Browsing Category
ট্ৰেণ্ডিং
তিনিচুকীয়াত ২৫ লাখ টকাৰ হেৰ’ইন জব্দ : দুই মহিলাসহ ধৃত ৩
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ আগষ্ট : তিনিচুকীয়া আৰক্ষীয়ে আজি চহৰখনৰ দহোটীয়াচুক অঞ্চলত অভিযান চলাই জনৈক প্ৰদীপ দত্ত নামৰ লোকজনৰ ভাড়াঘৰৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে দুগৰাকী মহিলাসহ ৩ জন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।…
লখিমপুৰত ছাগলী চোৰে হত্যা কৰা প্ৰণৱ শইকীয়াৰ পৰিয়ালক পাঁচ লাখ টকাৰ সাহায্য প্ৰদান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২ আগষ্টঃ উত্তৰ লখিমপুৰ নগৰৰ পাৰ্শ্বৱৰ্তী বগলীজানৰ গোৱৰিশালীত যোৱা ২৮ আগষ্টৰ নিশা ছাগলী চোৰে হত্যা কৰা প্ৰণৱ শইকীয়াৰ আত্মীয়লৈ অসম চৰকাৰে পাঁচ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিছে৷ মুখ্যমন্ত্ৰীৰ সাহায্য…
তিনিচুকীয়াত জুলাই মাহতে জব্দ ৩.১ কোটিৰ ড্ৰাগছ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ আগষ্ট : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ তীব্ৰ অভিযান ৷ কেৱল জুলাই মাহৰ ভিতৰতে তিনিচুকীয়া আৰক্ষীয়ে ৩.১ কোটি টকা মূল্যৰ অবৈধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ জুলাই মাহত তিনিচুকীয়া…
সাঁচিপতীয়া পাণ্ডুলিপি আৰু শংকৰী চিত্ৰশৈলীৰ কৰ্মশালা সম্পন্ন
গুৱাহাটী, ১ আগষ্টঃ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সহযোগত তথা ছ'চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ (https://www.sankaradeva.com) নামৰ সংস্থাৰ উদ্যোগত ২৬ জুলাইৰ পৰা ৩০ জুলাই তাৰিখলৈ গুৱাহাটীস্থ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সভাকক্ষত…
অসম মহিলা টাগ অফ ৱাৰ দলৰ খেলুৱৈক ৰঙাপৰাত বিশেষ সম্বৰ্ধনা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১আগষ্টঃ শোণিতপুৰ টাগ অফ ৱাৰ এছোচিয়েছনৰ উদ্যোগত আৰু তেজপুৰ অসমীয়া ক্লাব আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ সহযোগত কালি ৰঙাপৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অসম মহিলা টাগ অফ ৱাৰ দলৰ খেলুৱৈ সকলক বিশেষ ভাৱে সম্বৰ্ধনা…
‘লাচিত সেনা’ৰ কাৰ্যকলাপৰ বাবে বীৰ লাচিত সেনা কোনো প্ৰকাৰে দায়বদ্ধ নহয়
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ আগষ্টঃ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি দুপৰীয়া বীৰ লাচিত সেনা অসমৰ হৈ লখিমপুৰ জিলা সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰে৷ বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ভদ্ৰজিৎ দত্ত, মুখ্য সচিব ৰূপাংকৰ বৰা,…
ৰূপকোঁৱৰৰ ঐতিহাসিক “পকী”ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “ৰুক্মিণী হৰণ”
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ আগষ্ট : মাজুলীৰ আউনিআটী সত্ৰৰ সত্ৰীয়া শিল্পী তথা গুৱাহাটীৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ সত্ৰীয়া আৰু খোল বিভাগৰ শিক্ষক অতুল ভূঞাৰ আশিস লৈ তেজপুৰৰ সৃজনী সংগীত মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে কালি…
তেজপুৰৰ বাণ থিয়েটাৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চিতাভস্ম সংৰক্ষণৰ বিশেষ স্থান উদ্ঘাটন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ আগষ্ট : নটসূৰ্য্য ফণী শৰ্মাৰ ৫৩ সংখ্যক স্মৃতিদিৱস আৰু নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ কালি প্ৰথম দিনটোৰ সন্ধিয়া নটসূৰ্য্য গৰাকীৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ…
লখিমপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ গাড়ীচালকক বিষয়াই ব্যক্তিগত কামত নিয়োগৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ জুলাইঃ লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ একাংশ বিষয়াই চৰকাৰী গাড়ীচালকক ব্যক্তিগত কামত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ কেবাজনো চৰকাৰী গাড়ী চালকক এতিয়া এনে একাংশ বিষয়াই চৰকাৰী কামত ব্যৱহাৰ কৰাৰ উপৰিও…
শিক্ষা বিষয়াৰ বিৰুদ্ধে বনকৰা কিশোৰীক যৌন উৎপীড়নৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯জুলাইঃ শিক্ষা বিষয়াৰ বিৰুদ্ধে বনকৰা কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰত৷উল্লেখযোগ্য যে, তেজপুৰৰ গাভৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰবী শিলৰ বিৰুদ্ধে কিশোৰী গৰাকীৰ অভিযোগৰ ভিত্তিত এজাহাৰ দাখিল…
