Browsing Category

ক্ৰীড়া

আধা ডজন গ’লৰ যুঁজ, মেচ নহয় যেন ৰ’লাৰক’ষ্টাৰ ৰাইড!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : চলিত কাটাৰ বিশ্বকাপ নৱম দিনত প্ৰৱেশ কৰিছে। আজি ২৮ নৱেম্বৰ সোমবাৰে দিনটোৰ প্ৰথমখন খেলত কেমেৰুণ ছাৰ্বিয়াৰ মুখামুখি হয়। নিজৰ নিজৰ প্ৰথমখন খেলত দুয়োটা দলেই পৰাস্ত হৈছিল। ফলত কেমেৰুণ আৰু ছাৰ্বিয়াই তিনিটা…

দুই ‘ছুপাৰ ছাব’ৰ গ’ল, স্পেইন-জাৰ্মানীৰ ড্ৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : কাটাৰ বিশ্বকাপ ২০২২ত স্পেইনৰ আৰম্ভণি ভাল হৈছিল। প্ৰথমখন খেলত কোষ্টাৰিকাক ৭-০ গ’লত পৰাস্ত কৰিছিল। ২০১০ চনৰ চেম্পিয়ন স্পেইন। সেইবাৰ সমগ্ৰ প্ৰতিযোগিতাখনত মাত্ৰ ৮টা গ’ল কৰিয়েই খিতাপ দখল কৰা স্পেইনে এইবাৰৰ…

৫৪ সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা পৰ্বতাৰোহণৰ নবীন প্ৰশিক্ষাৰ্থীৰ কলৰৱেৰে মুখৰিত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানা চৌহদৰ প্ৰয়াত ৰোহিনী কুমাৰ ভূঞা স্মাৰক শৈলক্ষেত্ৰ৷ উত্তৰ পূবৰ অন্যতম অগ্ৰণী…

মেছিৰ ‘মেজিক মমেণ্ট’

দাদুল দেৱকৃষ্ণ বৰুৱা এটা লক্ষ্যৰ বাবে অপেক্ষা কৰি কৰি সময় অতীত হৈ যায়। মেক্সিকোৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ পৰিস্থিতিও একেধৰণৰ আছিল। ২০২২ চনৰ কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনা দ্বিতীয়খন খেলত নামিল। যিখনত হাৰিলে এই ফুটবল মহাকুম্ভৰ পৰা বাহিৰ হৈ…

ৰোনাল্ডোৰ অবিশ্বাস্য অভিলেখ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : শীৰ্ষ দহৰ ভিতৰত পৰ্তুগাল। আনহাতে ৰেংকিঙৰ ক্ষেত্ৰত ঘানা বিশ্বকাপত অংশগ্ৰহণ কৰা অন্যতম নিম্ন স্থানৰ দল। ক্রিষ্টিয়ানো ৰোনাল্ডোৰ দলৰ বহু পিছৰ দল; কিন্তু ইভেণ্টৰ বিশ্বকাপত পৰ্তুগালৰ সৈতে তুলনা কৰিব নোৱৰা…

নেইমাৰৰ মঞ্চত ৰিচাৰ্লিছনৰ দুটা গ’ল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : এক বনাম একবিংশ। পাঁচবাৰৰ বিশ্ব চেম্পিয়ন বনাম যুঁজাৰু ছাৰ্বিয়া (ব্ৰাজিল বনাম ছাৰ্বিয়া)। কাটাৰত অনুষ্ঠিত বিশ্বকাপত মেছি আৰু ৰোনাল্ডোৰ পিছত নেইমাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল; কিন্তু ছাৰ্বিয়াৰ বিৰুদ্ধে…

নেইমাৰৰ বুটত বিশ্বজয়ৰ সপোন!

দাদুল দেৱকৃষ্ণ বৰুৱা ফিফাৰ ৰেংকিঙৰ শীৰ্ষত আছে ব্ৰাজিল। আৰু জি-গ্ৰুপৰ প্ৰথম প্ৰতিদ্বন্দ্বী হৈছে ২১ নম্বৰত থকা ছাৰ্বিয়া। তথাপি বিশ্বকাপৰ অভিযান আৰম্ভ হোৱাৰ পূৰ্বে ব্ৰাজিলে যথেষ্ট সতৰ্ক। মঙলবাৰে দুৰ্বল বিপক্ষ চৌদি আৰৱৰ হাতত আৰ্জেণ্টিনা আৰু…

ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ পৰিকল্পনা এলভিছ আলি হাজৰিকাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ নৱেম্বৰঃ শৈশৱতে সাঁতোৰ ক্ষেত্ৰখনত ২২টাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি ইতিহাস ৰচনা কৰা অসম সন্তান এলভিছ আলি হাজৰিকাই এইবাৰ পৰিকল্পনা কৰিছে ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ। ৰীলে সন্তৰণবিদ ( Relay Swimmer) ৰূপে ইংলেণ্ডৰ পৰা…

লখিমপুৰত কেৰাটে প্ৰশিক্ষাৰ্থীক বেল্ট প্ৰদান

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ নৱেম্বৰঃ উত্তৰ লখিমপুৰ নগৰৰ কে বি ৰোডত শনিবাৰে সন্ধিয়া ৱাডু কাই কেৰাটেৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়৷ অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণৰ লগত সংগতি ৰাখি চাৰিজন প্ৰশিক্ষাৰ্থীক ব্লেক…

শোণিতপুৰত একতাৰ দৌৰৰ ফ্লেগ অফ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩১অক্টোবৰ : আজি "ৰাষ্ট্ৰীয় একতা দিৱস" উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত ভোমোৰাগুৰিৰ নৱনিৰ্মিত দলংত একতাৰ দৌৰ আয়োজন কৰা হয়। এই একতাৰ দৌৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ভাৰত চৰকাৰৰ আইন…