Browsing Category

ক্ৰীড়া

তেজপুৰ চেলেঞ্জ কাপঃ দৰ্শনীয় প্ৰদৰ্শনৰে অসম ৰাইফলছ ছেমিত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭ছেপ্টেম্বৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত অনুষ্ঠিত হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে অসম ৰাইফলছে৷ আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল…

তেজপুৰ চেলেঞ্জ কাপঃ ছিৰাং দুৱাৰৰ জয়লাভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ছেপ্টেম্বৰঃ তেজপুৰৰ পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ এখন গুৰুত্বপূৰ্ণ মেছত ছিৰাং দুৱাৰ কোকৰাঝাৰ ফুটবল দলে নিউ মডেল স্প’ৰ্টছ ক্লাৱ, ওদালগুৰিক ২-০গলৰ…

তেজপুৰৰ চেলেঞ্জ কাপ ফুটবল

শতাব্দ, তেজপুৰ, ১৪ ছেপ্তেম্বৰ : তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত কালিৰে পৰা আৰম্ভ হোৱা বহু প্ৰত্যাশিত "ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ আজি দ্বিতীয় প্ৰি কোৱাৰ্টাৰ ফাইনেল খেলখনত অবৰ্তীণ হয়…

কয়লামাৰী চাহ বাগান ফুটবল দলৰ খিতাপ অৰ্জন

উত্তৰ লক্ষীমপুৰ, ৩ ছেপ্টেম্বৰ: অসম চৰকাৰৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যান সঞ্চালকালয়, ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয়ৰ উদ্যোগত লক্ষীমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ জিলা ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সহযোগত লক্ষীমপুৰত জিলাভিত্তিত অনুষ্ঠিত হৈ…

লক্ষীমপুৰত মুখ্যমন্ত্ৰীৰ চাহ বাগিচা আৰু আদিবাসী ফুটবল টুৰ্ণামেণ্টৰ চুড়ান্ত খেলৱ ৩ ছেপ্টেম্বৰত

 উত্তৰ লক্ষীমপুৰ, ৩১ আগষ্ট: অসম চৰকাৰৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যান সঞ্চালকালয়, ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয়ৰ উদ্যোগত লক্ষীমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ জিলা ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সহযোগত লক্ষীমপুৰত জিলাভিত্তিত অনুষ্ঠিত হৈ থকা…

বিশ্ব ক্ৰীড়া দিৱস উপলক্ষে তেজপুৰৰ দৰং মহাবিদ্যালয়ত “ৰাণ ফৰ দ্য প্লেনেট” শীৰ্ষক সমূহীয়া…

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ , ২৯ আগষ্টঃ বিশ্ব ক্ৰীড়া দিৱস উপলক্ষে আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত পুৱা ৫:৩০ বজাত " Run for the planet" শীৰ্ষক নামেৰে এক দৌৰা কাৰ্য্যসূচী দৰং মহাবিদ্যালয়ৰ IQAC, IIC, NSS, NCC আৰু দৰং মহাবিদ্যালয়…

চিনিয়ৰ মহিলা ফুটবল লীগঃঅসম ৰাইফলছ একাদশৰ খিতাপ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬আগষ্টঃ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা শোণিতপুৰ জিলা চিনিয়ৰ মহিলা ফুটবল লীগৰ খিতাপ অৰ্জন কৰিছে অসম ৰাইফলছ দলে৷ ৰঙাপৰা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা লীগখনৰ…

ডুবাইত ভাৰতক প্ৰতিনিধিত্ব কৰা লখিমপুৰৰ বৰ্ষীয়ান মহিলা ক্ৰীড়াবিদ শশী খাউণ্ডৰ সাফল্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ আগষ্টঃ সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেচন আৰু ইণ্ডোশ্ৰী সংস্থাই ডুবাইত অনুষ্ঠিত কৰা এছ বি কে এফ অষ্টম আন্তৰাষ্ট্ৰীয় ক্ৰীড়া ২০২৩ প্ৰতিযোগিতাত লখিমপুৰ নগৰৰ ৬৫ বছৰীয়া মহিলা খেলুৱৈ শশী খাউণ্ডে বিশেষ পাৰদৰ্শিতা…

অসম মহিলা টাগ অফ ৱাৰ দলৰ খেলুৱৈক ৰঙাপৰাত বিশেষ সম্বৰ্ধনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১আগষ্টঃ শোণিতপুৰ টাগ অফ ৱাৰ এছোচিয়েছনৰ উদ্যোগত আৰু তেজপুৰ অসমীয়া ক্লাব আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ সহযোগত কালি ৰঙাপৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অসম মহিলা টাগ অফ ৱাৰ দলৰ খেলুৱৈ সকলক বিশেষ ভাৱে সম্বৰ্ধনা…

 সদৌ অসম থাং তা প্ৰতিযোগিতাত শোণিতপুৰ দলৰ ৬ টা সোণৰ, ৩ টা ৰূপৰ আৰু ৩ টা ব্ৰঞ্জৰ পদকেৰে  কৃতিত্ব

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৪ জুলাই : থাং তা ফেডাৰেচন অফ ইণ্ডিয়াৰ অন্তৰ্গত অসম থাং তা ফেডাৰেচনৰ সৌজন্যত শিৱসাগৰ জিলাৰ, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত অনুষ্ঠিত ১৭ তম সদৌ অসম থাং তা প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ পৰা প্ৰথম বাৰৰ বাবে অতি কম…