Browsing Category
ট্ৰেণ্ডিং
ভূৱা ঠিকনাৰে এছএছবিত যোগদান তিনি যুৱকৰঃতদন্ত
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯আগষ্টঃ নিজকে শোণিতপুৰৰ বাসিন্দা বুলি ভুৱা পৰিচয় দি এছএছবি চাকৰি লোৱা বহিৰাজ্যৰ তিনি যুৱকৰ জালিয়াতি সম্প্ৰতি পোহৰলৈ আহিছে৷ অভিযোগ অনুসৰি, অংকিত কুমাৰ, লোকেন্দ্ৰ চাহাৰ আৰু শ্ৰী দিবাকৰ নামৰ তিনি যুৱকে ২০২২ ত…
২০২১-২০২২ বৰ্ষৰ মাধৱীলতা সাহিত্য বঁটা বিশিষ্ট লেখক ডাঃ ভৃঙ্গেশ্বৰ শৰ্মালৈ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ আগষ্ট: ২০২১-২০২২ বৰ্ষৰ মাধৱীলতা সাহিত্য বঁটাৰ বাবে মাৰ্ঘেৰিটা নিবাসী, ক’ল ইণ্ডিয়া লিমিটেড চিকিৎসালয়ৰ মুখ্য চিকিৎসা বিষয়া, অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, হাস্য-ব্যঙ্গ লেখক ডাঃ ভৃঙ্গেশ্বৰ শৰ্মাক…
তেজপুৰত বেংকৰ ভিতৰৰ পৰাই গ্ৰাহকৰ ধন লুট
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯আগষ্টঃ তেজপুৰত আজি বেংকৰ ভিতৰতে দিন ডকাইটিৰ দৰে এক ঘটনা সংঘটিত হয়৷ ভাৰতীয় ষ্টেট বেংক তেজপুৰ শাখাত এগৰাকী মহিলাই গ্ৰাহকৰ শাৰীত থিয় হৈ থকা অৱস্থাতে হাতত থকা বেগৰ পৰা দুৰ্বৃত্তই কাঢ়ি লৈ যায় নগদ ১০ হেজাৰ টকা আৰু…
তেজপুৰত বিশ্ব ফটোগ্ৰাফী দিৱস
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ আগষ্ট: বিশ্ব ফটোগ্ৰাফী দিৱসৰ আজিৰ দিনটোত তেজপুৰৰ ফটো সাংবাদিক সমীৰ কৰে বিগত সময়ত কেমেৰাৰে ধৰি ৰখা শতাধিক কলাত্মক আলোকচিত্ৰ আৰু নিজৰ লগতে তাহানিৰে পৰা পিতৃ পুৰুষে ব্যৱহাৰ কৰা কেবাটাও আকৰ্ষণীয় পুৰণি কেমেৰাৰ এখন…
জামিন লাভৰ পাছতো বহুজন কাৰাবন্দী
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ আগষ্ট: অসমৰ কাৰাগাৰসমূহত এনে বহুলোক আছে যিসকলে গোচৰৰ বিপৰীতে জামিন লাভ কৰাৰ পাছতো আইনৰ কিছুমান নিয়ম সম্পূৰ্ণ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত কাৰাগৰতে দিন অতিবাহিত কৰিব লগা হয়৷ জামিন লাভৰ অন্ততো কাৰাবন্দী হৈ থকা…
ডিক্ৰং গাঁও পঞ্চায়তত পি এম এ ৱাই গৃহৰ কোটি টকীয়া কেলেংকাৰি
আৰক্ষীৰ ভূমিকাক লৈ সন্দেহৰ আঙুলিঃ জি পি চি, সচিবসহ এজন ৱাৰ্ড সদস্যহে গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ আগষ্টঃ ৰাজ্য চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলি ঢাক ঢোল বজাই আহিলেও কাৰ্যত তেনে আস্ফালন অসাৰ প্ৰতিপন্ন…
তেজপুৰত ছাত্ৰীক আক্ৰমণঃ চাৰিজনক আটক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮আগষ্টঃ তেজপুৰ ঘৰপৰা চুবুৰীত কালি সন্ধিয়া দৰং মহাবিদ্যালয়ৰ ছাত্ৰী এগৰাকীক আক্ৰমণৰ ঘটনাৰে জড়িত থকাৰ সন্দেহত চাৰিজন ছাত্ৰক আটক কৰিছে তেজপুৰ আৰক্ষীয়ে৷ উল্লেখযোগ্য যে যোৱানিশাই চাৰিওজনকে আৰক্ষীয়ে সোধপোছৰ বাবে…
তিনিচুকীয়াত শ্রমমন্ত্ৰী কিষাণৰ গৃহ বাগিছাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ আগষ্ট : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে চাহ শ্রমিকক প্ৰস্তাৱিত ৩৫১ টকা দৈনিক মজুৰি আৰু ভূমিপট্টা প্ৰদানৰ দাবীত আজি তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্রমমন্ত্ৰী সঞ্জয় কিষাণৰ…
বগীনদীত সঘনাই পথ দুৰ্ঘটনা
উদ্বিগ্ন সচেতন ৰাইজ
অকালতে প্ৰাণ হেৰুৱাইছে বহুজনে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ আগষ্টঃ লখিমপুৰ জিলাৰ বগীনদী অঞ্চলত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ থকা কাৰ্যই সচেতন ৰাইজক উদ্বিগ্ন কৰি তুলিছে৷ বিশেষকৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে…
২০০ কোটিটকীয়া উন্নয়নৰ পাছতো এজাক বৰষুণতে বুৰিল সমগ্ৰ তিনিচুকীয়া চহৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ আগষ্ট : তিনিচুকীয়া চহৰৰ উন্নয়নৰ নামত কোটি কোটি টকা ব্যয় কৰি অহাৰ পাছতো তথাকথিত উন্নয়নৰ ফোঁপোলা স্বৰূপ আজি পুনৰ উদঙাই দিয়ে এজাক বৰষুণে ৷ আজি দুপৰীয়া প্ৰায় আধাঘণ্টা সময় ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত একাঁঠু…
