Browsing Category
কৃষি
কৃষি বিজ্ঞান কেন্দ্ৰ, লখিমপুৰৰ সৌজন্যত কৃষক মেলা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৬এপ্ৰিলঃ কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰ আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ ৰ সহযোগত আজি কৃষি বিজ্ঞান কেন্দ্ৰ চৌহদত স্বাধীনতাৰ অমৃত মহোৎসৱৰ অন্তৰ্গত কৃষকৰ সহযোগিতা, আমাৰ প্ৰাথমিকতা অভিযান শীৰ্ষক অনুষ্ঠানটিৰ লগত…
তেজপুৰত “কৃষকৰ অংশীদাৰিত্ব আমাৰ প্ৰাথমিকতা “শীৰ্ষক কৃষক মেলা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬ এপ্ৰিল: কৃষক সকল আমাৰ সম্পদ। এই কৃষক সকলক সঠিক বাটে আগুৱাই নিয়াৰ দায়িত্ব আমাৰ আৰু এইসকলক উপযুক্ত এখন বজাৰ দিয়াৰ দায়িত্বও আমাৰ। এই মন্তব্য কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।আজি নপামস্থিত কৃষি বিজ্ঞান…
অসমৰ কৃষকৰ খেতি পৰিদৰ্শন টাইৱানৰ কৃষি বিজ্ঞানীৰ
ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ এপ্ৰিলঃ দেশ তথা ৰাজ্যৰ ২০১৮ চনৰ শ্ৰেষ্ঠ কৃষক বঁটাৰে সন্মানিত মৰিগাঁও জিলাৰ দুৱনি পদুম পুখুৰীৰ সোণাৰাম বনিয়াৰ কৃষি ফাৰ্মত উপস্থিত হল টাইৱানৰ পৰা অহা World Vegetable Cantarৰ কৃষি বিজ্ঞানী Dr Paola Sotelo Cardona…
ৰাজ্যত প্ৰথমবাৰৰ বাবে কৃষকে মৎস্য-পশুপালন- দুগ্ধ উৎপাদনৰ বাবে লাভ কৰিব কে চি চি ঋণ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ এপ্ৰিলঃ চৰকাৰে কে চি চি ঋণ পাব লগা হিতাধিকাৰীসকলক সহজে কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদানেৰে কে চি চি ঋণ প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষকসকলে ইয়াৰ বাবে এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু সময়ত কে চি চি ঋণ প্ৰদানৰ…
বালিচৰত কৃষি সম্ভাৱনীয়তা
মুক্তাৰ আলী
সমগ্ৰ বিশ্বৰ লগতে অসমৰ কৃষি-ক্ষেত্ৰতো বৈপ্লৱিক পৰিৱৰ্তন সাধিত হৈছে। তথ্য-প্ৰযুক্তিৰ নিত্য নতুন আবিষ্কাৰে অজ্ঞতা আঁতৰাই আধুনিক কৃষি-কৌশলবোৰো সৰ্বব্যাপী কৰি তুলিছে। কৃষি প্ৰধান অসমৰ নৈপৰীয়া কৃষক ৰাইজেও সংগ্ৰামী জীৱন যুদ্ধৰ…
বিজ্ঞানসন্মত কৃষি-পদ্ধতিৰ প্ৰতি কৃষকৰ অনীহা কিয়
মুক্তাৰ আলী
এইবাৰ ফচলৰ দাম বাঢ়িছে। নিশ্চিতভাৱে কৃষকৰ বাবে এটা ভাল খবৰ। যোৱা বৰ্ষত ফচলৰ উৎপাদন অধিক আছিল আৰু তুলনামূলকভাৱে দাম কম আছিল । দুয়োটা কথাই বিপৰীতমুখী । মুদ্ৰাস্ফীতিৰ হাৰ বেছি হ'লে বস্তুৰ মূল্য বাঢ়ি যায়, সেইটো সকলোৱে জানে।…
অপুষ্টি আঁতৰাবলৈ ‘সুৰক্ষিত চাউল’ !
দাদুল দেৱকৃষ্ণ বৰুৱা
সম্প্রতি কেন্দ্রীয় মন্ত্রীসভাই (Union Cabinet) চৰকাৰী কর্মসূচীৰ অধীনত ফর্টিফাইড চাউল বা সুৰক্ষিত চাউল (Fortified Rice) বিতৰণৰ এটা প্রকল্পত অনুমোদন জনাইছে। ভাৰতীয় খাদ্য নিগম বা Food Corporation of India আৰু ৰাজ্যৰ…
