Browsing Category

ক্ৰীড়া

মেছিৰ সহস্ৰতম মেচত আৰ্জেণ্টিনাৰ ‘নাটকীয়’ জয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ ডিচেম্বৰ : তুলনা কৰি চালে ক্ষমতাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়া নিঃসন্দেহে আণ্ডাৰডগ। কিন্তু গ্ৰুপ পৰ্যায় অতিক্ৰম কৰি নকআউটত উপনীত হোৱা দল এটাক সহজভাৱে লোৱা উচিত নহয়। লিয়নেল মেছিৰ আৰ্জেণ্টিনায়ো লোৱা নাছিল। প্ৰথমাৰ্ধত…

ফুটবলৰ মহাৰণত ন’ক আউট আৰম্ভ”

 গায়ত্ৰী গোস্বামী অধ্যাপক বিশ্বকাপ ফুটবলৰ উত্তেজনা এতিয়া আহি চূড়ান্ত পৰ্যায় পাইছেহি। এতিয়াৰ পৰা ন'ক আউট পৰ্যায়ত খেলসমূহ আৰম্ভ হ'ব। অৰ্থাৎ এতিয়াৰ পৰা খেলত হৰাৰ মাত্ৰেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ পৰিব। লগতে, কোনো খেল ড্ৰ হ'লে ত্ৰিশ মিনিটৰ…

‘ব্ৰাজিল বধ’ কৰিয়ো কেমেৰুণৰ বিদায়, নক্ আউটলৈ চুইজাৰলেণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ ডিচেম্বৰ : এই নিশাটো কেমেৰুণে ঠিক কেনেকৈ মনত পেলাব! ব্ৰাজিলক পৰাস্ত কৰাৰ গৌৰৱ, নে বিশ্বকাপৰ পৰা বিদায়ৰ বিষাদ? বিশ্বকাপৰ মঞ্চত ব্ৰাজিলক পৰাস্ত কৰা আফ্ৰিকাৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ'ল কেমেৰুণ। একে সময়তে বিদায়ো…

* কাটাৰত জাপানৰ সূৰ্যোদয় * পৰাস্ত হৈয়ো নকআউটত স্পেইন, জয়ৰ পিছতো জাৰ্মানীৰ বিদায়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ ডিচেম্বৰ : দুখন খেলপথাৰ। শেষ মুহূৰ্তলৈকে উত্তেজনাৰ পাৰাস্তম্ভ উৰ্ধগামী। প্ৰতি মুহূৰ্ততে সলনি হৈছিল দৃশ্যপট। প্ৰথমতে জাপানৰ বিৰুদ্ধে আগবাঢ়ি আছিল স্পেইন। কিন্তু দ্বিতীয়াৰ্ধত মেচখনৰ ৰং সলনি কৰি দিলে জাপানে। স্পেইনক…

শেষ ১৬ত মেছিৰ আৰ্জেণ্টিনা, হাৰিও প্ৰি কোৱাৰ্টাৰত পোলেণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ডিচেম্বৰ : আৰ্জেণ্টিনাৰ বিশ্বকাপ ভ্ৰমণ এতিয়াও অব্যাহত আছে। লিয়নেল মেছিৰ অন্তিমখন বিশ্বকাপত আৰ্জেণ্টিনাই প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। তেওঁলোকৰ সৈতে গ্ৰুপ-চিৰ পৰা পোলেণ্ডেও শেষ ১৬ত স্থান লাভ…

প্ৰথম অসম কন্যা মুনমুনী ভাৰতীয় জুনিয়ৰ মহিলা হকী দললৈ নিৰ্বাচিত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ নৱেম্বৰ : ভাৰতীয় জুনিয়ৰ মহিলা হকী দললৈ নিৰ্বাচিত প্ৰথম গৰাকী অসমীয়া যুৱতী হোৱাৰ গৌৰৱৰ অধিকাৰী হৈছে তিনিচুকীয়াৰ মুনমুনী দাস ৷ তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ হকী সম্পাদক প্ৰেমানন্দ খনিকৰৰ তত্ত্বাৱধানত হকীৰ…

শ্মশানত পদশিল্প! ৪০০-৫০০ শ্ৰমিকৰ কফিনৰ ওপৰত বিশ্ব জয়ৰ বাবে উদ্বাউল ৩২ দেশ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : ২০২২ চনৰ বিশ্বকাপ ডেলিভাৰীৰ দায়িত্বত থকা কাটাৰৰ বিষয়াগৰাকীয়ে কয় যে বিশ্বকাপ সম্পৰ্কীয় নতুন প্ৰকল্প নিৰ্মাণ কৰি মৃত্যু হোৱা প্ৰব্ৰজিত শ্ৰমিকৰ সংখ্যা ‘৪০০ৰ পৰা ৫০০ৰ ভিতৰত’। ডেলিভাৰী এণ্ড লিগেচিৰ…

গ্ৰুপৰ শীৰ্ষত ইংলেণ্ড, আমেৰিকাও শেষ ষোল্লত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : কাটাৰ বিশ্বকাপ আৰু দ্বিতীয়াৰ্ধত খেলৰ ৰং সলনি। ৱেলছ বনাম ইংলেণ্ডৰ মেচতো সেই ধাৰা অব্যাহত থাকিল। গ্ৰুপ বিত চাৰিওটা দলেই নকআউটৰ বাবে সম্ভাৱনা কঢ়িয়াই ফুৰিছিল। ইংলেণ্ডৰ অৱস্থা কিছু সুবিধাজনক আছিল। ইংলেণ্ডে…

মৰুভূমিত ছাম্বাৰ ছন্দ, কেচেমিৰো নায়ক হোৱা দিনটোত ব্ৰাজিলৰ ইতিহাস

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ষ্টেডিয়াম ৯৭৪ত কেইবাটাও নজিৰ গঢ়াৰ দুৱাৰদলিত থিয় দিছিল ব্ৰাজিল। প্ৰথমটো হ’ল বিশ্বকাপৰ মঞ্চত প্ৰথমবাৰৰ বাবে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰাৰ সুযোগ। দ্বিতীয়তে, বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত একেৰাহে ১৭খন…

ৰিয়ান পৰাগৰ দুৰ্দান্ত ১৭৪ ৰাণ : বিজয় হাজাৰে ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত জম্মু কাশ্মীৰক হৰুৱালে অসমে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : আজি সোমবাৰে (২৮ নৱেম্বৰ) আহমেদাবাদত অনুষ্ঠিত বিজয় হাজাৰে ট্ৰফীৰ এখন কোৱাৰ্টাৰ ফাইনেলত জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ৪৬.১ অভাৰত ৩৫১ ৰাণৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰি ৭ উইকেটত দৰ্শনীয় বিজয় সাব্যস্ত কৰিছে অসমে।…