Browsing Category

ক্ৰীড়া

তেজপুৰৰ অগ্ৰণী ক্ৰিকেট খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক, খেলুৱৈ নিৰ্বাচক প্ৰদীপ চৌধুৰীৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ২৮ জানুৱাৰী : তেজপুৰ তথা অসমৰ উত্তৰ পাৰৰ এসময়ৰ অগ্ৰণী ক্ৰিকেট খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক, সৰবৰহী সমাজকৰ্মী, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ আজীৱন সদস্য প্ৰদীপ চৌধুৰীৰ আজি পুৱা প্ৰায় ১০ - ৩০ বজাত গুৱাহাটীৰ এখন…

লখিমপুৰত সদৌ অসম কিক্‌বক্সিং প্রতিযোগিতা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৬ জানুৱাৰী :সদৌ অসম কিক্‌বক্সিং ফেডাৰেচনৰ সপ্তম সদৌ অসম কিক্‌বক্সিং প্রতিযোগিতাৰ লগতে ষষ্ঠ সদৌ অসম পেছাদাৰী কিক্‌বক্সিং প্রতিযোগিতাখনি লখিমপুৰ জিলা কিক্‌বক্সিং সন্থা, অ এ কে এফ মাৰ্চিয়েল আৰ্টচ এণ্ড ফিটনেছ…

১৮ তম ৰাষ্ট্ৰীয় টাইকোৱান-ডো (আই টি এফ) চেম্পিয়নশ্বিপত অসম দলে লাভ কৰিলে ২৪টা পদক 

শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ ২ জানুৱাৰী ; ২০২২ চনৰ ২৬ৰ পৰা ২৮ ডিচেম্বৰলৈ উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত ১৮ তম" ৰাষ্ট্ৰীয় আইটিএফ টাইকোৱানডো চেম্পিয়নশ্বিপত অসম দলে ২৪ টাকৈ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। স্পেইনৰ আন্তঃৰাষ্ট্ৰীয়…

‘আল হিম’ৰ পথত আৰু এখোজ : ফাইনেলত মেছিৰ আৰ্জেণ্টিনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ ডিচেম্বৰ : আল হিম... কাটাৰত অনুষ্ঠিত ফুটবল বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেললৈকে ব্যৱহাৰ কৰা হৈছিল ‘আল ৰিলাই’। ছেমি ফাইনেল আৰু ফাইনেলৰ বাবে ব্যৱহাৰ কৰা হৈছে ‘আল হিম’। বিশেষ পাৰ্থক্য নাই গঠন বা আন কোনো দিশত। মাত্ৰ…

বিশ্বকাপৰ ছেমিত আজি মেছি আৰু মড্ৰিচৰ যুঁজ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ডিচেম্বৰ : আজি নিশা (মঙলবাৰ) কাটাৰত অনুষ্ঠিতব্য বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত আৰ্জেণ্টিনা আৰু ক্ৰ’ৱেচিয়া মুখামুখি হ’ব। পূৰ্বে বিশ্বকাপত যেতিয়া ক্ৰ’ৱেচিয়া ফাইনেলত প্ৰৱেশ কৰিছিল, তেতিয়া বহুতৰে মতে সেয়া আছিল…

১০৭ দিন অবিৰত মাৰাথন দৌৰেৰে এৰ্চনাৰ বিশ্ব অভিলেখ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ ডিচেম্বৰ : মাৰাথন এনে এক খেল য’ত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। কিন্তু ইয়াক সম্পূৰ্ণ কৰাটো সকলোৰে বাবে সম্ভৱ নহয়। ইয়াক সম্পূৰ্ণ কৰিবলৈ এজন প্ৰতিযোগীয়ে ৪২.১৯৫ কিলোমিটাৰ (মহিলাৰ বাবে) দৌৰিব লাগে যিটো সকলোৰে বাবে…

বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক, অলিম্পিক চেম্পিয়নক পৰাস্ত কৰিও স্বৰ্ণ-বঞ্চিত চানু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ ডিচেম্বৰ : বিশ্ব মঞ্চত পুনৰ দেশক গৌৰৱান্বিত কৰিলে মীৰাবাই চানুৱে। ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মহিলা ভাৰোত্তোল চানুৱে বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰে। ৪৯ কেজি শাখাত তেওঁ মুঠ ২০০ কেজি ভাৰ উত্তোলন কৰি ৰূপৰ…

কাটাৰত ‘ৰেমোছৰ হেট্ৰিক নিশা’, পৰ্তুগাল অন্তিম আঠত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ ডিতেম্বৰ : কাৰ বিষয়ে অধিক চিন্তা বা চৰ্চা কৰা উচিত? ৰোনাল্ডো নে তেওঁৰ সলনি প্ৰথম একাদশত স্থান পোৱা গনকালো ৰেমোছ! এই বিশ্বকাপত অতি কম সংখ্যক দলেই সকাহ লৈ বিৰতিলৈ যাবলৈ সক্ষম হৈছে। তাৰ ভিতৰত পৰ্তুগাল অন্যতম। শেষ…

ছাম্বাৰ ছন্দত শেষ আঠত ব্ৰাজিল, সন্মুখত ক্ৰ’ৱেচিয়া

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ডিচেম্বৰ : ব্ৰাজিলৰ বাবে আনন্দ নে কোৰিয়াৰ বাবে বিষাদ! দুয়োটা কৰিব পাৰি। মেচৰ পূৰ্বে দক্ষিণ কোৰিয়াৰ তাৰকা ফুটবলাৰ ছনে কয়, তেওঁলোকে এটা অলৌকিকতা বিচাৰে। বৰ ভুল নহয়। দক্ষতাৰ ক্ষেত্ৰত ব্ৰাজিলৰ সৈতে প্ৰতিযোগিতা…

‘কিলাৰ’ এমবাপেৰ ডাবল ষ্ট্ৰাইক, জিৰোৰ অভিলেখ; কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ ডিচেম্বৰ : ৰাছিয়াত অনুষ্ঠিত বিশ্বকাপত জন্ম লোৱা নতুন তাৰকাগৰাকী জিলিকি উঠিছে কাটাৰত। পুটিনৰ দেশত যি কাহিনী আৰম্ভ হৈছিল, সেই কাহিনীৰ কথন কাটাৰতো অব্যাহত আছে। বয়স এতিয়াও ২৪ বছৰ হোৱা নাই। বিশ্বকাপত কাইলিয়ান এমবাপে…