Browsing Category

ক্ৰীড়া

তেজপুৰত নাও খেলঃ পুৰুষ – মহিলাৰ উভয় শাখাতে কামৰূপ মেট্ৰ চেম্পিয়ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ ১২ এপ্ৰিলঃ তেজপুৰৰ ঐতিহাসিক হজৰাপুখুৰীত আজি সদৌ অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ উদ্যোগত আজি তৃতীয় বাৰ্ষিক অসম আন্তঃজিলা ড্ৰেগন নাওখেল প্ৰতিযোগিতা আৰু সপ্তম আমাৰ খেল আমাৰ উৎসৱ অনুষ্ঠিত হয়। পুৱা…

উত্তৰ অসমৰ প্ৰথমটো লখিমপুৰস্থ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই]ৰ পৰা বক্সিং-ফুটবল খেল কৰ্তনৰ সিদ্ধান্ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ এপ্ৰিলঃ লখিমপুৰ জিলাৰ শ’লাল তেলাহী কমলাবৰীয়াত ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহত আৰম্ভ কৰা হৈছিল উত্তৰ অসমৰ প্ৰথমটো ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ প্ৰকল্প৷ শেহতীয়াকৈ এই প্ৰকল্পত প্ৰদান কৰা বক্সিং আৰু ফুটবল খেল কৰ্তন…

কেৰাটে চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানেৰে তেজপুৰলৈ সুনাম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ এপ্ৰিল : গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত যোৱা ১ এপ্রিল পৰা ৩ এপ্ৰিললৈকে অনুষ্ঠিত হোৱা "DEO HAH OPEN KARATE CHAMPIONSHIP 2023" ত তেজপুৰৰ বাম পৰ্বতীয়া কাৰাটে-ডু একাডেমীৰ আলোক ভৰদ্বাজে ছাব জুনিয়ৰ শাখাত সোণৰ পদক…

সুদীৰ্ঘ ৫৭ টা বছৰৰ পিছত ৰাষ্ট্ৰীয় খেলুুৱৈ তৈয়বুন নিছাই বান্ধৱীক পৰিশোধ কৰিলে আঙুঠি

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ মাৰ্চঃ ৰাষ্ট্ৰীয় পৰ্যায়ত ডিছকাছ দলিয়াই ৫বাৰকৈ ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ দখল কৰি অসমলৈ সুনাম কঢ়িয়াই অনা তৈয়বুন নিছাক নতুনকৈ আৰু চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই। অতি শক্তিশালী মানুহগৰাকী কিন্তু অতি কোমল মনৰ মানুহ। পৰহি…

আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেটত ডিব্ৰুগড় বিশ্ববিদ্যালয় চেম্পিয়ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৩মাৰ্চঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ খেলপথাৰত অসম ক্ৰিকেট সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সহযোগত আয়োজিত নিলয় দত্ত সোঁৱৰণী আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে ডিব্ৰুগড়ৰ…

কটন আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় ফাইনেলত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২মাৰ্চঃ অসম ক্ৰিকেট সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰিকেট সন্হাৰ সহযোগত তেজপুৰ বিশ্ববিদ্যালয় খেলপথাৰত চলি থকা নিলয় দত্ত সোঁৱৰণী আন্তঃবিশ্ববিদ্যালয় টি ২০ ক্ৰিকেট টুৰ্ণামেন্টৰ আজি অনুষ্ঠিত হোৱা দ্বিতীয় খন ছেমি…

তেজপুৰ বিশ্ববিদ্যালয়ত দ্বিতীয় বাৰ্ষিক নিলয় দত্ত সোঁৱৰণি আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট টুৰ্নামেণ্ট আৰম্ভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ মাৰ্চঃ অসম ক্ৰিকেট সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সহযোগত তেজপুৰ বিশ্ববিদ্যালয় খেলপথাৰত অজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় বাৰ্ষিক নিলয় দত্ত সোৱঁৰণি আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা ৷আজি…

ৰাষ্ট্ৰীয় প্ৰবীন ক্ৰীড়াত পদক লাভ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫ফেব্ৰুৱাৰীঃ ভূৱনেশ্বৰৰ বাৰানসীত অনুষ্ঠিত হোৱা পঞ্চম ৰাষ্ট্ৰীয় প্ৰবীন ক্ৰীড়া প্ৰতিযোগিতাত তেজপুৰৰ মামু বায়নে হেমাৰ থ্ৰ’ত ৰূপৰ আৰু ত্ৰিপোল জাঁপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷এই সাফল্যৰে প্ৰবীন খেলুৱৈগৰাকী…

মঙলদৈত প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটৰ ফাইনেলত শক্তি সংঘ

মঙলদৈ, ৬ ফেব্ৰুৱাৰী : অসম ক্ৰিকেট সন্থাৰ উদ্যোগত মঙলদৈ ষ্টেডিয়ামত চলি থকা প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট লীগ প্ৰতিযোগিতাৰ আজি হোৱা প্ৰথমখন ছেমি ফাইনেলত শক্তি সংঘই মঙলদৈ টাউন ক্লাবক চাৰি উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। টছত জয়ী হৈ টাউন…

লখিমপুৰ আজাদত জিলা ভিত্তিত ভলীবল প্ৰতিযোগিতা

উত্তৰ লখিমপুৰ, ৩০ জানুৱাৰীঃ উদিত যুৱ সংঘৰ উদ্যোগত উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত দেওবাৰে আজাদ গোহাঁই টেকেলা খেলপথাৰত দিবা-নৈশ প্ৰাইজমানি ভলীবল খেল অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীৰ মূল সভাৰ আঁত ধৰে উদিত যুৱ সংঘৰ বিজু চাংমাইয়ে ।…