Browsing Category
ক্ৰীড়া
৩৯ তম শোণিতপুৰ জিলা ভাৰ উত্তোলনত শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ
জুনিয়ৰ মহিলা বেষ্ট লিফ্টাৰ বৃষ্টি ৰেখা হাজৰিকা - পুৰুষৰ বেষ্ট লিফ্টাৰ খিতাপ জয়ন্ত কোঁচলৈ
ছিনিয়ৰ মহিলা শাখাত বেষ্ট লিফ্টাৰ আমিনা খাতুন আৰু পুৰুষ শাখাত নীলম নাথ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬,ছেপ্তেম্বৰঃ শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থা আৰু…
অসম-উত্তৰ পূবৰ প্ৰথমজন পৰ্বতাৰোহী-স্বীয়াৰ খগেন্দ্ৰ নাথ বৰাৰে অন্তৰংগ আলাপ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ ছেপ্টেম্বৰঃ ১৯৭০ চনৰ ২৮ ছেপ্টেম্বৰ, সময় পুৱা ৯.২৫ বজা।সেই দিনটোৰ সেই মাহেন্দ্ৰ ক্ষণটো আছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্বতাৰোহণৰ ইতিহাসৰ এখিলা সোণালী পৃষ্ঠা।সেইদিনটোতে অসমৰ পৰা যোৱা প্ৰথমটো ৬ জনীয়া পৰ্বতাৰোহীৰ …
নয়নমণি শইকীয়াক অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদৰ নিযুক্তি পত্র প্ৰদান
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ ছেপ্টেম্বৰঃ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষ্যে আজি জনতা ভৱনত চৰকাৰীভাৱে ক্ৰীড়া পেঞ্চন দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত কমনৱেল্থ গেমছত ল'ন বলত সোণৰ পদক লাভ কৰা নয়নমণি শইকীয়াক অসম ক্ৰীড়া নীতি অনুসৰি ৫০ লাখ টকাৰ…
তেজপুৰ বিশ্ববিদ্যালয়ত ফিট ইণ্ডিয়া ফ্ৰিডম ৰাণ ২০২২
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৯আগষ্টঃ তেজপুৰ বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু হকী কিংবদন্তী মেজৰ ধ্যান চান্দৰ জন্ম জয়ন্তী উপলক্ষে ফিট ইণ্ডিয়া ফ্ৰীডম ৰান ২০২২ আয়োজন কৰে । অনুষ্ঠানটোৰ উদ্বোধনী ২০২২ চনৰ আজি পুৱা ৬:৩০ বজাত তেজপুৰ…
৩৭সংখ্যক ৰাজ্যিক টাইকোৱানড’ত শোণিতপুৰৰ সাফল্য
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৩আগষ্ট: ৰাজ্যত টাইকোৱানড’ খেলৰ প্ৰসাৰতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা থকা শোণিতপুৰৰ বহুসংখ্যক টাইকোৱানড’ খেলুৱৈয়ে ৰাষ্ট্ৰীয়,আন্তৰাষ্ট্ৰীয় তথা ৰাজ্যিক আদি কৰি বিভিন্ন পৰ্যায়ত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ ১৭-২০…
পেভিলিয়ন নিৰ্মাণৰ নামত তিনিচুকীয়াৰ একমাত্ৰ টেনিছ কৰ্ট বন্ধৰ চক্ৰান্ত
ক্ৰীড়াপ্ৰেমীৰ আজৱ কাণ্ড :
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ আগষ্ট : সুদীৰ্ঘ প্ৰায় ৩৫ টা বছৰ অতিক্ৰম কৰা তিনিচুকীয়া চহৰৰ কচুজান খেলপথাৰস্থিত একমাত্ৰ টেনিছ কৰ্টখন বন্ধ কৰাৰ বাবে এটা ফৈদে চক্ৰান্ত ৰচনা কৰা কাৰ্য্যই ক্ষোভিত কৰি তুলিছে…
যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত নগাঁও শ্ৰেষ্ঠ: শোণিতপুৰ দ্বিতীয়
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২২আগষ্ট: যোৱা ১৯-২১আগষ্টলৈ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত অনুষ্ঠিত হোৱা ২৫সংখ্যক চাব জুনিয়ৰ আৰু জুনিয়ৰ অসম ৰাজ্যিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা ২০২২ৰ যোৱানিশা সফল সমাপ্তি ঘটিছে৷ উল্লেখযোগ্য যে,শোণিতপুৰ জিলা যোগ…
তেজপুৰত এ ডিভিজন ফুটবল লীগৰ খিতাপ অৰ্জন অসম ৰাইফলচৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ,২১আগষ্ট: তেজপুৰৰ পলফিল্ডত তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত হোৱা অৰুণ চন্দ্ৰ শৰ্মা আৰু গোলাপ লতা দেৱী সোঁৱৰণী এ ডিভিজন ফুটবল লীগত সৰ্বোচ্চ পইন্টৰে লীগৰ খিতাপ দখল কৰিছে অসম ৰাইফলছে৷ আজি বিয়লি তিনিবজাত আৰম্ভ…
ডুবাইত বিশ্বৰ গভীৰতম চুইমিং পুল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ আগষ্ট : বুৰ্জ খলিফা, পাম জুমেইৰাৰ পিছত ডুবাইৰ মানৱসৃষ্ট অন্যতম গঠনে মূৰ ঘূৰাই দিয়াটো নিশ্চিত! ডিপ ডাইভ ডুবাই— বিশ্বৰ আটাইতকৈ গভীৰ চুইমিং পুল এতিয়া সমগ্ৰ বিশ্বৰ দুঃসাহসিক প্ৰেমীসকলৰ বাবে মূল আকৰ্ষণ হৈ পৰিছে। এই…
তেজপুৰত অসম ক্ৰিকেট সন্হাৰ বিশেষ সাধাৰণ সভা অনুষ্ঠিত
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২০আগষ্ট: তেজপুৰৰ বটামাৰীস্হিত কনভেনচন চেন্টাৰত অসম ক্ৰিকেট সন্হাৰ এখন বিশেষ সাধাৰণ সভা আজি অনুষ্ঠিত হয়৷ তেজপুৰ ক্ৰিকেট সন্হাৰ ব্যৱস্থাপনাত দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনত অসম ক্ৰিকেট সন্হাৰ সভাপতি ৰমেন দত্ত…