Browsing Category

কৃষি

‘গ্ৰীন ইউৰিয়া’ : পৰিৱেশ বান্ধৱ সাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুন : শতাধিক বছৰৰ পুৰণি পদ্ধতি নহয়। নতুন পদ্ধতিত পৰিৱেশ বান্ধৱ ইউৰিয়া (Nature Friendly Urea) প্ৰস্তুত কৰিছে বেলুৰ মাঠ ৰামকৃষ্ণ মিছন বিদ্যামন্দিৰৰ গৱেষকসকলে। এই পদ্ধতিত ইউৰিয়া তৈয়াৰ কৰিলে বায়ু প্ৰদূষণৰ আশঙ্কা…

কৃষিভূমি পৰীক্ষাৰ বাবে শীঘ্ৰেই উপলদ্ধ হ’ব ‘ভূ-পৰীক্ষক’

শতাব্দ বিশেষ প্ৰতিনিধি, ১ জুন : ভাৰতৰ খেতিয়ক ৰাইজৰ সুবিধাৰ বাবে কানপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে শেহতীয়াকৈ উদ্ভাৱন কৰি উলিয়াইছে 'ভূ-পৰীক্ষক' নামৰ এটা মাটি পৰীক্ষা কৰা সঁজুলি। Near Infrared Spectroscopy প্ৰযুক্তি কৌশল ব্যৱহাৰ…

জলীয় বাষ্পৰ মেটমৰা ভাৰ লৈ অসমত মৌচুমীৰ প্ৰৱেশঃ বাৰিষা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ মে': আজিৰে পৰা অসমত বাৰিষা আৰম্ভ হ'ল। মৌচুমী বায়ু প্ৰবাহে সাধাৰণতে ১ জুনত কেৰালা উপকূলেৰে প্ৰৱেশ ঘটে।কিন্তু এইবাৰ নিৰ্দিষ্ট দিনতকৈ ৩ দিন পূৰ্বে ২৯ মে'ত কেৰালা উপকূলেৰে প্ৰবেশ কৰে।আনহাতে জলীয় বাষ্পৰ মেটমৰা ভাৰ লৈ…

অচিৰেই বজাৰলৈ ‘আমূল’ৰ আটা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ মে' : গুজৰাট ক'অপাৰেটিভ মিল্ক মার্কেটিং ফেডাৰেচন লিমিটেডে (GCMMF) আমূল ব্রেণ্ডৰ অধীনত পণ্য উৎপাদন কৰে। কিন্তু এইবাৰ এই সংস্থাই দুগ্ধ পণ্যৰ গণ্ডী চেৰাই অর্গেনিক গমৰ আটা বজাৰত মুকলি কৰিবলৈ অগ্ৰসৰ হৈছে। জিচিএমএমএফে…

দেশৰ ভিতৰত প্ৰথমঃ কেৰালাত শস্য চিকিৎসা কেন্দ্ৰ আৰম্ভ

শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ মে' : মানুহ আৰু অন্যান্য পশু-পক্ষীৰ কিবা ৰোগ ব্যাধি হ'লে চিকিৎসা কৰিবৰ বাবে চিকিৎসালয় আছে। কিন্তু উদ্ভিদ বা কোনো শস্যৰ ৰোগ নিৰাময়ৰ বাবে চিকিৎসালয় থকাৰ কথা কেতিয়াবা শুনিছেনে ? তাকো আমাৰ ভাৰতবৰ্ষত ! আচৰিত যেন…

মাজুলীৰ বহুমুখী উৎপাদনকাৰী কমল পায়েং আৰু মিনু পায়েং

পৰাণজ্যোতি বৰা,মাজুলী,২৭ মে' মাজুলীৰ মৎস্য উৎপাদনকাৰী কমল পায়েঙে তিনি বিঘাকৈ মাটিত গোম ধানৰ খেতি কৰি দেখুৱাইছে এতিয়া তেঁও এজন সফল কৃষক বুলি । কমল পায়েঙে ২নং বৰগঞাত নিজৰ তিনি বিঘা মাটিত এইবাৰ গোমধানৰ খেতি কৰি অভিলেখ সংখ্যক উৎপাদন কৰিবলৈ…

অসম কৃষি বিশ্ববিদ্যালয়ত স্কীল ডেভলপমেন্টৰ ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ

শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৩ মে : ৰাষ্ট্ৰীয় উচ্চ শিক্ষা প্ৰকল্প (নাহেপ) ৰ অৰ্থসাহায্যৰে অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা অনুজীৱবৈজ্ঞানিক ব্যাঘাত ব্যৱস্থাপনাৰ দ্বাৰা শস্য পৰজীৱীৰ জৰিয়তে মাটিৰ গুণাগুণ বৃদ্ধি বিষয়ক এখন স্কীল ডেভলপমেন্টৰ…

ঘেঁহু ৰপ্তানিত আচম্বিতে নিষেধাজ্ঞা জাৰি

শতাব্দ বিশেষ প্ৰতিনিধি, ১৪ মে' : কালি অৰ্থাৎ শুকুৰবাৰে নিশা কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে হঠাতে জাৰি কৰা নিষেধাজ্ঞাৰ যোগে তৎকালেই বলবৎ হোৱাকৈ ভাৰতৰ পৰা ঘেঁহু ৰপ্তানিত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। নিৰ্দেশটোত কোৱা হৈছে যে, দেশৰ খাদ্য…

জন্মদিনৰ প্ৰাকক্ষণতো ’’কৃষক বন্ধু’’ সোণেশ্বৰ বৰা অৱহেলিত

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ৫ মেঃ সমাজদৰদী আদৰ্শৰ নেতা, প্ৰাক্তন কৃষিমন্ত্ৰী, গোলাঘাট সমষ্টিৰ কেইবাবাৰৰো বিধায়ক প্ৰয়াত সোণেশ্বৰ বৰা তেওঁৰ সহজ-সৰল নিৰহংকাৰী জীৱনচৰ্যাৰ বাবে যেনেকৈ জীৱন কালত সকলোৰে মাজত অতিশয় জনপ্ৰিয় আৰু শ্ৰদ্ধেয় আছিল, মৃত্যুৰ…

সাৰ বিতৰণ ব্যৱস্থাৰ পৰা মধ্যভোগী আঁতৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

ৰাজ্যখনত সাৰ বিতৰণ ব্যৱস্থাক সুশৃংখল কৰাৰ সন্দৰ্ভত উপায়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স মুখ্যমন্ত্রীৰ। খুচুৰা বিক্ৰেতাসকলৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ। প্ৰণালীবদ্ধ সাৰ বিতৰণৰ বাবে এক মানক সঞ্চালন…