Browsing Category

ট্ৰেণ্ডিং

কাকৈ নদীত কেবা লাখ টকাৰ বান খহনীয়া প্ৰতিৰোধ আঁচনিত ব্যাপক অনিয়ম

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ জুলাইঃ লখিমপুৰ জলসম্পদ সংমণ্ডল বিভাগত এতিয়া বান খহনীয়া প্ৰতিৰোধ আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে৷ লখিমপুৰ জলসম্পদ বিভাগৰ অন্তৰ্গত কাকৈ নদীৰ খহনীয়া প্ৰতিৰোধৰ নামত এতিয়া এনে অনিয়ম সংঘটিত হৈছে৷ চলিত…

ৰাজস্থানত মডেলিঙৰ খিতাপ অৰ্জন তেজপুৰৰ যুৱক মানসৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ ৰাজস্থানত অনুষ্ঠিত হৈ যোৱা মিষ্টাৰ, মিছ, মাষ্টাৰ ছুপাৰ মডেল অৱ ৰাজস্থান খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ যুৱক মানস কেওঁটে৷ দেশৰ ভালেসংখ্যক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনত বিজয়ী হৈ যোৱা…

তেজপুৰৰ বিভিন্ন প্ৰান্তত নিশা চোৰৰ উপদ্ৰপে নিদ্ৰা হৰিছে ৰাইজৰ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৫ জুলাইঃ তেজপুৰ চহৰৰ বিভিন্ন প্ৰান্তত নিশা আৰক্ষী প্ৰশাসনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি নিতৌ চুৰি কাণ্ডৰ লগতে অসামাজিক আৰু অনৈতিক কাৰ্য্যকলাপৰ পয়োভৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নিশা চোৰৰ উপৰ্যুপৰি চুৰি কাণ্ডৰ ঘটনাই…

একাধিক কুঁৱাত দুৰ্বৃত্তই মিহলালে বিষ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪জুলাইঃ তেজপুৰৰ নিকটৱৰ্তী তথা বৰছলা বিধানসভা সমষ্টিৰ বাহঁবাৰীৰ মৌজাৰ বৰঘোপ ৰাইতলীত যোৱা নিশা কোনো দুস্কৃতিকাৰীয়ে পানীত বিষ ধলা কাৰ্যই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে,দুৰ্বৃত্তই একাধিক…

লখিমপুৰত পঞ্চায়ত সচিব- সমন্বয়কক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ জুলাইঃ গ্ৰামোন্নয়নৰ বাবে আৱণ্টিত ধন আত্মসাৎ কৰি এইবাৰ লখিমপুৰৰ পাভত গ্ৰেপ্তাৰ হৈছে পঞ্চায়ত সচিব-সমন্বয়ক৷ ধৃত পঞ্চায়ত সচিব আৰু সমন্বয়কজন হৈছে লখিমপুৰ গ্ৰামোন্নয়ন অভিকৰণৰ অন্তৰ্গত তথা কৰুণাবাৰী উন্নয়নখণ্ডৰ…

তেজপুৰত বনৰীয়া ম’হৰ আক্ৰমণত নিহত এজন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩জুলাইঃ বাঢ়নি পানীৰ বাবেই নিৰাপদ স্হানৰ সন্ধানত বনাঞ্চলৰ পৰা ওখ ঠাই বিচাৰি ওলাই অহা বুলি ধাৰণা কৰা বনৰীয়া ম’হৰ আক্ৰমণত আজি পুৱা তেজপুৰৰ ভোজখোৱা চাপৰিত এজন লোক নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰিছ।…

তেজপুৰ বিশ্ববিদ্যালয়ত শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগু

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, জুলাই : বিজ্ঞানৰ প্ৰতি ছাত্ৰ ছাত্ৰী আগ্ৰহী কৰি তোলাৰ লগতে ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউটৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ শিক্ষা বিভাগে সৰ্বশিক্ষা অভিযানৰ সমগ্ৰ শিক্ষাৰ অধীনত অসমৰ চাৰিটা স্হানৰ লগতে তেজপুৰ…

 “তেজপুৰ সাহিত্য চ’ৰা” ৰ ৫৪০ সংখ্যক বৈঠক সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ জুলাই : তেজপুৰৰ অন্যতম সাহিত্যৰ অনুষ্ঠান "তেজপুৰ সাহিত্য চ'ৰা" ৰ ৫৪০ সংখ্যক বৈঠকখনি আজি চ'ৰাৰ নৱনিৰ্বাচিত সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাৰ চ'ৰা ঘৰত অনুষ্ঠিত হয়। সভাপতি ড° সুৰেশ কুমাৰ আৰ্যৰ অনুপস্হিতিত আজিৰ বৈঠকত…

বিজেপি বিৰোধী জোঁটবন্ধনত নাথাকে আপ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২জুলাইঃ দেশ তথা ৰাজ্যত আগন্তুক নিৰ্বাচনত বিজেপিক ক্ষমতাৰ পৰা আঁতৰাবলৈ বিজেপি বিৰোধী ৰাজনৈতিক দল সমূহে যি জোঁটবন্ধন কৰিছে,এই বিৰোধী গোটত আপ নথকাৰ উপৰি ৰাজ্যৰ বিৰোধী জোঁটৰ তিনি গগৈ সন্দৰ্ভতো বিষোদ্গাৰ প্ৰকাশ…

তিনিচুকীয়াত নাইঃ আপোনাৰ সন্তানৰ বিদ্যালয়ত আছেনে

উপায়ুক্তলৈ পত্ৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ ৰাজ্যিক সমিতিৰ শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ জুলাই : তিনিচুকীয়া জিলাৰ ব্যক্তিগত খণ্ডৰ একাধিক বিদ্যালয়ে চৰকাৰী নীতি-নিয়ম ধোঁৱাচাঙত তুলি আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক…