেলৱে কৰ্তৃপক্ষই ৰিজাৰ্ভচন ফৰ্ম শুদ্ধকৈ পূৰণ কৰাৰ পিছতো পুৰুষ যাত্ৰীজনক মহিলা যাত্ৰী হিচাপে পঞ্জীয়ন কৰিছিল। ফলত টিকট পৰীক্ষকে যাত্ৰীজনৰ পৰা জৰিমনা…

কোন দেশৰ পাছপ’ৰ্ট আটাইতকৈ ‘শক্তিশালী’?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ জুলাই : এইবাৰৰ হেনলি পাছপ’ৰ্ট ইনডেক্সৰ সমীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদন তৈয়াৰ কৰিবলৈ এখন দেশৰ পাছপ’ৰ্টৰ শক্তি অধ্যয়ন কৰা হয়। এখন দেশৰ পাছপ’ৰ্টে নিষেধাজ্ঞা বা ভিছা অবিহনে কিমান দেশত প্ৰৱেশ কৰিব পাৰে…

ভাৰতৰ মাটিত চীনে পুনৰ পাতিলে গাঁও!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ জুলাইঃ কালি, অৰ্থাৎ ২০ জুলাইত প্ৰকাশ পোৱা এখন নতুন উপগ্ৰহীয় ফটোৱে ফাদিল কৰিছে চাঞ্চল্যকৰ তথ্য। ডকলাম মালভূমিৰ পূব দিশত ভূটানৰ ফালে এখন চীনা গাঁও নিৰ্মাণ কৰা হৈছে। মন কৰিবলগীয়া যে কৌশলগত কাৰণত এই অঞ্চলটো…

জাপানীজ এনকেফেলাইটিছ : এপ্ৰিলৰ পৰা অসমত ২৩ জনৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ জাপানীজ এনকেফেলাইটিছে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা অসমত ২৩ জন লোকৰ প্ৰাণ কাঢ়িছে বুলি জানিব পৰা গৈছে। ভাইৰাছজনিত মগজুৰ সংক্ৰমণ হিচাপে পৰিগণিত হোৱা মহজনিত ৰোগ জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণে ৰাজ্যখনত হঠাৎ জটিল…

পেট্ৰল-ডিজেলত লাগি থাকোতেই কেৰাচিনৰ চেঞ্চুৰি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ কেৰাচিন তেলে শতক কোবাব বুলি আগতেই ভৱিষ্যদ্বাণী কৰা হৈছিল। আৰু তাকেই সত্য প্ৰমাণ কৰিলে ১৬ জুলাইত। দুখীয়াৰ ইন্ধন হৈছে কেৰাচিন তেল। এই মাহত কেৰাচিন তেলৰ ‘ইছ্যু মূল্য’ প্ৰতি লিটাৰত ১৩ টকা বৃদ্ধি কৰিছে চৰকাৰী…

ভ্ৰমণপ্ৰত্যাশীৰ বাবে বেয়া খবৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুলাইঃ প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনত বিধ্বস্ত উত্তৰাখণ্ডৰ বিশাল অঞ্চল। ভাৰতৰ পৰ্যটন মানচিত্ৰত এই ৰাজ্যখনৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। কিন্তু এইবাৰ বাৰিষাই পৰ্যটকৰ বাবে কঢ়িয়াই আনিলে বেয়া খবৰ। কাৰণ বছৰৰ এই…

চন্দ্ৰ আৰু মঙললৈ চলিব বুলেট ট্ৰেইন!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : এইবাৰ জাপানে অসম্ভৱক সম্ভৱ কৰি তুলিবলৈ চেষ্টা কৰিছে। জানিব পৰা মতে এইখন দেশে পৃথিৱীৰ পৰা বুলেট ট্ৰেইন চলাই চন্দ্ৰলৈ মানুহ পঠোৱাৰ পৰিকল্পনা কৰিছে। কেৱল সেয়াই নহয়, যদিহে চন্দ্ৰলৈ পঠোৱা এই…

দেশত বিশ্বৰ আটাইতকৈ বিৰল ৰক্তগোটৰ নমুনা!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : মানৱ শৰীৰত A, B, AB, Oকে ধৰি মুঠ ৪২টা ভিন্ন প্ৰকাৰৰ তেজৰ গ্ৰুপ আছে যদিও সাধাৰণতে উল্লিখিত চাৰিটা তেজৰ গোটৰ কথাহে বিবেচনা কৰা হয়। বাকীবোৰ বিৰল বুলি তালিকাভুক্ত কৰা হৈছে। কাৰণ অভিযোজনৰ ফলত তেজত ৩৭৫টা…

চিনেমা চাবলৈ বহিলে পপকৰ্ণ খায় নেকি?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : চিনেমা চাবলৈ শ্বপিং মললৈ গ’লে পপকৰ্ণ খাবই লাগিব বুলি ভাবে নেকি?এই পপকৰ্ণে উপকাৰৰ সলনি আমাৰ ক্ষতি কৰে বুলি জানেনে? পপকৰ্ণ অতি উপযোগী যদিও মাল্টিপ্লেক্সত পোৱা সোৱাদযুক্ত, টেঙা, চীজযুক্ত, মাখন মিহলি পপকৰ্ণ…

দেশৰ শীৰ্ষ শিক্ষা প্ৰতিষ্ঠানৰ তালিকা প্ৰকাশ 

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাইঃ ভাৰতৰ শীৰ্ষ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ ৰেংকিঙৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক (এনআইআৰএফ) আজি ১৫ জুলাইত মুকলি কৰা হৈছে। এন আই আৰ এফ ইণ্ডিয়া ৰেংকিং ২০২২ দহটা শিতানৰ বাবে…