Browsing Category

ক্ৰীড়া

তেজপুৰৰ বিষ্ণুজ্যোতি সোঁৱৰণী ফুটবলৰ খিতাপ অৰ্জন নগাঁৱৰ সঞ্জীৱন সমাজৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৩০অক্টোবৰ: তেজপুৰৰ চামধৰা চিনিয়ৰ মাদ্ৰাছা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৩৫সংখ্যক জ্যোতিবিষ্ণু ফুটবল প্ৰতিযোগিতাখনৰ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ চূড়ান্ত খেলখনত ট্ৰাইবেকাৰ পদ্ধতিৰ সহায়ত সঞ্জীৱনে কেৰালাৰ লুক্কা চকাৰ এফ চিক…

বিষ্ণুজ্যোতি ফুটবল:সঞ্জীৱন সমাজ নগাঁও ফাইনেলত

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭অক্টোবৰ: সঞ্জীৱন সমাজ নগাঁও দলে ছিলঙৰ আমস্নিং ইউনাইটেড ফুটবল ক্লাৱক পৰাস্ত কৰি তেজপুৰত অনুষ্ঠিত হৈ থকা বিষ্ণু জ্যোতি সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ পূৱ শোণিতপুৰ ক্ৰীড়া সন্হাৰ উদ্যোগত তেজপুৰৰ…

বিষ্ণু-জ্যোতি সোঁৱৰণী ফুটবল কেৰালাৰ লুক্কাচকাৰ ফাইনেলত

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২৬অক্টোবৰ: তেজপুৰৰ চামধৰা চিনিয়ৰ মাদ্ৰাছা খেলপথাৰত পূৱ শোণিতপুৰ ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা বিঞ্চুজ্যোতি সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত কেৰালাৰ লুক্কা চকাৰ ক্লাৱে…

বিঞ্চু জ্যোতি সোঁৱৰণী ফুটবল:সঞ্জীৱনী নগাঁও ছেমিত

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫অক্টোবৰ: পূৱ শোণিতপুৰ ক্ৰীড়া সন্হাৰ উদ্যোগত তেজপুৰৰ চামধৰা চিনিয়ৰ মাদ্ৰাছা খেল পথাৰত অনুষ্ঠিত ২৮সংখ্যক বিষ্ণু জ্যোতি সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা অন্তিম খন কোৱাৰ্টাৰ ফাইনেল খেলত সঞ্জীৱন…

অসম ৰাইফলছ চেম্পিয়ন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪অক্টোবৰ: অসম ৰাইফলচ একাদশে ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দলৰ খিতাপ অৰ্জন কৰিছে। তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ দ্বাৰা পৰিচালিত যোৱা ১৩অক্টোবৰৰ পৰা তেজপুৰ পল' গ্ৰাউণ্ডত…

ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপৰ ফাইনেল খেল কাইলৈ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত চলি থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত খেল নিশা অনুষ্ঠিত হয় অসম ৰাইফলছ চকাৰ ফুটবল একাদশ বনাম অইল ইণ্ডিয়া…

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেজপুৰৰ খেলুৱৈৰ ৰূপৰ পদক

শতাব্দ প্ৰতিনিধি, তেজপুৰ ২০অক্টোবৰঃ নতুন দিল্লীৰ খেলগাওঁ শ্রীফট ষ্টেডিয়ামত মোৱা ১৭ অক্টোবৰৰ পৰা চলি থকা কেন্দ্রীয় বিদ্যালয় (কে ভি) ৰাষ্ট্রীয় প্রতিযোগিতাত গুৱাহাটী মণ্ডলৰ পৰা অংশ গ্রহণ কৰা এভিলিন ভড়ালী আৰু ত্রিভায়ান ৰাজ বৰাই অনুৰ্ধ ১৭…

আন্তঃ মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাত তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয় বিজয়ী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ , ২০ অক্টোবৰ : টি এম পি কে লখিমপুৰ জিলা সমিতিৰ কাঙ্কিন কেবাং উদযাপনৰ সোণালী জয়ন্তী উপলক্ষে উত্তৰ লখিমপুৰ নগৰ সমিতিৰ উদ্যোগত যোৱা ১৮ অক্টোবৰ মঙ্গলবাৰে আয়োজন কৰা আন্তঃ মহাবিদ্যালয় ফুটবলৰ চূড়ান্ত প্ৰতিযোগিতাত উত্তৰ…

বিষ্ণু জ্যোতি ফুটবল

শতাব্দ প্ৰতিনিধি, তেজপুৰ ২০অক্টোবৰঃ পূব শোণিতপুৰ ক্রীড়া সন্থাৰ উদ্যোগত স্থানীয় নাম ছামধৰা ছিনিয়া মাদ্রাছা হাইস্কুল খেল পথাৰ চলি থকা বিষ্ণু জ্যোতি প্রাইজমানি ফুটবল প্রতিযোগিতাৰ আজি অনুষ্ঠিত দ্বিতীয়খন কোৱাটাৰ ফাইনেল খেলত…

 আজিৰে পৰা আৰম্ভ বিষ্ণু জ্যোতি প্ৰাইজমানি ফুটবল

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৯অক্টোবৰঃ পূব শোণিতপুৰ ক্রীড়া সন্থাৰ উদ্যোগত স্থানীয় নপাম ছিনিয়ৰ মাদ্ৰাছা হাইস্কুলৰ খেলপথাৰ আজিৰে পৰা অনুষ্ঠিত হোৱা ২৯ সংখ্যক বিষ্ণু জ্যোতি  প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত…