Browsing Category

ক্ৰীড়া

লাভলীনা বৰগোহাঁইৰ জয়যাত্ৰা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : অলিম্পিকত পদক জয়েৰে অসমীয়াক গৌৰৱান্বিত কৰা লাভলীনা বৰগোহাঁয়ে IBA বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতা জয়যাত্ৰা আৰম্ভ কৰিছে। ৯ মে'ৰ নিশা অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডৰ খেলত লাভলীনাই পৰাভূত কৰে প্ৰাক্তন…

তেজপুৰৰ প্ৰবীন খেলুৱৈ মামু বায়নৰ সাফলতা

শতাব্দ প্ৰতিনিধি তেজপুৰ,৭মে': তেজপুৰৰ পাৰ্বতীনগৰ নিবাসী মামু বায়নে নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা খেল’ মাষ্টাৰ্চ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ত্ৰিপল জাম্পত সোণৰ পদক অৰ্জন কৰি ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । মীনা নামৰে…

ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত ধেমাজিৰ পাঁচ খেলুৱৈৰ সাফল্য

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৭ মে’ : চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সদ্যসমাপ্ত ৪২ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকচ্ প্ৰতিযোগিতাত অসমৰ পৰা ৩০ - ৮৫ বছৰ উৰ্ধলৈ পুৰুষ আৰু মহিলাৰ সৰ্বমুঠ ২০৩ গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰে। এই…

অনিৰ্দিষ্ট কাললৈ পিছুৱালে এছিয়ান গেমছ

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ মে': এছিয়াৰ অলিম্পিক কমিটীয়ে আজি ঘোষণা কৰা মতে, চীনৰ হাংঝাও অনুষ্ঠিত হ'বলগীয়া আগন্তুক ১৯তম এছিয়ান গেমছ অনিৰ্দিষ্ট কালৰ বাবে পিছুৱাই দিয়া হৈছে। পূৰ্বৰ সূচী অনুযায়ী অহা ছেপ্টেম্বৰ মাহৰ ১০ ৰ পৰা ২৫ তাৰিখলৈকে…

৭১ কোটিৰো অধিক মূল্যত বিক্ৰী হ’ল মাৰাডোনাৰ জাৰ্চি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ মে' : নতুন ৰেকর্ড গঢ়িলে ডিয়েগ' মাৰাডোনাই (Diego Maradona)। এই ৰেকর্ড তেওঁৰ জনপ্রিয়তাৰ সাক্ষী। ১৯৮৬ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে বিতর্কিত Hand of God গ'ল কৰিছিল তেওঁ। সেইটো গ'ল কৰাৰ সময়ত তেওঁ যিটো…

ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত যোৰহাট দলৰ সফলতা

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৪ মে : চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সদ্য সমাপ্ত ৪২তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত যোৰহাট দলে বিশেষ সফলতা অৰ্জন কৰে। যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰা ইছলাম আহমেদ ৭০ বছৰ উৰ্ধৰ লং জাম্পত ৰূপৰ পদক, ৬৫…

এছিয়ান বেডমিন্টন চেম্পিয়নশ্বিপৰ ছেমিত পিভি সিন্ধু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ এপ্ৰিলঃ বেডমিন্টনৰ এছিয়ান চেম্পিয়নশ্বিপৰ অন্তিম চাৰিত উপনীত হৈছে ভাৰতীয় শ্বাটলাৰ পিভি সিন্ধু। দুবাৰৰ অলিম্পিক পদকজয়ী সিন্ধু সাত বছৰৰ পিছত এই প্রতিযোগিতাৰ ছেমিফাইনেলত উঠিছে। ২০১৫ চনৰ পৰা চেষ্টা কৰিও তেওঁ এই…

প্ৰফেচনেল বক্সিংত কৰিব প্ৰৱেশ অভিজিত বৰুৱাই

শতাব্দ প্ৰতিনিধি,যোৰহাট, ২১ এপ্ৰিল: এক মিনিটত ৩৮৭টা পাঞ্চ মাৰি বক্সিংত বিশ্ব ৰেকৰ্ড গঢ়া অসম সন্তান তথা যোৰহাটৰ জনপ্ৰিয় ক্ৰীড়া প্ৰতিভা অভিজিত বৰুৱাই প্ৰফেচনেল বক্সিং খেলত প্ৰবেশ কৰিব। বিশ্ব বক্সিং কাউঞ্চিল (World Boxing Council) আৰু এচিয়ান…

উইম্বলডনৰ গ্ৰাছ ক’ৰ্টতো যুদ্ধৰ ছাঁ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ এপ্ৰিল : উইম্বলডন মানেই টেনিছপ্ৰেমীৰ বাবে এক সুকীয়া শিহৰণ। নিজৰ নিজৰ অনুপম ক্ৰীড়া নৈপুণ্যৰে এই মেগা ইভেণ্টত জিলিকি উঠে টেনিছ তাৰকা। কোনো খেলুৱৈৰ ঘৰ্মাক্ত মুখাবয়ৱত সফলতাৰ সুবিমল হাঁহি বিৰিঙে আৰু কোনো খেলুৱৈৰ…