Browsing Category

ট্ৰেণ্ডিং

তেজপুৰৰ বাণ থিয়েটাৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চিতাভস্ম সংৰক্ষণৰ বিশেষ স্থান উদ্ঘাটন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ আগষ্ট : নটসূৰ্য্য ফণী শৰ্মাৰ ৫৩ সংখ্যক স্মৃতিদিৱস আৰু নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ কালি প্ৰথম দিনটোৰ সন্ধিয়া নটসূৰ্য্য গৰাকীৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ…

লখিমপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ গাড়ীচালকক বিষয়াই ব্যক্তিগত কামত নিয়োগৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ জুলাইঃ লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ একাংশ বিষয়াই চৰকাৰী গাড়ীচালকক ব্যক্তিগত কামত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ কেবাজনো চৰকাৰী গাড়ী চালকক এতিয়া এনে একাংশ বিষয়াই চৰকাৰী কামত ব্যৱহাৰ কৰাৰ উপৰিও…

শিক্ষা বিষয়াৰ বিৰুদ্ধে বনকৰা কিশোৰীক যৌন উৎপীড়নৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯জুলাইঃ শিক্ষা বিষয়াৰ বিৰুদ্ধে বনকৰা কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰত৷উল্লেখযোগ্য যে, তেজপুৰৰ গাভৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰবী শিলৰ বিৰুদ্ধে কিশোৰী গৰাকীৰ অভিযোগৰ ভিত্তিত এজাহাৰ দাখিল…

বান্দৰদেৱাত চৰকাৰী বন ভূমিত বে-দখলঃ সঘনাই ভূমি দখল-বিক্ৰীক লৈ বিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ জুলাইঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বান্দৰদেৱাত বন বিভাগৰ চৰকাৰী ভূমিত এতিয়া যিকোনো লোকে বে-দখল আৰম্ভ কৰি বিক্ৰী পৰ্যন্ত কৰি আহিছে৷ যাৰফলত ভূমি বে-দখল আৰু বিক্ৰীক লৈ সময়ে সময়ে সংঘাতৰ সৃষ্টি…

শোণিতপুৰ জিলা ইতিহাস সংকলন সমিতিৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,২৯জুলাইঃ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ শোণিতপুৰ জিলা সমিতিয়ে আজি দৰং মহাবিদ্যালয়ত মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান উপলক্ষে চিত্রাঙ্কন আৰু কবিতা আবৃত্তি প্রতিযোগিতা অনুষ্ঠিত কৰা হয়।…

লখিমপুৰত নিশা ছাগলী চোৰে যুৱকক হত্যা কৰা ঘটনাক লৈ উত্তপ্ত লখিমপুৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ জুলাইঃ লখিমপুৰ নগৰৰ পাশ্বৱৰ্তী বগলীজানৰ গোৱৰীশালিত যোৱা নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ নিশা ছাগলী চোৰ কৰিবলৈ অহা চোৰে এজন যুৱকক হত্যা কৰা কাৰ্যক লৈ আজি লখিমপুৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ উত্তেজিত…

তিনিচুকীয়াত যুৱতীক বলাৎকাৰৰ অপচেষ্টা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ জুলাই : আজি পুৱতি নিশা প্ৰায় ৩ : ৩০ বজাত তিনিচুকীয়াৰ পৰ্বতীয়া অঞ্চলত থকা ভাড়াঘৰত এগৰাকী যুৱতীক বলাৎকাৰৰ অপচেষ্টা চলোৱা  ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে তিনিচুকীয়াৰ এখন…

তেজপুৰত কিশোৰীক অন্তঃসত্বা কৰাৰ অভিযোগত ব্যৱসায়ীক আটক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮জুলাইঃ তেজপুৰৰ জাহাজঘাট নিবাসী তথা অঞ্চলটোৰ এক প্ৰতিপত্তিশীল ব্যৱসায়ী সুৰেশ ৰয়ৰ বিৰুদ্ধে এগৰাকী নাবালিকাৰ স’তে অবৈধ সম্পৰ্ক স্হাপনৰে অন্তসত্বা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ আজি বিয়লি প্ৰায় ৬০বছৰীয়া…

গোলাঘাট কাণ্ডৰ নাজিবুৰক ফাঁচীৰ দাবী জনাই ৰাজ্যত ‘লাভ জেহাদ’ প্ৰতিৰোধী কঠোৰ আইন প্ৰণয়নৰ…

লক্ষীমপুৰ, ২৭জুলাই : গোলাঘাট নগৰত যোৱা ২৪ তাৰিখে সংঘটিত নাৰকীয় তিনি হত্যাকাণ্ডৰ মূল অভিযুক্ত নাজিবুৰক ফাঁচীৰ দাবী জনাই ৰাজ্যত 'লাভ জেহাদ' প্ৰতিৰোধী এখন কঠোৰ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে। আজি এক…

লখিমপুৰত বাইকৰ খুন্দাত চাইকেল আৰোহী নিহত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰৰ, ২৭ জুলাইঃ আজি বিয়লি প্ৰায় ২.৩০ বজাত লখিমপুৰ নগৰৰ পাশ্বৰ্ৱতী কৈয়লামাৰী দুৰ্গা মন্দিৰৰ সমীপত এক পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত নিৰ্মল চুৰিণ নামৰ এজন লোকৰ থিতাতে নিহত হয়৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি জহিং…