Browsing Category
ক্ৰীড়া
তেজপুৰত আন্তঃক্লাব কাৰাটেৰ সফল সমাপ্তি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯জুলাইঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত ডেকাৰগাঁও ঊষা নাট্যমন্দিৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা তেজপুৰ জিলা দ্বিতীয় বাৰ্ষিক ৰাজেন বৰঠাকুৰ সোঁৱৰণী আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান তেজপুৰ কাৰাটে ডজাং দলে লাভ…
শোণিতপুৰ জিলা আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭জুলাইঃ তেজপুৰৰ ডেকাৰগাঁৱত আজিৰে পৰা আৰম্ভ হৈছে জিলাভিত্তিক আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা৷শোণিতপুৰ জিলা কাৰাটে সন্হাৰ সৌজন্যত আৰু ডেকাৰগাঁওবাসীৰ সহযোগত দুদিনীয়াকৈ আৰম্ভ হৈছে এই প্ৰতিযোগিতাখন৷ দ্বিতীয় বাৰ্ষিক…
ৰাষ্ট্ৰীয় টাগ অৱ ৱাৰ প্ৰতিযোগিতালৈ অসমৰ মহিলা দল ৰাওনা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭জুলাইঃ অহা ২০ জুলাইৰ পৰা ২৩ জুলাইলৈ টাগ অফ ৱাৰ ফেডাৰেচন অফ ইণ্ডিয়াৰ উদ্যোগত তামিলনাডুৰ নামাক্কালত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় টাগ অফ ৱাৰ চেম্পিয়নশ্বিপ ২০২৩৷ইয়াৰ বাবে অসমৰ ১২ জনীয়া সদস্যাৰ মহিলা দলটো যোৱা নিশা…
বি ডিভিজন ফুটবলত পূব শোণিতপুৰৰ সম্পূৰ্ণ পইন্ট
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭জুলাইঃ তেজপুৰ জিলাক্ৰীড়া সন্হাৰ উদ্যোগত তেজপুৰৰ পলফিল্ডত অনুষ্ঠিত হোৱা বিশ্বজিৎ দত্ত ৰয় সোঁৱৰণি বি ডিভিজন ফুটবল লীগৰ আজি অনুষ্ঠিত হোৱা খেলত পূব শোণিতপুৰ ফুটবল দলে গাছা ফুটবল দলক ২-১ ব্যৱধানত পৰাস্ত কৰে৷আজিৰ…
ৰাজ্যিক জলক্ৰীড়াত তেজপুৰ জিলা দলৰ সাফল্য
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুলাইঃ গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা ৩০সংখ্যক সদৌ অসম জলক্ৰীড়া প্ৰতিযোগিতাত তেজপুৰ জিলাদলে মুঠ ৪৬টা পদক লাভ কৰি উজ্জীৱিত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷উল্লেখযোগ্য যে মাত্ৰ ৩৩জনীয়া এটা দলৰে সৰুসজাইত অনুষ্ঠিত…
শোণিতপুৰ জিলা শৰীৰ চৰ্চা কেন্দ্ৰৰ উদ্যোগত ভাৰ উত্তোলন কৰ্মশালা
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৯ জুলাই : শৰীৰ চৰ্চাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহা শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থা আৰু তেজপুৰ অসমীয়া ক্লাবৰ যৌথ উদ্যোগত যোৱা ৩ জুলাইৰ পৰা ১৫ জুলাইলৈকে তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাব প্ৰাংগণত অনুষ্ঠিত হৈ…
ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত তেজপুৰৰ প্ৰশান্তৰ দুটাকৈ সোণৰ পদক অৰ্জন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫মে’ঃ দেশৰ পাঞ্জা নিয়ন্ত্ৰণ ব’ৰ্ডৰ দ্বাৰা বাংগালুৰুত আয়োজিত তৃতীয় ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত তেজপুৰৰ প্ৰশান্ত তামুলীয়ে দুটা সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ প্ৰতিযোগীজনে সোঁ আৰু বাওঁ দুয়োখন হাতৰে খেলি এই…
তেজপুৰৰ ক্ৰীড়া সংগঠক ৰণধীৰ পাণ্ডেৰ বিয়োগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০মে’ঃ তেজপুৰ জিলা ক্রীড়া সন্থাৰ বক্সিং বিভাগৰ প্ৰাক্তন সম্পাদক, ক্ৰীড়া সন্হাটোৰ আজীৱন সদস্য, ক্রীড়া সংগঠক ৰণধীৰ পাণ্ডে(৪৮)ৰ যোৱা নিজা বাসভৱনত পৰলোকপ্রাপ্তি ঘটে। প্রায় দুবছৰ অচিন ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ…
শোণিতপুৰত জিলা ভিত্তিক কাৰাটে প্ৰশিক্ষণ কৰ্মশালা
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ ,১৭ মে ' অসম ৰাজ্যিক কাৰাটে সন্থাৰ তত্ত্বাৱধানত যোৱা ১৩ আৰু ১৪ মে, ২০২৩ তাৰিখে শোণিতপুৰ জিলা ভিত্তিক কাৰাটে প্ৰশিক্ষণ শিবিৰটি বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হৈ যায়।…
লখিমপুৰত পোনপ্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ই লাইচেন্স পাঠ্যক্ৰম
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ এপ্ৰিলঃ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অনুমোদন ক্ৰমে অসম ফুটবল সন্থা আৰু লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত লখিমপুৰ অগ্ৰণী ক্ৰীড়া অনুষ্ঠান হাতীলোং ফুটবল কচিং চেন্টাৰৰ উদ্যোগত আৰু শাৰীৰিক শিক্ষা বিভাগ উত্তৰ…