Browsing Category

ট্ৰেণ্ডিং

তেজপুৰত ডি আৰ এল,ডি আৰ ডি অ ৰ প্ৰদৰ্শনীঃ আলোচনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮জুলাইঃ ডি আৰ ডিঅ’ৰ অধীনস্হ তেজপুৰস্হিত প্ৰতিৰক্ষা গৱেষণাগাৰৰ উদ্যোগত আজি স্হানীয় হেমবৰুৱা ভৱনত এক প্ৰদৰ্শনী আৰু আলোচনা কাৰ্যসূচী অনুষ্ঠিত হয়৷বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ লোকে অংশ গ্ৰহণ…

লখিমপুৰৰ পৰীক্ষা কেন্দ্ৰত ১৪৪ ধাৰা জাৰী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৭ জুলাইঃ অসম লোকসেৱা আয়োগৰ চলিত বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত (মেইনচ) পৰীক্ষাটি অহা ৮ জুলাইৰ পৰা ১০ জুলাইলৈ অনুষ্ঠিত হব। ৰাজ্যখনৰ অন্যান্য কেন্দ্ৰৰ লগতে, লখিমপুৰ জিলাৰ নৰ্থ লখিমপুৰ…

তিনিচুকীয়ালৈ আহিয়ে আছে লক্ষ লক্ষ টকাৰ ড্ৰাগছ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ জুলাই : ড্ৰাগছ আসক্তিৰ পৰিণতিত তিনিচুকীয়া জিলাত অভাৱনীয় হাৰত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ভয়াবহ তথ্য পোহৰলৈ অহাৰ পাছত এইবাৰ ফাদিল হৈছে ডিমাপুৰৰ পৰা নিত্য নতুন কৌশলেৰে তিনিচুকীয়ালৈ লক্ষ…

পুৱাই কাকৈ নদীত পুনৰ বান্ধ নিৰ্মাণ কৰিবলৈ বাধ্য হ’ল ঠিকাদাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৬ জুলাইঃ লখিমপুৰ জলসম্পদ বিভাগৰ অন্তৰ্গত কাকৈ নদীত খহনীয়া প্ৰতিৰোধৰ নামত ঠিকাদাৰে পাল মৰা কাম কৰি ফ্লাড ড্ৰীলৰ লাখ লাখ টকা সৰকাই নিবলৈ চেষ্টা চলোৱাৰ বিষয়ে আজি ‘শতাব্দ’ত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পিছত আজি…

শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন চলাচলত বাধা আৰোপ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৬ জুলাই: শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত গধুৰ বোজা বহন কৰা অৰ্থাৎ ১২/১৬/২২/২৪ চকীয়া বাহন আদিৰ চলাচলৰ বাবে ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতিবেদনৰ ভিত্তিত শোণিতপুৰ জিলাৰ উপায়ুক্ত তথা জিলা…

জিলা সন্মিলিত শিক্ষক মঞ্চৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৬জুলাইঃশোণিতপুৰ জিলা সন্মিলিত শিক্ষক মঞ্চৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা কালি অনুষ্ঠিত হৈ যায়৷সভাত সভাপতিত্ব কৰে চুচেন নাথে৷সভাত শিক্ষক আৰু ছাত্ৰীৰ শিক্ষাৰ সমস্যাৰ ওপৰত আলোচনা হয়।সভাত সম্পাদকদ্বয় অৱনী কুমাৰ বৰা…

লখিমপুৰ নগৰৰ মাজ মজিয়াত বৃহৎ বৃহৎ গছে নমাই আনিছে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ. লখিমপুৰ, ৬ জুলাইঃ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বাৰিষাৰ সময়ত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ বহু লোকৰ অকালতে মৃত্যু হোৱা ঘটনাৰ সময়তে লখিমপুৰ নগৰৰ মাজমজিয়াত থকা কেবাজোপা বৃহৎ বৃহৎ গছে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কঢ়িয়াই…

অভাৱনীয় মূল্যবৃদ্ধি : তিনিচুকীয়াত যোগান বিভাগৰ শ্মশান যাত্ৰা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জুলাই : অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হোৱা ৰাজ্যৰ যোগান বিভাগৰ শ্মশান যাত্ৰা বাহিৰ কৰি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (অজাযুছাপ) তিনিচুকীয়া…

যোগানমন্ত্ৰী আৰু যোগান বিভাগৰ মৃত্যু ঘোষণা যুৱ ছাত্ৰ পৰিষদৰ

 শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৬জুলাইঃ চাউলকে ধৰি সকলো খাদ্যসামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ লগতে ৰন্ধন গেছ,বিদ্যুৎ মাছুল আদিৰ অকল্পনীয় মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক৷ এনে সময়ত ৰাজ্যৰ যোগানমন্ত্ৰী গৰাকীৰ দায়িত্বহীন মন্তব্য আৰু…