Browsing Category

এক্সক্লুছিভ

কেৱল শতাব্দৰ গ্ৰাহক সদস্যসকলেহে পঢ়িব পৰা লেখাসমূহ

দেৱালত দুলিছে বৃহদাকাৰ জোতা

দাদুল দেৱকৃষ্ণ বৰুৱা যদি আপুনি বিচাৰে যে, আপোনাৰ পণ্য বা সংস্থা সফল হওক, তেতিয়া সেই লক্ষ্য অর্জনৰ সকলোতকৈ কার্যকৰী মাধ্যম হিচাপে বিবেচিত হ'ব বিজ্ঞাপন। গৱেষণাত দেখা গৈছে যে, গ্রাহকসকলে সকলো সময়তে উদ্ভাৱনী বিজ্ঞাপন দেখিয়েই যিকোনো সামগ্ৰীৰ…

মহাকাশত ছমাহ কটাই উভতিছে ৰাজা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ মে' : মহাকাশত ছমাহ কটাই অহা শুকুৰবাৰ, ৬ মে'ত পৃথিৱী পাবহি ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী ৰাজা চাৰী। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা NASAৰ তৰফৰ পৰা ৪ মে' বুধবাৰে এই কথা জনোৱা হৈছে। ভাৰতীয় বংশোদ্ভৱ আমেৰিকান নাগৰিক ৰাজাৰ…

এভাৰেষ্টৰ চূড়াত চীনৰ বতৰ বিজ্ঞান কেন্দ্র

 শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ মে' : পৃথিৱীৰ সর্বোচ্চ শৃঙ্গ এভাৰেষ্টত বতৰ বিজ্ঞান কেন্দ্র স্থাপন কৰিলে চীনে। দেশখনৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ৪ মে' বুধবাৰে দুপৰীয়া ১২. ৪৬ বজাত বৈজ্ঞানিক অভিযাত্রী দলৰ সদস্যসকলে মাউন্ট এভাৰেষ্টত…

বিশ্বৰ প্রথমখন ভাসমান চহৰ…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ মে' : বিশ্বৰ প্রথমখন ভাসমান চহৰ। অর্থাৎ এই চহৰ ভাঁহি থাকিব পানীৰ ওপৰত ! অবাক লাগিলেও একেবাৰে সত্য। দক্ষিণ কোৰিয়াৰ বুচানত এই চহৰ নির্মাণৰ কাম আৰম্ভ হে হৈছে। কিন্তু কিয় হঠাৎ এনে এখন চহৰৰ পৰিকল্পনা কৰা হ'ল?…

নামদাফাত পৰ্যটকৰ বাবে ৰাফটিং সেৱা প্ৰৱৰ্তন

শতাব্দ বিশেষ প্ৰতিনিধি, ৪ মে': অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত এলেকাৰ মাজেদি প্ৰবাহিত হোৱা নোৱা দিহিং নদীত পৰ্যটকসকলৰ বাবে ৰাফটিং সেৱা প্ৰৱৰ্তন কৰা হৈছে। যোৱা দেওবাৰে স্থানীয় মিয়াও সমষ্টিৰ…

ক’ভিডৰ বেয়া সময় এতিয়াও দেখা নাই পৃথিৱীয়ে !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ মে' : ক'ভিড-১৯ক লৈ আৰু বৃহৎ আশঙ্কাৰ কথা শুনালে মাইক্র'চফ্টৰ মুৰব্বী আৰু বিলিয়নাৰ বিল গেইটছে। ২০১৫ চনতো গেইটছে ভৱিষ্যদ্বাণী কৰিছিল যে, পৃথিৱীত শীঘ্রেই ঘনীভূত হ'ব এক মহামাৰী, আৰু তাৰ বাবে প্রস্তুত নহয় পৃথিৱীবাসী।…

মাংস খাবলৈ কমালেই বন্ধ হ’ব পাৰিপাৰ্শ্বিক বেমেজালি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ মে' : গোলকীয় উষ্ণায়ন (Global Warming) আৰু জলবায়ুৰ পৰিৱর্তন (Climate Change) হ্ৰাস কৰিবলৈ গছপুলি ৰোপণৰ পৰামৰ্শ সকলো সময়তে বিভিন্নজনে দি অহা আমি শুনিছোঁ। লগতে ফ্রীজ, এয়াৰ কণ্ডিচনাৰ, পেট্র'ল আৰু ডিজেল চালিত গাড়ীৰ…

ৰাজ্যৰ বজাৰত ই জেদ ধ্ৰুৱ নামৰ ক’লা জিকা উপলব্ধ

শতাব্দ প্ৰতিনিধি তেজপুৰ,২মে’: ৰাজ্যখনৰ একাংশ পৰিশ্ৰমী লোকে কৃষিকাৰ্যত জড়িত থাকি এইক্ষেত্ৰত সফলতাৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । যোৱা সময়চোৱাত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে সাধাৰণ জাতৰ বন্ধাকবি ফুলকবিৰ লগতে ভেলেন্টিনা,কেৰ'টিনা আৰু ব্ৰ'কলী…

CIA-ৰ টেক চীফ হ’ল ভাৰতীয় মূলৰ নন্দ মুলচান্দানি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ মে' : মার্কিন গুপ্তচৰ সংস্থা চেন্ট্রেল ইন্টেলিজেন্স এজেন্সিৰ (CIA) প্রথম প্রযুক্তি কর্মকর্তা (চীফ টেক অফিচাৰ) হ'ল ভাৰতীয় বংশোদ্ভূত নন্দ মুলচান্দানি। মুলচান্দানিয়ে দিল্লীৰ ব্লু বেলছ স্কুল ইন্টাৰনেচনেলত পঢ়া শুনা…

কলম্বিয়াৰ ম’ছকুৰাত অলিয়ে-গলিয়ে, ঘৰৰ দুৱাৰে-পদুলিয়ে শুকুলা ফেনিল ডাৱৰৰ সদৃশ পদাৰ্থ

শতাব্দ বিশেষ প্ৰতিনিধি, ১ মে': যোৱা বৃহস্পতিবাৰে কলম্বিয়াৰ ৰাজধানী ব'গটাৰ পৰা ২২ কিলোমিটাৰ নিলগৰ ম'ছকুৰা নামৰ নগৰখনৰ অলিয়ে-গলিয়ে, ঘৰৰ দুৱাৰে-পদুলিয়ে শুকুলা ফেনিল ডাৱৰৰ দৰে কিছু পদাৰ্থৰ আৱিৰ্ভাৱে হঠাতে অধিবাসীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি…