Browsing Category
ক্ৰীড়া
বিশ্ব যোগাসনত তেজপুৰৰ ডিম্পলৰ সোণৰ পদক অৰ্জন
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৪জুলাই: গ্ৰীছৰ পৰা ভাৰ্ছুৱেলী পৰিচালিত বিশ্ব যোগাসন ক্ৰীড়া চেম্পিয়ন ২০২২ত তেজপুৰ কুন্দৰাবাৰীৰ ডিম্পল কলিতাই চাব জুনিয়ৰ শাখাৰ পৰম্পৰাগত একক বিভাগত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। যোৱা পহিলা জুলাইত সন্ধিয়া অনলাইন…
তেজপুৰৰ দুই শিশু দবা খেলুৱৈৰ কৃতিত্ব
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১ জুলাইঃ যোৱা ২৯ জুনত অনুষ্ঠিত হোৱা সদৌ অসম জিলা ভিত্তিক দবা প্ৰতিযোগিতাত তেজপুৰৰ তানিক্সা বৰঠাকুৰে অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি ১৯ বছৰ অনুৰ্ধৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱাৰ লগতে একেই ২৯ জুনত হৈ যোৱা…
অসম ফুটবল সন্থাৰ ৰেফাৰী বৰ্ডৰ প্ৰাক্তন সদস্য-ক্ৰীড়া সংগঠক নৰেন শৰ্মাৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ জুন : যোৰহাটৰ এজন বৰ্ষীয়ান , অগ্ৰণী ক্ৰীড়াবিদ , প্ৰাক্তন ফুটবল ৰেফাৰী নৰেন শৰ্মাৰ ৯৪ বছৰ বয়সত যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটে। যোৰহাট তথা অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা শৰ্মা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ এগৰাকী…
আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস ২০২২
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুন : আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস বা বিশ্ব অলিম্পিক দিৱস প্ৰতি বছৰে ২৩ জুনত পালন কৰা হয়। এই দিৱস খেলা-ধূলা, স্বাস্থ্য, আৰু একত্ৰিত হৈ থকাৰ উদযাপন। দিনটোৱে সকলোকে একত্ৰিত হ’বলৈ আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে…
চাইকেলৰ গতি ঘণ্টাত ৫৮.২৫৪ কিলোমিটাৰ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ জুন : আক্ষৰিক অর্থতেই গতিত ধুমুহা নমাই ব্রঞ্জ জিকিলে ৰোণাল্ডোৱে। যদিও এওঁ ক্রিষ্টিয়ানো ৰোণাল্ডো নহয়। ভাৰতৰ ৰোণাল্ডো সিঙে ধুমুহাৰ গতিত চাইকেল চলাই ব্রঞ্জৰ পদক উপহাৰ দিলে দেশক। দিল্লীৰ ইন্দিৰা গান্ধী স্পর্টছ…
কমনৱেল্থ গেমছত পুনৰ ভাৰতক প্ৰতিনিধিত্ব কৰিব অসম সন্তান শিৱ থাপাই
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ জুনঃ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে ভাল খবৰ। পুনৰবাৰ কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসম গৌৰৱ শিৱ থাপাই। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ট্ৰায়েলত শিৱ থাপাই জুলাইত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমছৰ বাবে যোগ্যতা…
টাঞ্জানিয়ালৈ যাব লগা আন্ত:ৰাষ্ট্ৰীয় পেচাদাৰী বক্সাৰ অভিজিত বৰুৱাক সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১ জুন : ৱৰ্ল্ড বক্সিং কাউন্সিল আৰু এচিয়ান বক্সিং কাউঞ্চিলৰ অধীনত নতুন দিল্লী আৰু উত্তৰ প্ৰদেশত অনুষ্ঠিত প্ৰফেশ্যনেল বক্সিংৰ দুখনকৈ খেলত বিজয় সাব্যস্ত কৰি আফ্ৰিকা মহাদেশৰ টাঞ্জানিয়াত হ'বলগীয়া আন্ত:ৰাষ্ট্ৰীয়…
লখিমপুৰত হাতীলোং ফুটবল কচিং চেন্টাৰৰ ড্ৰীম লীগ – নতুন প্ৰতিভাৰ সন্ধানত
উত্তৰ লখিমপুৰ, ৩০ মেঃ লখিমপুৰৰ হাতীলোং ফুটবল কচিং চেন্টাৰৰ উদ্যোগত অহা ১২জুনৰ পৰা আৰম্ভ হব আই এছ এলৰ আৰ্হিত হাতীলোং ফুটবল কচিং চেন্টাৰ ড্ৰীম লীগ চিজন -১। আকৰ্ষণীয় প্ৰাইজমানিৰ ১৫ বছৰ অনূৰ্ধ উক্ত লীগখনত অংশগ্ৰহণ কৰিব লগীয়া ৭ দলৰ প্ৰস্তুতি…
চতুৰ্থ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ২৩১ টা পদকেৰে অসম তৃতীয়
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৯মে’: ত্ৰিবান্দ্ৰমত ১৮-২২মে’লৈকে অনুষ্ঠিত হোৱা চতুৰ্থ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ৮৭ টা সোণৰ, ৭৯ টা ৰূপৰ আৰু ৬৫ টা ব্ৰঞ্জৰ পদকসহ ২৩১ টা পদকেৰে অসমে তৃতীয় স্থান অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এইবাৰ ৰাষ্ট্ৰীয়…