Browsing Category
ট্ৰেণ্ডিং
ডিক্ৰং গাঁও পঞ্চায়তত পি এম এ ৱাই গৃহৰ কোটি টকীয়া কেলেংকাৰি
আৰক্ষীৰ ভূমিকাক লৈ সন্দেহৰ আঙুলিঃ জি পি চি, সচিবসহ এজন ৱাৰ্ড সদস্যহে গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ আগষ্টঃ ৰাজ্য চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলি ঢাক ঢোল বজাই আহিলেও কাৰ্যত তেনে আস্ফালন অসাৰ প্ৰতিপন্ন…
তেজপুৰত ছাত্ৰীক আক্ৰমণঃ চাৰিজনক আটক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮আগষ্টঃ তেজপুৰ ঘৰপৰা চুবুৰীত কালি সন্ধিয়া দৰং মহাবিদ্যালয়ৰ ছাত্ৰী এগৰাকীক আক্ৰমণৰ ঘটনাৰে জড়িত থকাৰ সন্দেহত চাৰিজন ছাত্ৰক আটক কৰিছে তেজপুৰ আৰক্ষীয়ে৷ উল্লেখযোগ্য যে যোৱানিশাই চাৰিওজনকে আৰক্ষীয়ে সোধপোছৰ বাবে…
তিনিচুকীয়াত শ্রমমন্ত্ৰী কিষাণৰ গৃহ বাগিছাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ আগষ্ট : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে চাহ শ্রমিকক প্ৰস্তাৱিত ৩৫১ টকা দৈনিক মজুৰি আৰু ভূমিপট্টা প্ৰদানৰ দাবীত আজি তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্রমমন্ত্ৰী সঞ্জয় কিষাণৰ…
বগীনদীত সঘনাই পথ দুৰ্ঘটনা
উদ্বিগ্ন সচেতন ৰাইজ
অকালতে প্ৰাণ হেৰুৱাইছে বহুজনে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ আগষ্টঃ লখিমপুৰ জিলাৰ বগীনদী অঞ্চলত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ থকা কাৰ্যই সচেতন ৰাইজক উদ্বিগ্ন কৰি তুলিছে৷ বিশেষকৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে…
২০০ কোটিটকীয়া উন্নয়নৰ পাছতো এজাক বৰষুণতে বুৰিল সমগ্ৰ তিনিচুকীয়া চহৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ আগষ্ট : তিনিচুকীয়া চহৰৰ উন্নয়নৰ নামত কোটি কোটি টকা ব্যয় কৰি অহাৰ পাছতো তথাকথিত উন্নয়নৰ ফোঁপোলা স্বৰূপ আজি পুনৰ উদঙাই দিয়ে এজাক বৰষুণে ৷ আজি দুপৰীয়া প্ৰায় আধাঘণ্টা সময় ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত একাঁঠু…
বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে লখিমপুৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ দ্বাৰা ফটোগ্ৰাফী আৰু চেল্ফি…
লখিমপুৰ, ১৭ আগষ্ট: অহা ১৯ আগষ্টত সমগ্ৰ পৃথিৱীজুৰি উদযাপিত হব বিশ্ব ফটোগ্ৰাফী দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি উক্ত দিনটোত লখিমপুৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তৰফৰ পৰা এক ফটোগ্ৰাফী আৰু চেল্ফি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনিৰ…
বিদ্যালয়ৰ পৰা অহাৰ পথত ঘৰৰ সন্মুখৰ পৰাই শিক্ষয়িত্ৰীৰ ডিঙিৰ চেইন থপিয়াই নিলে চিলনী চোৰে
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৭ আগষ্ট : তেজপুৰ চহৰৰ লগতে চহৰখনৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমুহত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে চিলনী চোৰৰ উপদ্ৰৱ। বিগত সময়খিনিত তেজপুৰৰ বিভিন্ন প্ৰান্তত দিন দুপৰতে চিলনী চোৰে বহুকেইগৰাকী মহিলা - যুৱতীৰ ডিঙিৰ পৰা সোণৰ চেইন…
গুলীবিদ্ধ ৰাজু আহমেদ আলফা নহয়- আলফা স্বাধীন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ আগষ্টঃ যোৱা ১৫ আগষ্ট ২০২৩ ৰ নিশা শিৱসাগৰৰ ডিমৌ আৰক্ষীয়ে গুলীবিদ্ধ কৰা ৰাজু আহমেদ নামৰ যুৱকগৰাকী “সংযুক্ত মুক্তি বাহিনী, অসম ” সংগঠনৰ সদস্য অথবা সংগঠনৰ যোগাযোগকাৰী নহয়৷ উক্ত যুৱকগৰাকীৰ সৈতে সংগঠনৰ কোনোধৰণৰ যোগসূত্ৰ…
নাৰায়ণপুৰত ৰোগী কঢ়িয়াই অনা এম্বুলেন্স সোমাল পুখুৰীতঃ আহত- ৪
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ আগষ্টঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোলাবৰীত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত এটি শিশু সহ চাৰিজন লোক গুৰুতৰ ভাৱে আহত হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা অসম-অৰুণাচল সীমান্তৱৰ্তী ভোলাবৰী সমীপৰ…
পিকনিক খাবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন শোণিতপুৰৰ যুৱক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ আগষ্ট : ১৫ আগষ্টৰ দিনা বন্ধুবৰ্গৰ স’তে বনভোজ খাবলৈ গৈ কালি তেজপুৰ সমীপৰ ঠেলামৰা তেলিয়াগাৱঁত ব্ৰহ্মপুত্ৰৰ বুকুত খগেন বড়ো (২৫) নামৰ এজন উদীয়মান ফুটবল খেলুৱৈ তথা সৰবৰহী যুৱক সন্ধানহীন পৰা ঘটনাই অঞ্চলজুৰি…