Browsing Category

ক্ৰীড়া

অইল ইণ্ডিয়াই পৰাস্ত কৰিলে চিৰাঙক

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৯অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা চতুৰ্থ খন কোৱাটাৰ ফাইনেল খেল অইল ইণ্ডিয়া দুলীয়াজান বনাম চিৰাং ফেৰেংগা…

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭৫ বৰ্ষপুতিত ব্ৰহ্মপুত্ৰত নৌকা চালনা অভিযান

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৯ অক্টোবৰ : ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৪৯ নং অসম নৌ বাহিনী, শিৱসাগৰ; দলীয় মুখ্য কাৰ্যালয়, ডিব্ৰুগড় তথা উত্তৰ -পূৱ সঞ্চালকালয়, শ্বিলঙৰ উদ্যোগত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৭৫ বৰ্ষ পূৰ্তি উপলক্ষে…

অসম ৰাইফলছ চকাৰ ফুট বল একাদশ ছেমিফাইনেলত প্ৰবেশ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৮অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি তৃতীয় খন কোৱাটাৰ ফাইনেল খেল  অসম লাইফলছ চকাৰ ফুট বল একাদশ বনাম গ্ৰীণভেলী ফুট বল…

ৰাজ্যিক যোগাসনত শোণিতপুৰ জিলা দ্বিতীয়

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭অক্টোবৰ: ১৪-১৬অক্টোবৰত তিনিদনীয়াকৈ ২৫ সংখ্যক প্ৰবীণ পুৰুষ আৰু মহিলাৰ অসম ৰাজ্যিক যোগাসন খেল প্ৰতিযোগিতাখন ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷প্ৰতিযোগিতাত শোণিতপুৰ জিলাই শ্ৰেষ্ঠ দলৰ সন্মান বুটলিবলৈ…

চিকিম ফুটবল একাডেমী ছেমিফাইনেলত প্ৰবেশ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা দ্বিতীয় খন কোৱাটাৰ ফাইনেল খেলত সুজাচেন ফুটবল অকাডেমী চিকিমে কেৰেলাৰ…

ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ:অসম ৰাইফলছ চকাৰ দল কোৱাৰ্টাৰ ফাইনেলত

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা খেলত অসম ৰাইফলছ চকাৰ দলে বঙাইগাঁও ইলেভেন ষ্টাৰ ক্লাৱক একমাত্ৰ গলৰ…

সদৌ অসম পথ চাইকেলিং:শোণিতপুৰ জিলা দল ঘোষণা

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫অক্টোবৰ: অহা ১৭অক্টোবৰৰ পৰা দুদিনীয়াকৈ উত্তৰ লখিমপুৰৰ বাইপাছ ৰ’ডত অনুষ্ঠিত হ’ব লগীয়া তৃতীয় বাৰ্ষিক সদৌ অসম ৰাজ্যিক পথ চাইকেলিং চেম্পিয়নশ্বিপত অংশ ল’ব শোণিতপুৰ দলে৷শোণিতপুৰ জিলা চাইকেলিং সন্হাই ইতিমধ্যে কাইলৈ…

ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাত অসম ৰাইফলছ চকাৰ দল বিজয়ী

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৪ অক্টোবৰ : তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত কালিৰে পৰা আৰম্ভ হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ খেলখনত অসম ৰাইফলছ চকাৰ দলে বঙাই গাঁও ইলেভেন ষ্টাৰ ক্লাবক ০-১…

ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপত তেজপুৰৰ আয়ুস শৰ্মাৰ কৃতিত্ব

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৩ অক্টোবৰঃ অলপতে গুজৰাটত অনুষ্ঠিত হৈ যোৱা এম পি এল ৩৫ সংখ্যক ৰাষ্ট্ৰীয় ইউ-৭ মুকলি আৰু ছোৱালী দবা চেম্পিয়নশ্বিপত (MPL 35th National U-7 Open and Girls Chess Championship) ত‌ অংশগ্ৰহণ কৰি শোণিতপুৰৰ  আয়ুস শৰ্মাই…

কাইলৈ ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ

শতাব্দ প্ৰতিনিধি তেজপুৰ ১২ অক্টোবৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত স্থানীয় পল’ফিল্ডত অহা ১৩ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ ১১ দিনীয়াকৈ ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে৷…