Browsing Category

এক্সক্লুছিভ

কেৱল শতাব্দৰ গ্ৰাহক সদস্যসকলেহে পঢ়িব পৰা লেখাসমূহ

স্মার্টফোন, স্মার্ট ঘড়ীৰ পিছত আহিল স্মার্ট বেল্ট

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ মে' : দৈনন্দিন জীৱনৰ প্রতিটো ক্ষেত্রতেই জড়িত হৈ আছে বিজ্ঞান। সেই বিজ্ঞানেই এইবাৰ বজাৰলৈ আনিবলৈ ওলাইছে এনে এপদ সামগ্রী, যি আক্ষৰিক অর্থতেই জড়িত থাকিব ব্যৱহাৰকাৰীৰ দেহত। এটা শীর্ষ বৈদ্যুতিন যন্ত্র নির্মাতা সংস্থাই…

অইলৰ ‘প্ৰজেক্ট স্বাৱলম্বন’ : দেশে বিদেশে সংস্থাপিত বহুজন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ এপ্ৰিলঃ যোৱা দুটা বছৰে ক'ভিডপিষ্ট পৰিৱেশৰ লগতে অন্যান্য কাৰণত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । মুম্বাইৰ 'চেন্টাৰ ফ'ৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি প্ৰাইভেট লিমিটেড' নামৰ প্ৰতিষ্ঠানটোৰ তথ্য অনুসৰি লাখ লাখ…

বিশ্বৰ সবাতোকৈ দীৰ্ঘতম আইনাৰে নিৰ্মিত দলংখন

শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ এপ্ৰিলঃ ভিয়েটনামত কালি মুকলি কৰা হ'ল বিশ্বৰ সবাতোকৈ দীৰ্ঘতম আইনাৰে নিৰ্মিত দলংখন। দলংখনৰ মজিয়া নিৰ্মাণ কৰা হৈছে ফ্ৰান্সত তৈয়াৰ কৰা এবিধ বিশেষ ধৰণৰ আইনাৰে। ভিয়েটনামৰ ম'ক চাউ জিলাৰ বাছ লংত পথচাৰী সকলৰ বাবে…

দুই বিশ্বযুদ্ধ আৰু দুই মহামাৰীৰ সাক্ষী ফৰাচী নান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ এপ্ৰিলঃ এগৰাকী ফৰাচী সন্নাস্যী। নাম ছিষ্টাৰ আন্দ্রে (Sister Andre)। যোৱা ২৫ এপ্ৰিল সোমবাৰে তেওঁ বিশ্বৰ সকলোতকৈ বয়স্ক জীৱিত ব্যক্তিৰ খিতাপ পাইছে। নাম তুলিছে গিনিছ বুক অব ৱর্ল্ড ৰেকর্ডছত। বর্তমান তেওঁৰ বয়স ১১৮…

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত নলবাৰীৰ জয়শ্ৰী বৰ্মনৰ

শতাব্দ প্ৰতিনিধি, নলবাৰী, ২৮ এপ্ৰিলঃ আটাইতকৈ সৰু শৰাই আৰু জাপি প্ৰস্তুত কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰি নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে জিলাখনৰ এগৰাকী ছাত্ৰীয়ে। নলবাৰী জিলাৰ নপ্তিপাৰাৰ এই ছাত্ৰী গৰাকী হৈছে জয়শ্ৰী…