Browsing Category

ট্ৰেণ্ডিং

নাৰায়ণপুৰত ৰোগী কঢ়িয়াই অনা এম্বুলেন্স সোমাল পুখুৰীতঃ আহত- ৪

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ আগষ্টঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোলাবৰীত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত এটি শিশু সহ চাৰিজন লোক গুৰুতৰ ভাৱে আহত হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা অসম-অৰুণাচল সীমান্তৱৰ্তী ভোলাবৰী সমীপৰ…

পিকনিক খাবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন শোণিতপুৰৰ যুৱক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ আগষ্ট : ১৫ আগষ্টৰ দিনা বন্ধুবৰ্গৰ স’তে বনভোজ খাবলৈ গৈ কালি তেজপুৰ সমীপৰ ঠেলামৰা তেলিয়াগাৱঁত ব্ৰহ্মপুত্ৰৰ বুকুত খগেন বড়ো (২৫) নামৰ এজন উদীয়মান ফুটবল খেলুৱৈ তথা সৰবৰহী যুৱক সন্ধানহীন পৰা ঘটনাই অঞ্চলজুৰি…

লক্ষীমপুৰত নাৰ্ছিং কলেজ-ডেণ্টেল কলেজ নিৰ্মাণ হবঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পৰিদৰ্শন

উত্তৰ লক্ষীমপুৰ, ১৬ আগষ্ট: ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰে। স্বাস্থ্যমন্ত্ৰী মহন্তই লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকাৰ সৈতে…

নাওবৈচা-বঙালমৰাত নকল সোণৰ নাৱৰ বেহা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৬ আগষ্টঃ লখিমপুৰ জিলাৰ ভিন্ন প্ৰান্তৰ লগতে বঙালমৰাতো যে নকল সোণ আৰু জালনোটৰ বেহা এইপৰ্যন্ত অব্যাহত আছে সেই কথা আৰক্ষীৰ শেহতীয়া অভিযানত পোহৰলৈ আহিছে৷ প্ৰায় দুদিন পূৰ্বে বঙালমৰাত আৰক্ষীয়ে নকল সোণৰ বেপাৰী-জাল…

অভিনৱ থিয়েটাৰ প্ৰকল্পত নাটকৰ অন্তৰংগ আলাপ আৰু নাটক দূত ঘটোৎকচ মঞ্চস্থ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ আগষ্টঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত যোৱা ১৩ আগষ্টৰ সন্ধিয়া ৬বজাত এখনি হিন্দী নাটক “দূত ঘটোৎকচ” মঞ্চস্থ কৰা হয়। প্ৰতি মাহত অভিনৱ থিয়েটাৰৰ দ্বাৰা অনুষ্ঠিত কৰি অহা “নাটকৰ অন্তৰংগ”…

তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিভীষিকাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ আগষ্ট : মিছা বিভীষিকাৰ পৰিৱৰ্তে প্ৰকৃত বিভীষিকা মোডী বিভীষিকা আৰু মূল্যবৃদ্ধিৰ বিভীষিকাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’বলৈ সকলোকে আহ্বান জনাই আজি চিপিআইৰ (এম-এল) তিনিচুকীয়া জিলা সমিতিয়ে চহৰখনৰ মাজ মজিয়াৰ…

তেজপুৰত চিলনী চোৰক কৰায়ত্ত 

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,১৪আগষ্টঃ  তেজপুৰৰ চহৰৰ নিকটৱৰ্ত্তী তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা আজি পুৱা  এগৰাকী মহিলাৰ ডিঙিৰ চেইন কাঢ়ি বাইকলৈ পলায়ন কৰিছিল ।কিন্তূ এই বাৰ চোৰৰ দিন বেয়া আছিল।মহিলা গৰাকীয়ে  হুৱাদুৱা লগোৱাত এখন গাড়ীৰে চোৰটোৰ…

বঙালমৰাত এনকাউণ্টাৰত ড্ৰাগছ বেপাৰী আহত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ আগষ্ট ঃ নকল সোণ-জালনোটৰ ঘাটি হিচাপে পৰিচিত বঙালমৰাত দেওবাৰে মাজনিশা আৰক্ষীয়ে এটা ড্ৰাগছ বেপাৰীক এনকাউণ্টাৰ কৰা ঘটনাই সমগ্ৰ বঙালমৰা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কালি নিশা গুলীবিদ্ধ হোৱা ড্ৰাগছ ব্যৱসায়ীটো…

শোণিতপুৰত কীটনাশক আৰু সাৰৰ বিপণিত জিলা টাস্ক ফ’ৰ্চৰ পৰিদৰ্শন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ১৩ আগষ্ট: শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত জিলা টাস্ক ফ'ৰ্চৰ এটা দলে জিলাখনৰ ১৫ টা কৃষি উন্নয়ন চক্র ক্ৰমে- ৰাক্ষসমাৰী কৃষি উন্নয়ন চক্র, ঢেকিয়াজুলি, মিছামাৰি, বিন্দুকুৰী, ঠেলামৰা, ভগামন্দিৰ, চিৰাজুলী, বিহগুৰী,…

চৰকাৰী আৱাস প্ৰদানত দালালৰ দপদপনি তেজপুৰত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৩আগষ্টঃ ৰাজ্যত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কেতিয়াবা দালালৰ বিৰুদ্ধে নতুবা আকৌ ঘোছখোৰৰ বিৰুদ্ধে অভিযান চলিলেও একাংশ প্ৰৱঞ্চকে এনেবোৰ বিষয়ৰ প্ৰতি সামান্যতম গুৰুত্বও প্ৰদান কৰা নাই ৷ আনকি এনে একাংশ প্ৰৱঞ্চক আকৌ…