Browsing Category
ট্ৰেণ্ডিং
লখিমপুৰত ভদীয়াৰ বানত বুৰিল বহু গাঁও
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ আগষ্টঃ অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাত যোৱা তিনিদিন ধৰি একেৰাহে হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন প্ৰান্ত ভদীয়া বানৰ কবলত পৰিছে৷ আজি পুৱাই কদম ৰাজহ চক্ৰৰ বহুকেইখন গাঁও কাকৈ নদীৰ বানত জলমগ্ন হয়৷…
লখিমপুৰত এন পি এছ কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ আগষ্টঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে লখিমপুৰতো আজি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ লখিমপুৰ জিলা সমিতিয়ে কৰ্মবিৰতিৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠা আৰু এন পি এছৰ অধীনত…
উত্তৰ লখিমপুৰ ৰেল ষ্টেচনৰ প্লেটফৰ্মত নিশা উদঙীয়া গৰুৰ সন্ত্ৰাস
শতাব্দ প্ৰতিনিধি, ২১ আগষ্টঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলোবোৰ ৰেলৱে ষ্টেচন উন্নত কৰি সেই ষ্টেচন সমূহক স্বচ্ছ ভাৰত মিছন অভিযানৰ অন্তৰ্ভূক্ত কৰাৰ সময়তে লখিমপুৰত নিশা ইয়াৰ বিপৰীত প্ৰতিচ্ছবি প্ৰতিফলিত হোৱা কাৰ্যই ৰেল যাত্ৰীসকলক আ(ৰ্য কৰি তুলিছে৷…
লখিমপুৰত পথৰ মাজত পুখুৰী সদৃশ গাঁত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ আগষ্টঃ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও বহু পথৰ দুৰৱস্থাই পথচাৰীক দুৰ্ভোগ ভূগাই আহিছে৷ শেহতীয়াকৈ তেনে এটি ভগ্নপ্ৰায় পথ নিৰ্মাণৰ দাবীত দেওবাৰে সচেতন নাগৰিক সমাজে লখিমপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰি…
বগীনদীত আৰোহণ ফাইনেন্সৰ শাখা প্ৰবন্ধকক গ্ৰাহকে কেবা ঘণ্টা আৱদ্ধ কৰি চমজালে আৰক্ষীক
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ আগষ্টঃ একাংশ বিত্তীয় প্ৰতিষ্ঠানে না না প্ৰলোভনেৰে গ্ৰাহকক প্ৰতাৰণা কৰি অহাৰ সময়তে আজি লখিমপুৰ জিলাৰ বগীনদীৰ কদম তিনিআলিত প্ৰবঞ্চিত গ্ৰাহকে আৰোহণ ফাইনেন্সৰ তিনিজন বিষয়াক কেবাঘKI×া আৱদ্ধ কৰি আৰক্ষীক চমজাই দিয়া…
হায় বিদ্যুৎ বিভাগঃ লখিমপুৰৰ আমতলাত এতিয়াও বহু গাঁৱত বাঁহৰ খুঁটাৰে গ্ৰাহকক বিদ্যুৎ সংযোগ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ আগষ্টঃ ৰাজ্যৰ শক্তিখণ্ডত চৰকাৰে আমূল পৰিৱৰ্তন হোৱা বুলি দাবী কৰি আহিলেও চৰকাৰৰ সেই আশ্বাস যে একপ্ৰকাৰে প্ৰহসন সেই কথা লখিমপুৰ জিলাৰ একাংশ গাঁৱৰ বিদ্যুৎ সংযোগ ব্যৱস্থাই পৰিস্ফুট কৰি তুলিছে৷ প্ৰাপ্ত খবৰ অনুসৰি…
তিনিচুকীয়া কাৰাগাৰৰ বিচাৰাধীন মহিলা কয়দীৰ মৃত্যু
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ আগষ্ট : তিনিচুকীয়া জিলা কাৰাগাৰৰ এগৰাকী বিচাৰাধীন মহিলা কয়দীৰ জিম্মাত মৃত্যু হোৱা ঘটনা সন্দৰ্ভত তদন্তকাৰী বিষয়াই অহা ২৯ আগষ্টৰ দিনৰ ১১ বজাৰ পৰা ২ বজালৈকে সাক্ষ্যগ্ৰহণ কৰিব ৷ উল্লেখ্য যে তিনিচুকীয়া জিলা…
তিনিচুকীয়া জিলাৰ মাকুমত অইলৰ অ’ চি এছৰ সমীপত গ্ৰেনেড উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, ২১ আগষ্ট: তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ লাংকাচিস্থিত অইল ইণ্ডিয়া লিমিটেডৰ হাপজান অ’ চি এছৰ (অইল কালেক্টিং ষ্টেচন) সমীপত আজি বিয়লি এটা শক্তিশালী গ্ৰেনেড উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷…
ড্ৰাগছৰ অপব্যৱহাৰ নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৰোধৰ বাবে তিনিচুকীয়াত গুৰুত্বপূৰ্ণ বৈঠক
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ আগষ্ট: আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পাছতো তিনিচুকীয়া জিলাৰ চুকেকোণে নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰি তোলাৰ সময়তে জিলাখনত ড্ৰাগছৰ অপব্যৱহাৰ আৰু নিচাজাতীয়…
শোণিতপুৰৰ ১১২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে আৰোহনৰ অধীনত ডি আৰ এল পৰিদৰ্শন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ আগষ্ট: তেজপুৰস্থ প্ৰতিৰক্ষা গৱেষণাগাড়ৰ সহযোগত শোণিতপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত আজি ‘মেণ্টিজ ডেভেলপমেণ্ট প্ৰগ্ৰেম’ৰ আয়োজন কৰা হয়৷ এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য আছিল ছাত্ৰ-ছাত্ৰীসকলক মেণ্টৰিং আৰু…
